Special tribute to Zubeen Garg:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা জুবিন দিবসৰ বাবে জুবিন ক্ষেত্ৰ জীপাল কৰে বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিয়ে ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অগনন জুবিন অনুৰাগীৰ। ইয়াৰ মাজতে জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি ৷ জাগুনৰ পৰা অহা বিকাশ শৰ্মাই পেলনীয়া প্লাষ্টিকৰ বটলেৰে সজালে প্ৰাণৰ শিল্পীৰ অৱয়ব ৷ জুবিন গাৰ্গক ব্যতিক্ৰমী ৰূপত প্ৰাণ দিয়াৰ প্ৰয়াস কৰিলে যুৱ শিল্পী গৰাকীয়ে ৷
ADVERTISEMENT































