Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভাবি-চিন্তিয়ে কৈছিলো জুবিন হত্যাৰ বলি হৈছে: মুখ্যমন্ত্রী

publisher by publisher
November 1, 2025
in Assam, News
Reading Time: 1 min read
0
ভাবি-চিন্তিয়ে কৈছিলো জুবিন হত্যাৰ বলি হৈছে: মুখ্যমন্ত্রী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️অহা ১৫ ডিচেম্বৰত প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় লাভ কৰিব। জুবিনক হত্যাৰ গোচৰটোৰ তদন্ত সন্দৰ্ভত কালি গুৱাহাটীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত উক্ত সময়সীমা ঘোষণা কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ১৭ডিচেম্বৰত সকলো তথ্য ৰাইজৰ সম্মুখলৈ অনা হ’ব।

ADVERTISEMENT

তাৎপর্যপূর্ণভাৱে মুখ্যমন্ত্রীয়ে স্পষ্ট ইংগিত দিয়ে যে জুবিন গাৰ্গ হত্যাৰ বলি হৈছিল; কিয়নো মুখ্যমন্ত্রীয়ে কালি কয় যে শিল্পীগৰাকীক হত্যা কৰা বুলি তেওঁ প্রথমেই মন্তব্য কৰিছিল। শুকুৰবাৰে মুখ্যমন্ত্রীয়ে কয় যে তেওঁ এনেয়ে সেই কথা কোৱা নাছিল। জুবিন গাৰ্গক সম্পূর্ণ ন্যায় দিবলৈ সক্ষম হ’ব বুলি এছআইটি সম্পূর্ণ আত্মবিশ্বাসী হৈ আছে বুলি শর্মাই মন্তব্য কৰে। এছআইটিয়ে গৃহমন্ত্রী হিচাপে তেওঁক যি কথা সময়ে সময়ে অৱগত কৰি আহিছে, তাৰ ভিত্তিতে এনেবোৰ বক্তব্য কালি আগবঢ়োৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এছআইটিৰ তদন্তই সংঘটিত এই সমগ্র ঘটনাক লৈ এখন বৃহৎ ছবি পোহৰলৈ আনিব।

প্রসংগক্রমে মুখ্যমন্ত্রীয়ে কয়, ‘ন্যায় বিচৰা দুটা গোট আছে। এটাই ন্যায় লাগে বুলি কৈ আছে আৰু আনটোৱে ন্যায় দিবলৈ দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে। ‘জাষ্টিচ ফৰ জুবিন গাৰ্গ’ লিখিলেও কোনেও ন্যায় নাপায়। ন্যায় দিবলৈ কোনোবাই কাম কৰিব লাগিব। এছআইটিয়ে যোৱা এমাহে এই কষ্ট কৰি আছে। ১৫ ডিচেম্বৰত সকলো কথা স্পষ্ট হ’ব। অখিল গগৈৰ দৰে যিসকল ৰাজনৈতিক নেতাই আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিম বুলি ভাবে, তেওঁলোকৰ বক্তব্য কিমান সঁচা নে মিছা, সেয়া সোনকালে প্রমাণ হ’ব। আমি আকৌ এবাৰ প্ৰমাণ কৰিবলৈ সক্ষম হ’ম যে আমি কিমান দায়বদ্ধতাৰে কাম কৰিছো। জুবিনক আমি এশ শতাংশ ন্যায় দিম। এতিয়া ভুৱা ন্যায় বিচৰা পার্টি ওলাইছে। লুৰীণজ্যোতি গগৈয়ে কৈ দিয়কচোন- জুবিন গাৰ্গৰ দুখত তেওঁ এইবাৰ নিৰ্বাচন নেখেলে। অখিল গগৈয়েও এইবাৰ নিৰ্বাচন নেখেলে বুলি কৈ দিয়ক। এইসকলৰ বিপৰীতে আমি প্রকৃতার্থত ন্যায় পার্টি। জুবিন গাৰ্গক ন্যায় দিয়া হ’ব বুলি মই আত্মবিশ্বাসী হৈ আছো। অসমীয়া মানুহে বহু নজনা কথা জুবিন ন্যায়ৰ জৰিয়তে গম পাব। মই ঘটনাটো হত্যা বুলি কৈছিলো আৰু মুখ্যমন্ত্রীয়ে ভাবি-চিন্তিহে কথা কয়।’

জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো আন বিষয় উত্থাপনৰে চৰকাৰে বেলেগে দিশলৈ ঢাল খুৱাব বিচাৰিছে বুলি ব্যাপকভাবে চর্চা চলি আহিছে। এই প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে প্রত্যেকটো বিষয় নিজৰ নিজৰ স্থানত চলি আহিছে। জুবিন গাৰ্গৰ লগত আন কোনো বিষয় জড়িত হ’বই নোৱাৰে। গতিকে বিষয় সলনিৰ চেষ্টা বুলি চৰকাৰক কোনো কোনো ক্ষেত্রত একাংশই সমালোচনা কৰিব বিচৰাটো অর্থহীন বুলি তেওঁ দাবী কৰো।

এই প্ৰসংগতে কংগ্ৰেছৰ নাম উল্লেখ কৰি শৰ্মাই কয়, ‘সৰ্বভাৰতত কংগ্ৰেছ আৰু আমাৰ ইয়াত যি মিএল পার্টি আছে, সেইসকলে অসমক বাংলাদেশৰ লগত লগ কৰিব বিচাৰে। সেই কাৰণে কংগ্ৰেছৰ সভাত বাংলাদেশৰ গীত গায়। কংগ্রেছে আকৌ সেইটো কথাকে আইনসিদ্ধ কৰিব বিচাৰে। অসমৰ ভবিষ্যৎ বহুত ভাল নহয়। মিঞাসকলে অসমক শেষ কৰি পেলাব। সত্ৰৰ মাটি দখল কৰিছে, ছোৱালী উঠাই নিছে, লাভজেহাদ কৰিছে। জুবিন গাৰ্গৰ লগত এইবোৰ বিষয়ৰ কোনো সম্পৰ্ক নাই। জুবিনৰ ক্ষেত্ৰত আমাৰ লক্ষ্য হ’ল ন্যায় প্রদান কৰা আৰু ন্যায় প্রদান কৰিবলৈ এছআইটিয়ে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে।’

ছিংগাপুৰে দিলে প্রতিবেদন

ইপিনে, শুকুৰবাৰে ছিংগাপুৰ প্ৰশাসনে অসম চৰকাৰক জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্রদান কৰে। এই কথাও আজি সদৰী কৰে ড° শৰ্মাই। তেওঁ লগতে কয় যে ছিংগাপুৰে ‘বিহ বিজ্ঞান’ৰ প্রতিবেদনো একেলগে দাখিল কৰিছে। এই সম্পর্কত মুখ্যমন্ত্রীয়ে কয়, ‘অসমতো জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। সেই সময়ত মৃতদেহটোৰ পাঁচ-ছদিন পাৰ হৈ গৈছিল। ছিংগাপুৰত জুবিনৰ বিনৰ মৃত্যুৰ পাঁচ-ছয় মিনিট পাছতে তেজৰ নমুনা লোৱা হৈছিল। গতিকে ছিংগাপুৰে আজি টক্সিক’লজীৰ যি প্রতিবেদন দাখিল কৰে, সেয়া বেছি উপযুক্ত। কালি ছিংগাপুৰে সাগৰত থকা নীতি-নিয়মৰ তথ্যও আমাক দিয়ে; অর্থাৎ আজি এই তথ্যৰ লগতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু টক্সিক’লজী প্রতিবেদন আমাৰ হাতত পৰিছে। এই প্রতিবেদনে তদন্ত প্রক্রিয়াক যথেষ্ট সহায় কৰিব।’

বিত্তীয় কেলেংকাৰিতো জড়িত সিদ্ধার্থ

জুবিন গাৰ্গক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তেওঁৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ তদন্তও ক্ষিপ্ৰ কৰিছে এছআইটিয়ে। জুবিন গাৰ্গক ব্যৱহাৰ কৰি সিদ্ধার্থই ব্যাপক বিত্তীয় অনিয়ম সংঘটিত কৰিছিল বুলি এছআইটিয়ে সন্দেহ কৰিছে। জুবিনৰ এটা অনুষ্ঠানৰ বিনিময়ত সিদ্ধার্থই কিমান পৰিমাণৰ ধন আদায় কৰিছিল, তাৰ কোনো নীতি-নিয়ম অথবা সীমা নাছিল। একে ধৰণৰ অনুষ্ঠানৰ বাবেই কাৰোবাৰ পৰা যদি ১২-১৩ লাখ টকা আদায় কৰিছিল, আকৌ কাৰোবাৰ পৰা সাত লাখ টকা লৈছিল। এনেদৰে জুবিনৰ ধনৰ লুণ্ঠন চলাই অতি কম দিনৰ ভিতৰত বৃহৎ সম্পত্তিৰ গৰাকী হৈছিল সিদ্ধার্থ। জুবিন গাৰ্গৰ কে’বাগৰাকী সহ শিল্পীৰ পৰা এনে তথ্য লাভ কৰি এছআইটিয়ে কে’বাখনো বিহু উদ্যাপন সমিতিৰ ভাষ্য যোৱা তিনি দিনত সংগ্ৰহ কৰে। এই সমিতিবোৰৰ ভাষ্যতে সহ শিল্পীয়ে কৰা অভিযোগৰ সত্যতা স্পষ্ট হয়। এনেদৰে জুবিনক ব্যৱহাৰ কৰি সিদ্ধার্থই আয় বহির্ভূত বৃহৎ সম্পত্তি আহৰণৰ তথ্যও উদ্ধাৰ হৈছে। সেয়েহে সিদ্ধার্থক অর্থনৈতিক অপৰাধ সংঘটিত কৰাৰ গোচৰতো গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি হৈছে।

ইপিনে, কালি এছআইটিয়ে জুবিনৰ একালৰ সহ কণ্ঠশিল্পী ভানুপ্রিয়া ডেকাৰ ভাষ্য সংগ্ৰহ কৰে। বিগত ২০১৯ৰ পৰা সহ কণ্ঠশিল্পী আছিল ভানুপ্রিয়া। ২০২২ পর্যন্ত তেওঁ জুবিনৰ লগত অনুষ্ঠান পৰিবেশন কৰিছিল। ভাষ্য প্ৰদানৰ পাছত শিল্পীগৰাকীয়ে কয়, ‘আমি সঁচা কথাটো জানিব লাগে। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে। আজি এছআইটিয়ে মোক জুবিন গাৰ্গৰ লগত অনুষ্ঠান পৰিবেশন কৰা সন্দৰ্ভত সোধপোছ কৰে। সিদ্ধার্থ শৰ্মাৰ লগত মোৰ পেছাগত সম্পর্ক আছিল। মই গীত গাইছিলো আৰু সিদ্ধার্থই তাৰ বিনিময়ত পাৰিশ্রমিক হিচাপে নগদ ধন দিছিল। আমাৰ সেই সময়ৰ সহ শিল্পীসকলৰ বিষয়েও এছআইটিয়ে মোক প্রশ্ন কৰে।’

ইপিনে, এছআইটিয়ে বহু বিতর্কিত নর্থ-ইষ্ট ফেষ্টিভেলৰ ফটোগ্ৰাফাৰ কুলজিৎ দেউৰী, অভিনাশ দাস, অভিষেক দাসৰো ভাষ্য সংগ্ৰহ কৰে। জুবিনৰ চিকিৎসা পৰামৰ্শদাতা ডাঃ হিতেশ বৰুৱাই আজি তেওঁৰ ভাষ্য ন্যায়িক তদন্ত আয়োগৰ আগত দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaZubeen Garg
publisher

publisher

Related Posts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d