Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh:বিশ্বকাপৰ বাহিৰ হৈ নিজ দেশৰ চৰকাৰক দোষাৰোপ বিচিবিৰ

publisher by publisher
January 27, 2026
in International, Sports
Reading Time: 1 min read
0
Bangladesh:বিশ্বকাপৰ বাহিৰ হৈ নিজ দেশৰ চৰকাৰক দোষাৰোপ বিচিবিৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Pakistan :টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে মেচ বৰ্জনৰ ঘোষণা কৰা পাকিস্থানৰ বিৰুদ্ধে কঠোৰস্থিতি আইচিচিৰ !

ICC Tough Decision:বাংলাদেশৰ ভাবুকি অসাৰ হ’ল, ভাৰততেই টি-২০ বিশ্বকাপ খেলিব লাগিব বাংলাদেশে

প্রতিযোগিতাত ৩০৮ ৰাণ সংগ্ৰহ কৰিও বিশ্বকাপ জয়ৰ পদক নাপালে প্রতীকাই

Bangladesh:

বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছত প্রথম প্রতিক্রিয়া জনালে বাংলাদেশ ক্রিকেট ব’র্ড (বিচিবি)-এ। তেওঁলোকে জনাইছে যে ভাৰতলৈ টি-২০ বিশ্বকাপ খেলিবলৈ নোযোৱাৰ সিদ্ধান্ত ব’ৰ্ডৰ নহয়, বৰঞ্চ বাংলাদেশ চৰকাৰৰহে। বিচিবিয়ে হেনো বিশ্বকাপত খেলিবলৈকে বিচাৰিছিল। বিচিবিয়ে লগত স্পষ্ট কৰি দিছে যে আইচিচিৰ সিদ্ধান্ত তেওঁলোকে মানি লৈছে। নতুনকৈ আৰু আবেদন কৰা নহয়।

ADVERTISEMENT

ইয়াৰ পাছতে বহুতে ধাৰণা কৰিছে যে নিজক দায়মুক্ত কৰি তথা চৰকাৰৰ ওপৰত দায় জাপি দি বিচিবিয়ে নিজক কিছু নিৰাপদ স্থানত ৰাখিব বিচাৰিছে। এটা কথা প্রায় পৰিষ্কাৰ যে বিশ্বকাপ নেখেলাৰ বাবে আইচিচিয়ে বাংলাদেশক কঠোৰ শাস্তি দিব। অনুদান বন্ধৰ পৰা আৰম্ভ কৰি নিৰ্বাসন পর্যন্ত হ’ব পাৰে; কিন্তু বিচিবিয়ে যদি প্রতিষ্ঠা কৰিব পাৰে যে ভাৰতত খেলিবলৈ নোযোৱাৰ সিদ্ধান্ত মহম্মদ ইউনুছ চৰকাৰৰহে, তেতিয়াহ’লে শাস্তিৰ পৰা ৰেহাই পোৱাৰ এটা পথ খোলা থাকিব।

বিচিবিৰ কৰ্মকর্তা আমজাদ হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতত খেলাটো খেলুৱৈৰ বাবে নিৰাপদ নহয় বুলি তেওঁলোকক বাংলাদেশ চৰকাৰে জনাইছিল। তেওঁ কয়, ‘আমাৰ চৰকাৰৰ তৰফৰ পৰা জনাইছিল যে ভাৰতত বিশ্বকাপ খেলাটো আমাৰ বাবে নিৰাপদ নহ’ব। আমি আমাৰ মেচসমূহ শ্রীলংকাত আয়োজন কৰাৰ অনুৰোধ জনাইছিলো; কিন্তু আইচিচি সম্মত নহ’ল। এই বিষয়ত আমাৰ একো কৰিবলগীয়া নাই। এয়া নিৰাপত্তাৰ কাৰণে চৰকাৰো লোৱা এক সিদ্ধান্ত।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh Cricket TeambcbICCJOY SHAH
publisher

publisher

Related Posts

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d