Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ECI Pressmeet in Guwahati:মহানগৰীৰ ৰেডিছন ব্লু হোটেলত নিৰ্বাচন আয়োগৰ সংবাদমেল

নিৰ্বাচনত ইভিএমত ৰঙীন ফটো থাকিব প্ৰাৰ্থীৰ:ইচিআই, মুঠ ভোটাৰ ২ কোটি ৪৯ লাখ ৫৯ হাজাৰ ১৩৯ জন

publisher by publisher
February 18, 2026
in Assam
Reading Time: 1 min read
0
ECI Pressmeet in Guwahati:মহানগৰীৰ ৰেডিছন ব্লু হোটেলত নিৰ্বাচন আয়োগৰ সংবাদমেল
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

ECI Pressmeet in Guwahati:

আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা ভাৰতৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নির্বাচন আয়োগৰ প্ৰতিনিধি দলটোৱে যোৱা তিনিদিনত একাদিক্ৰমে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতপ্ৰাপ্ত দল সমূহৰ স’তে সুকীয়া সুকীয়াকৈ এক পৰ্যালোচনা বৈঠকত অংশ লয় ৷ একেদৰে নিৰ্বাচন আয়োগে ৰাজ্যৰ মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সহ জ্যেষ্ঠ আমোলাৰ স’তে আলোচনাত মিলিত হোৱাৰ পিছত বুধবাৰে মহানগৰীৰ ৰেডিছন ব্লু হোটেলত এক সংবাদমেল সম্বোধন কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ,নির্বাচন আয়ুক্তদ্বয় ড° এছ. এছ. সান্ধু আৰু ড: বিবেক যোশীয়ে ৷ মুখ্য নির্বাচন আয়ুক্ত গৰাকীয়ে কয়,অসমত মুঠ ভোটাৰ ২ কোটি ৪৯ লাখ ৫৯ হাজাৰ ১৩৯ জন ৷ নতুন ভোটাৰৰ সংখ্যা ৫ লাখ ৭৫ হাজাৰ | ইয়াৰে ১২ লাখ ৩ হাজাৰ ৭০৯ জন দিব্যাংগ ভোটাৰ ৷

ADVERTISEMENT

আনহাতে অযোগ্য ভোটাৰৰ নাম কৰ্তনৰ বাবে অসমত এছ আৰ ব্যৱস্থা কৰা হয়। যাৰ জৰিয়তে কোনোবা ভোটাৰ ৰৈ গ’লে তেওঁ জিলা আয়ুক্তৰ লগত যোগাযোগ কৰিব পাৰিব ৷ আগন্তুক নির্বাচনত সকলো ভোটাৰক ভোট দিবলৈ আহ্বান আয়োগৰ। একেদৰে এইবাৰ নিৰ্বাচনত ইভিএমত ৰঙীন ফটো থাকিব প্ৰাৰ্থীৰ ৷ ইভিএমত প্ৰাৰ্থীৰ ফটো ব্লেক এণ্ড হোৱাইট হ’লে ভোটাৰৰ অসুবিধা হোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয়,নির্বাচনত থাকিব মুঠ ভোটকেন্দ্রৰ সংখ্যা হ’ব ৩১,৪৮৬টা ৷ ইয়াৰে গ্ৰামাঞ্চলত ২৭,৭১১টা ভোটকেন্দ্র থকাৰ বিপৰীতে চহৰাঞ্চলত ৩,৭৭৫টা ভোটকেন্দ্র । একেদৰে মহিলাই পৰিচালনা কৰিব ৩৭১৬টা ভোটকেন্দ্র। এইবাৰৰ পৰা কোনো এটা ভোট কেন্দ্রত নাথাকিব ১২০০ৰ অধিক ভোটাৰ ৷ভোটকেন্দ্ৰত খোৱাপানীকে ধৰি থাকিব সকলো ব্যৱস্থা কৰা হ’ব। তদুপৰি দিব্যাংগৰ বাবে ভূমি মহলাত থাকিব ভোটকেন্দ্র ৷

সংবাদমেলত জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্তদ্বয় মনীশ গাৰ্গ আৰু ড: পৱন কুমাৰ শৰ্মা, সঞ্চালক প্রধান আশীষ গোৱেল, উপদেষ্টা এন. এন. বুটোলিয়া, সঞ্চালক বিদ্যাৰাণী কন্থৌজাম আৰু ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ECI PressmeetGuwahatiRedisson Blu
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d