Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

13th Triennial General Conference Of LIAFI 1964:গুৱাহাটীত এল আই চিৰ বীমা অভিকৰ্তা সন্থা ১৯৬৪ৰ

গুৱাহাটী মাণ্ডলিক পৰিষদৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশন সম্পন্ন

publisher by publisher
January 5, 2024
in Assam, India, News
Reading Time: 1 min read
0
13th Triennial General Conference Of LIAFI 1964:গুৱাহাটীত এল আই চিৰ বীমা অভিকৰ্তা সন্থা ১৯৬৪ৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

13th Triennial General Conference Of LIAFI 1964:

মহানগৰীৰ পানবজাৰৰ ‘ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া’ প্ৰেক্ষাগৃহত বুধবাৰে ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ গুৱাহাটী মাণ্ডলিক পৰিষদৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশন আৰু সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় ৷

ADVERTISEMENT

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভ হয়। আনহাতে পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় মুল সভা ৷

ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ গুৱাহাটী মাণ্ডলিক পৰিষদৰ সভাপতি প্ৰদীপ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুল সভা খনিত মুখ্য অতিথি ৰূপে উপস্থিত থকা ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালা আৰু ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মাণ্ডলীক কাৰ্য্যালয়ৰ জ্যেষ্ঠ মাণ্ডলীক প্ৰবন্ধক দীপক কুমাৰে বন্তি প্ৰজ্বলন কৰি সভা খন উদ্বোধন কাম কৰে।

সভাত পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালা ,সাধাৰণ সম্পাদক সোমনাথ চৌধুৰী ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মাণ্ডলীক কাৰ্য্যালয়ৰ জেষ্ঠ মাণ্ডলীক প্ৰবন্ধক দীপক কুমাৰ ,অভিকর্তা সন্থাৰ যোৰহাট মাণ্ডলীক পৰিষদৰ সভাপতি প্ৰদীপ দাস উপ-সভাপতি গোবিন্দ শৰ্মা ,বঙাইগাঁও মাণ্ডলীক পৰিষদৰ সভাপতি গৌতম সাহা সম্পাদক সমীৰ দাসৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

অভিকর্তা সন্থাৰ গুৱাহাটী মাণ্ডলীক পৰিষদৰ ৰূপম চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে অভিকর্তা সন্থাৰ গুৱাহাটী মাণ্ডলিক পৰিষদৰ সাধাৰণ সম্পাদক সুনিল কুমাৰ বৰাই ।

জেষ্ঠ মাণ্ডলীক প্ৰবন্ধক দীপক কুমাৰে অভিকর্তা সকলক উদ্দেশী বহুমূলীয়া ভাষণ আগবঢ়াই অভিকর্তা সকলক উৎসাহিত কৰে । পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালাই অভিকর্তা সকলৰ নাৰ্য্য প্ৰাপ্তি তথা গ্ৰাহক সকলৰ সেৱা আৰু অধিক ক্ষীপ্ৰতৰ কৰাৰ বাবে কি ধৰণেৰে অভিকর্তা সন্থাই কাম কৰি আছে সেই বিষয়ে অৱগত কৰাৰ লগতে অভিকর্তা সকলৰ সুবিধা আৰু প্ৰাপ্যৰ বিষয়ে বিস্তৃত ভাৱে আলোকপাত কৰে আৰু অভিকর্তা সন্থাক অধিক শক্তিশালী কৰাৰ বাবে গুৰুত্ব আৰোপ কৰে।

উক্ত সভাত যোৰহাট তথা বঙ্গাইগাঁও মাণ্ডলিক পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে বিভিন্ন জনে বক্তব্য আগবঢ়াই । সভাৰ লগত সংগতি ৰাখি মকবুল হুছেইনৰ সম্পাদিত আটকধুনীয়া আলোচনী উন্মোচন কৰে ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালাই।

উল্লেখ্য যে, ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ গুৱাহাটী মাণ্ডলিক পৰিষদৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশন আৰু সাধাৰণ সভাতে পৰৱৰ্তী কাৰ্যকালৰ বাবে সুনিল কুমাৰ বৰাক সভাপতি , ফুলেন কলিতাক সাধাৰণ সম্পাদক আৰু ৰাজেশ নাথ তিৱাৰীক কোষাধ্যক্ষ হিচাবে লৈ এখন সৱল কমিটি গঠন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 13th Triennial General ConferenceGuwahatiLIAFI 1964LIC
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d