Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ICC Tough Decision:বাংলাদেশৰ ভাবুকি অসাৰ হ’ল, ভাৰততেই টি-২০ বিশ্বকাপ খেলিব লাগিব বাংলাদেশে

১৬ খন দেশে কৰা ভোটদানত ১৪ খন দেশ বাংলাদেশৰ বিপক্ষে ,মাত্ৰ পাকিস্তান বাংলাদেশৰ পক্ষত,নির্দেশ নামানিলে শাস্তি, অন্যথা বিপুল জৰিমনা:আচিচি

publisher by publisher
January 22, 2026
in International, Sports
Reading Time: 1 min read
0
ICC Tough Decision:বাংলাদেশৰ ভাবুকি অসাৰ হ’ল, ভাৰততেই টি-২০ বিশ্বকাপ খেলিব লাগিব বাংলাদেশে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Bangladesh:বিশ্বকাপৰ বাহিৰ হৈ নিজ দেশৰ চৰকাৰক দোষাৰোপ বিচিবিৰ

Riyan Parag in Team India:টিম ইণ্ডিয়াত স্থান পালে অসম সন্তান ৰিয়ান পৰাগে

Guwahati Traffic Police Pressmeet :কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ

ICC Tough Decision:

অগ্রাহ্য হ’ল বাংলাদেশৰ দাবী। আন্তর্জাতিক ক্রিকেট পৰিষদ (আইচিচি) ব তৰফৰ পৰা আনুষ্ঠানিকভাৱে জনাই দিলে যে পূৰ্বৰ সূচী অনুসৰি বাংলাদেশে ভাৰততে আগন্তুক টি-২০ বিশ্বকাপ খেলিব লাগিব। এইবাৰ বিশ্বকাপত খেলা-নেখেলাৰ সিদ্ধান্ত বাংলাদেশে কাইলৈৰ ভিতৰত জনাব লাগিব। আইচিচিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

ADVERTISEMENT

মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা বাদ দিয়াৰ পাছৰে পৰা বাংলাদেশ ক্রিকেট ব’র্ডে ভাৰতত টি-২০ বিশ্বকাপ নেখেলে বুলি হুংকাৰ দি আহিছিল। আনকি গ্রুপ পৰিৱৰ্তন কৰি শ্রীলংকাত খেলাৰ ইচ্ছা ব্যক্ত কৰিছিল। আইচিচিয়ে দাবী নামানিলে বিশ্বকাপ বৰ্জন কৰিব বুলিও বিচিবিয়ে ভাবুকি দিছিল। তাৰ পাছতো নিজৰ সিদ্ধান্তত অটল হৈ ৰ’ল আইচিচি। ক্রীড়াসূচীত কোনো পৰিৱৰ্তন নহ’ব বুলি স্পষ্ট কৰি দি আইচিচিয়ে জনায় যে বাংলাদেশে নেখেলিলে আন কোনো দলক বিশ্বকাপত সুযোগ দিয়া হ’ব।

উল্লেখ্য যে আচিচি বৈঠকতো ভাৰতত নেখেলাৰ সিদ্ধান্তত অটল আছিল বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম। ফলত বৈঠকত অংশ লোৱা ১৬দেশৰ প্রতিনিধিৰ মাজত এই বিষয়ত ভোটৰ ব্যৱস্থা হয়। ১৪ খন প্রতিনিধিয়েই বাংলাদেশৰ বিপক্ষে ভোটদান কৰাৰ বিপৰীতে বাংলাদেশ আৰু পাকিস্তানে বাংলাদেশৰ সপক্ষে অৱস্থান লোৱাত বিচিবিৰ খেলৰ স্থান সলনিৰ দাবী খাৰিজ হয়।

উল্লেখ্য যে বাংলাদেশে যদি টি-২০ বিশ্বকাপত নেখেলে, তেন্তে দেশখনৰ ক্রিকেট ব’র্ড বিপুল আর্থিক ক্ষতিৰ সম্মুখীন হ’ব। হ’ব পাৰে বিপুল ধনৰ জৰিমনা। আনকি নির্বাসন পর্যন্ত হ’ব পাৰে। এনে পৰিস্থিতিত আগন্তুক বর্ষত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত খেলাৰ বাংলাদেশৰ বাবে প্রায় অসম্ভৱ হৈ পৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bcbICC Tough DecisionT20 Cricket Match
publisher

publisher

Related Posts

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

September 8, 2026
আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d