Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

    আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ

    সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!

    সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!

    ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home insurance

এলআইচিৰ এই আঁচনিত প্রতিমাহে পাব নিশ্চিত পেন্সন

publisher by publisher
November 11, 2025
in insurance
Reading Time: 1 min read
0
এলআইচিৰ এই আঁচনিত প্রতিমাহে পাব নিশ্চিত পেন্সন
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

13th Triennial General Conference Of LIAFI 1964:গুৱাহাটীত এল আই চিৰ বীমা অভিকৰ্তা সন্থা ১৯৬৪ৰ

LIC IPO : অহা বুধবাৰে বজাৰলৈ আহিব এলআইচিৰ আইপিঅ’

LIC:✒️অৱসৰৰ পৰিকল্পনাৰ বাবে আপুনিও যদি কোনো বিশ্বাসযোগ্য আঁচনিৰ সন্ধান কৰি আছে তেন্তে আপুনি কেন্দ্ৰীয় চৰকাৰৰ মালিকানাধীন বীমা কোম্পানী এলআইচিৰ সৰল পেন্সন আঁচনিত বিনিয়োগ কৰিব পাৰে। এই আঁচনিত বিনিয়োগ কৰিলে অৱসৰৰ পাছত প্রতিমাহে নিৰ্দিষ্ট পৰিমাণৰ পেন্সন লাভ কৰাৰ লগতে আত্মনিৰ্ভৰ হৈ থাকিব পাৰি। মাহিলি পেন্সনৰ নিশ্চয়তা প্রদান কৰা এলআইচি সৰল পেন্সন আঁচনিৰ বিশেষত্ব এই যে, ইয়াত মাত্র এককালীন বিনিয়োগৰ বিনিময়ত আজীৱন পেন্সন দিয়া হয়।

ADVERTISEMENT

সৰল পেন্সন আঁচনিৰ অধীনত ৪০ বছৰৰ পৰা ৮০ বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে। এই পলিচী বিনিয়োগকাৰী এজনে অকলে বা তেওঁৰ পত্নী-স্বামীৰ স’তে কিনিব পাৰে। মাহিলি ফিক্সড্ পেন্সন প্ৰদান কৰা এই আঁচনিখনত বিনিয়োগৰ সৰ্বোচ্চ সীমা নির্ধাৰণ কৰা হোৱা নাই। অর্থাৎ আপুনি যিমান বিচাৰে বিনিয়োগ কৰিব পাৰে আৰু সেই বিনিয়োগ অনুসৰি পেন্সন লাভকৰিব পাৰে। এই আঁচনিখনত এজন ব্যক্তিয়ে প্রিমিয়াম পৰিশোধ কৰাৰ পাছত বাৰ্ষিক, ডেৰ বছৰীয়া, ত্রিমাসিক বা মাহেকীয়া ভিত্তিত পেন্সন লাভ কৰিব পাৰে।

উল্লেখ্য যে আজীৱন পেন্সনৰ নিশ্চয়তা প্রদান কৰা এই আঁচনিৰ জৰিয়তে পলিচিধাৰীসকলে ঋণৰ সুবিধাও লাভ কৰিব পাৰে। সৰল পেন্সন আঁচনিৰ অধীনত পলিচিধাৰীয়ে সাধাৰণতে ছমাহৰ পাছত ঋণ ল’ব পাৰে। ইয়াৰ উপৰি পলিচী আৰম্ভ হোৱাৰ তাৰিখৰ পৰা ছমাহৰ পাছত যিকোনো সময়তে পলিচীধাৰীয়ে পলিচী জমা দিব পাৰে। তদুপৰি ডেথ বিনিফিট হিচাপে পলিচীধাৰীৰ মৃত্যু হ’লে বিনিয়োগৰ ধন তেওঁৰ মনোনীত ব্যক্তিক ঘূৰাই দিয়া হয়। এই পেন্সন আঁচনি অনলাইনযোগে কিনিবলৈ এলআইচিৰ অফিচিয়েল ৱেবছাইট http.//www.licindia.in ত যোগাযোগ কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LIC
publisher

publisher

Related Posts

মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন
insurance

March 30, 2026
ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা
insurance

ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা

February 10, 2026
দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত
insurance

দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

February 1, 2026
ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…
insurance

ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…

January 25, 2026
ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ
insurance

ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ

January 11, 2026
আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন
insurance

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

December 28, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d