Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অৱশেষত ভাঙিল অচলাৱস্থা, ‘ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি প্রায় চূড়ান্ত হৈছে’: ঘোষণা ‘বন্ধু’ ট্রাম্পৰ

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এছআইআৰৰ আতংকত বট গছত আশ্রয় মহিলাৰ

publisher by publisher
November 28, 2025
in India, News
Reading Time: 1 min read
0
এছআইআৰৰ আতংকত বট গছত আশ্রয় মহিলাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

ব্যাপক প্রতিক্ৰিয়াৰ মাজেদি অৱশেষত প্রকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

উত্তৰপ্ৰদেশতো হ্ৰাস পালে মহিলা ভোটাৰ!

SIR প্ৰক্ৰিয়াক লৈ আতংকিত মতুৱা সম্প্ৰদায়, বিষয়টোক লৈ ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ

SIR:পশ্চিমবংগত এছআইআৰৰ প্রক্রিয়াত এন্যুমাৰেচন ফর্ম দিয়া প্রায় শেষ হৈছে। অথচ এতিয়াও মানুহৰ মনত আছে একাধিক প্রশ্ন। ৰাজ্যখনত এছআইআৰৰ আতংকত একাধিক লোকে আনকি আত্মহত্যাৰ পথো বাছি লোৱাৰ অভিযোগ উঠিছে। আনকি এছআইআৰ ঘোষণাৰ পাছতে ৰাজ্যখনৰ একাংশ লোক অন্তর্ধান হোৱাৰো বাতৰি প্ৰকাশ পাইছে।

ADVERTISEMENT

এইবাৰ এছআইআৰৰ আতংকত অবাক কাণ্ড কৰিলে এগৰাকীন মহিলাই। এজোপা বট গছৰ ডালত উঠি ডাল-পাতৰ আঁৰত আশ্রয় ল’লে ভয়ার্ত মহিলাগৰাকীয়ে। সেয়াও আকৌ বুধবাৰৰ নিশাৰ পৰাই। এই দৃশ্য দেখি স্থানীয় লোকসকল আচৰিত হৈ পৰে। স্থানীয় লোকে দাবী কৰিছে যে এছআইআৰৰ আতংকতে সেই মহিলাই গছৰ ওপৰত আশ্রয় লৈছে। নামি আহিবলৈ বহুবাৰ আহ্বান জনোৱা সত্ত্বেও একো লাভ হোৱা নাই

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ উত্তৰপাৰা পৌৰসভাৰ ২৪ নম্বৰ বাৰ্ডৰ হিন্দমোটৰ কল’নী অঞ্চলত। এই সম্পর্কত এজন স্থানীয় লোকে কয়, ‘নিশাৰ পৰাই দেখা গৈছে যে বট গছত এগৰাকী মহিলা বহি আছে আৰু এছআইআৰ এছআইআৰ বুলি চিঞৰি আছে।’ কেৱল সেয়াই নহয়, ফর্ম লৈ আহিলে মাৰিব বুলি ভাবুকি দি আছে বুলিও লোকজনে কয়। তেওঁ কয়, ‘বহুবাৰ নামিবলৈ কোৱা হৈছে; কিন্তু বাৰে বাৰে মহিলাগৰাকীয়ে একেই কথা কৈ আছে।’

বুধবাৰৰ নিশাৰ পৰাই মহিলাগৰাকীয়ে বট গছৰ ওপৰত বহি আছে। কোনো কোনো স্থানীয় লোকে অৱশ্যে দাবী কৰিছে যে মহিলাগৰাকী মানসিক ভাৰসাম্যহীন। কিবা প্ৰকাৰে এছআইআৰ বা এন্যুমাৰেচন ফৰ্মৰ কথা শুনিছে আৰু তাৰ পাছৰে পৰাই তাকে কৈ আছে। আনহাতে, স্থানীয় লোকৰ পৰা ঘটনাৰ খবৰ পায়েই উত্তৰপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়।

বৃহস্পতিবাৰে বিয়লি পর্যন্ত আৰক্ষী বিষয়াসকলে মহিলাগৰাকীক বুজাই-বঢ়াই গছৰ পৰা নমাবলৈ চেষ্টা কৰি আছে যদিও সফল হোৱা নাই। অৱশ্যে এই ঘটনাৰ লগত এছআইআৰ সংক্রান্তীয় কোনো যোগসূত্র আছে নে নাই, সেয়া আৰক্ষীয়ে সদৰী কৰা নাই। সকলো দিশ চালিজাৰি চোৱা হৈছে বুলি আৰক্ষী বিষয়াই জনাইছে। ইপিনে, মহিলাগৰাকীক নমাবলৈ অগ্নি নির্বাপক বাহিনীকো মতা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SIR
publisher

publisher

Related Posts

অৱশেষত ভাঙিল অচলাৱস্থা, ‘ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি প্রায় চূড়ান্ত হৈছে’: ঘোষণা ‘বন্ধু’ ট্রাম্পৰ
International

অৱশেষত ভাঙিল অচলাৱস্থা, ‘ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি প্রায় চূড়ান্ত হৈছে’: ঘোষণা ‘বন্ধু’ ট্রাম্পৰ

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক
Assam

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

October 22, 2026
অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
Assam

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d