Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ…!

publisher by publisher
November 19, 2025
in Assam, News
Reading Time: 1 min read
0
মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ…!
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

Zubeen Garg:✒️যোৱা ৯০ দশকৰ পৰাই স্বকীয় প্রতিভাৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰা সৃষ্টি কৰি সকলো শ্রেণীৰ জনতাৰ নয়নৰ মণি হৈ পৰা সংগীতৰ ৰাজপুত্র, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গে গীতেৰে তেওঁৰ কোটি কোটি অনুৰাগীক প্রশ্ন কৰিছিল-‘মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ/সিদিনা অশ্রু নিগৰিবনে কোৱা?’ আজি জুবিন গাৰ্গ নাই আৰু তেওঁ নথকাৰ অনুভৱ প্রত্যেক অনুৰাগীয়ে হৃদয়গম কৰিছে।

ADVERTISEMENT

তাৰ মাজতে কালি জুবিন গাৰ্গৰ অবর্তমানত লক্ষ লক্ষ অনুৰাগীয়ে প্রিয় শিল্পজনৰ ৫৩ সংখ্যক জন্মদিন উদ্যাপন কৰি আৱেগিক হৈ পৰিল। ৰাজ্যৰ প্রান্তে প্রান্তে আজি জুবিন গাৰ্গৰ জন্মদিন উদ্যাপন কৰা হয়। জন্মদিন উপলক্ষে কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহৰ চৌহদতো সৃষ্টি হয় এক সুকীয়া পৰিৱেশ। সোমবাৰে নিশাৰে পৰা অজস্র অনুৰাগীয়ে আহি ভিৰ কৰে ‘ছিনাৰ্জী ইম্পেৰিয়েল’ চৌহদ। প্রিয় শিল্পীজনৰ জন্মদিন উপলক্ষে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুৰাগীসকলে হাতে হাতে লৈ আহিছিল একোটি মৰমৰ উপহাৰ; কিন্তু এই উপহাৰ নিজ হাতেৰে দি ‘জুবিন দা’ক এবাৰ ছুই চোৱাৰ সপোন যেন এইবাৰ পূৰণ নহ’ল।

ফটোৰ সম্মুখতে অশ্রুসিক্ত নয়নৰে মৰমৰ উপহাৰ আগবঢ়াই আবেগিক হৈ পৰিল বহুজন।

সমান্তৰালভাৱে বহু কেইজন অনুৰাগীয়ে লগত লৈ আহিছিল জন্মদিনৰ কেক। ইয়াৰে ২০ কিলোগ্রাম ওজনৰ এটা কেক কাটি অশ্রুসিক্ত নয়নেৰে প্রিয় মানুহজনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে পত্নী গৰিমা গার্গে। শোকাকুল পৰিৱেশত সম্পন্ন হোৱা এই কাৰ্যসূচীৰ মাজতে চৌদিশে গুঞ্জৰিত হ’ল ‘জয় জুবিন দা’, ‘জুবিন দা অমৰ হওক’ ধ্বনি। ইয়াৰ পাছতে আবাসিক অট্টালিকাটোৰ চৌহদত থকা জুবিন গাৰ্গৰ প্ৰিয় বকুল গছজোপাৰ তলতে স্থাপন কৰা হয় জুবিন গাৰ্গৰ এটা আৱক্ষ মূর্তি। পিতৃ কপিল বৰঠাকুৰে এই আৱক্ষ মূর্তি উন্মোচন কৰে। চকু মেলি থকা আবক্ষ মূৰ্তিটোৰ পৰা চাই যেন জুবিন গার্গে কৈছে-‘মই নথকাৰ অনুভৱ আজি তোমালোকে কৰিছা, মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজি উঠিছা।’

ন্যায় কেতিয়া। ইমান মানুহৰ প্ৰাৰ্থনা অথলে যাব নেকি: প্রশ্ন অনুৰাগীৰ

জন্মদিন উদ্যাপনৰ সমান্তৰালভাৱে অনুৰাগীসকলে তুলিলে ন্যায়ৰ দাবী। উল্লেখ্য যে ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ গৈ যোৱা ১৯ ছেপ্টেম্বৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল জুবিন গার্গে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ পাছতে প্রিয় শিল্পীজনৰ ন্যায়ৰ দাবীত আজিও প্রতিবাদ অব্যাহত আছে।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ স’তে জড়িতসকলে কঠোৰ শাস্তি পাব লাগে বুলি প্রত্যেকে দাবী কৰি আহিছে যদিও প্রত্যেক দিনাই সলনি হোৱা দৃশ্যপটে বহু প্ৰশ্নৰ উদ্ৰেক হৈছে। ফলত জুবিন গার্গে প্রকৃততে ন্যায় লাভ কৰিব নে নাই বহুজনৰ মাজত প্ৰশ্নৰ উদয় হৈছে। তাৰ মাজতে আজিও কাহিলিপাৰা বাসগৃহত জন্মদিনৰ কাৰ্যসূচীত অংশগ্রহণ কৰি বহু অনুৰাগীয়ে ন্যায়ৰ দাবী তোলে।

কে’বাগৰাকী অনুৰাগীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ইমান সোনকালে জুবিন গার্গবিহীন জন্মদিন পাব বুলি তেওঁলোকে আশা কৰা নাছিল। প্রিয় শিল্পীজনক ইমান সোনকালে হেৰুৱাই পেলাব বুলি কেতিয়াও সপোনতো দেখা নাছিল বুলি উল্লেখ কৰি কয়, ‘আমি নিয়তিৰ ওচৰত হাৰ মানিবই লাগিব; কিন্তু জুবিন দাক আমি বিদায় দিব নোৱাৰো। আজিলৈকে মই জুবিন দাৰ নামত এগছি বস্তি, এডাল ধূপও জুলাই পোৱা নাই; কাৰণ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই, আমাৰ হৃদয়ত আছে তেওঁ।’

লগতে তেওঁলোকে কয়, ‘ইমান মানুহৰ প্রার্থনা অথলে যাব নেকি? কিয় আজি আমি জুবিন দাৰ কাৰণে ন্যায় বিচাৰিবলগীয়া হৈছে? জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰিব লাগে নেকি? অসমৰ সম্রাট, অসমীয়াৰ সত্তা, অসমৰ সম্পদ আছিল তেওঁ। অসমৰ সম্পদৰ কাৰণে আমি ন্যায় বিচাৰিব লাগে? আমাক ন্যায় দিব লাগিব। কোনে কি কৰিলে, ১৯ ছেপ্টেম্বৰত কি হৈছিল আমি সকলোৱে জানিব বিচাৰো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen GargZubeenkhetro
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d