Sভাৰতীয় জীৱন বিমা নিগমৰ ৭০ সংখ্যক বীমা সপ্তাহৰ লগত সংগতি ৰাখি যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
ভাৰতীয় জীৱন বিমা নিগমৰ ৭০ সংখ্যক বীমা সপ্তাহৰ লগত সংগতি ৰাখি যোৰহাট শংকৰদেৱ চেমিনাৰীত এদিনীয়াকৈ আয়োজন কৰিলে চিত্ৰাংকন প্ৰতিযোগিতা। ভাৰতীয় জীৱন বিমা নিগমে ১ ছেপ্তেম্বৰৰ পৰা পালন কৰি আছে ৭০ সংখ্যক বীমা সপ্তাহ।যোৰহাট সংমণ্ডলে ইয়াৰ সৈতে সংগতি ৰাখি যোৰহাট শংকৰদেৱ চেমিবাৰী স্কুলত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত জ্যেষ্ঠ প্ৰবন্ধক জয়দীপ ঠাকুৰৰ লগতে প্ৰবন্ধক বিষয়া,চেন্তূ ৰয় প্ৰবন্ধক কৰ্মচাৰী ক্ৰমে অশোক দেৱ,
প্ৰদীপ বৰা,ৰূপম ভূমিক,সঞ্জীৱ সভাপণ্ডিত,
শান্তনু গোস্বামী,
তৰুণ বৰুৱা,গোবিন বৰা,ৰত্নেশ্বৰ হাজৰিকা,পদ্মেশ্বৰ বৰা,ৰূপালী বৰা,নকুল শইকীয়া,প্ৰবীণ হাজৰিকা,তৰুণ বৰা,প্ৰদীপ বৰা,দিতীমনী মহন্ত,দেৱজিৎ শইকীয়া,পাৰবিনা ৰহমান,বিনুমণী শইকীয়া,উৎপলা গোস্বামী,জিতা বৰুৱ,জুৰি বৰা,প্ৰশান্ত তামূলী, দীপক গগৈ,উদীপ্ত বৰা,শান্তনু শৰ্মা ,শান্তু ৰয়,বুদ্ধ জ্যোতি চেতীয়া,প্ৰশান্ত শৰ্মা,
বিষয়া অঞ্জন বৰা , কৰ্মচাৰী দেৱজিৎ শঈকীয়া উপস্থিত থাকে।
শ্ৰী মন্ত মাধব বৰুৱা




































