Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিষ প্ৰয়োগ কৰি ৫০০ টা পথকুকুৰ হত্যা, মৃতদেহ পুঁতি পেলোৱাৰ অভিযোগ

publisher by publisher
January 15, 2026
in India, News
Reading Time: 1 min read
0
বিষ প্ৰয়োগ কৰি ৫০০ টা পথকুকুৰ হত্যা, মৃতদেহ পুঁতি পেলোৱাৰ অভিযোগ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

তেলেঙ্গানাত ইউটিউবাৰ ৰ মৃতদেহ উদ্ধাৰ!

ভয়ংকৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণ, তিনিটা শিশুসহ ছজন জীৱন্তে দগ্ধ

হায়দৰাবাদত ড্ৰাগছ বিৰোধী বৃহৎ অভিযান! ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযান চলাই

Telangana:✒️গণহত্যা—মানুহ নহয়, পথকুকুৰৰ। তেলেংগানাত যোৱা এসপ্তাহত অন্তত ৫০০টা পথকুকুৰক বিষ দি হত্যা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উঠিছে। ৰাজ্যখনৰ একাধিক গাঁৱত এই নৃশংস ঘটনা সংঘটিত হৈছে।

ADVERTISEMENT

সূত্ৰ অনুসৰি, শেহতীয়া গাঁও পঞ্চায়ত নিৰ্বাচনৰ সময়ত স্থানীয় বাসিন্দাসকলক পথকুকুৰৰ সংখ্যা নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ নামতে এই বৃহৎ পৰিসৰৰ কুকুৰ হত্যা সংঘটিত হৈছে নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

বিগত ১২ জানুৱাৰী, আদুলাপুৰম গৌতম (৩৫) নামৰ এজন পশুপ্ৰেমীয়ে থানাত অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগ অনুসৰি, পূৰ্বপৰিকল্পিতভাৱে পথকুকুৰ হত্যা কৰা হৈছে। কামাৰেড্ডি জিলাৰ ভবানীপেট, পালৱাঞ্চা, ফৰিদপেট, ৱাদি আৰু বন্দৰামেশ্বৰম গাঁৱত যোৱা দুই-তিনিদিনত অন্তত ২০০টা পথকুকুৰক বিষ দিয়া হৈছে। অভিযোগ অনুসৰি, এই ঘটনাত সংশ্লিষ্ট গাঁওসমূহৰ মুৰব্বীসকলে জড়িত।

আৰক্ষীয়ে জনোৱা মতে, পাঁচজন মুৰব্বী একেলগে কিশোৰ পান্ডে নামৰ এজন লোকক কুকুৰবোৰক বিষ দিবলৈ ভাড়াত নিযুক্ত কৰিছিল। কুকুৰবোৰক বিষৰ ইঞ্জেকচন দিয়া হৈছিল বুলি পুলিচে সন্দেহ প্ৰকাশ কৰিছে।

এটা মন্দিৰৰ কাষৰ পৰা একাধিক কুকুৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে, গাঁৱৰ বাহিৰত কুকুৰ হত্যা কৰি পুতি থোৱা মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বিষৰ প্ৰকাৰ জানিবলৈ ভিছাৰা নমুনা ফৰেনছিক লেব’ৰেটৰীলৈ পঠোৱা হৈছে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰত নিৰ্বাচনৰ পূৰ্বে কেবাজনো প্ৰাৰ্থীয়ে ঘোষণা কৰিছিল—ভোটত জয়ী হ’লে পথকুকুৰ আৰু বান্দৰৰ উৎপাত দমন কৰা হ’ব। চলিত মাহত ইতিমধ্যে দুজনী মহিলা গাঁওৰ প্ৰধানসহ মুঠ নজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, প্ৰায় ৩০০টা পথকুকুৰক বিষ দি হত্যা কৰাৰ অভিযোগত।

ইফালে, মঙলবাৰে এই পথকুকুৰৰ গণহত্যাৰ বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ত উত্থাপিত হয়। শীৰ্ষ আদালতে যোৱা পাঁচ বছৰত পথকুকুৰৰ সংখ্যা নিয়ন্ত্ৰণৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়—পথকুকুৰে কামুৰিলে, তেওঁলোকক খাদ্য যোগান ধৰা লোককো প্ৰয়োজন হ’লে দায়ী কৰা হ’ব পাৰে।

প্ৰয়োজন অনুসাৰে ৰাজ্যসমূহৰ ওপৰত কঠোৰ অৰ্থদণ্ড আৰোপৰ নিৰ্দেশো দিয়া হ’ব পাৰে বুলি আদালতে উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: stray dogs killedtelengana
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d