Gaurav Gogoi:
যোৰহাটৰ সাংসদ গৌৰৱ গগৈক আন্তৰাষ্ট্ৰীয় দায়িত্ব। বিশ্বৰ বিভিন্ন দেশৰ মাজত কুটনৈতিক আৰু বন্ধুত্বমূলক সম্পৰ্ক সুদৃঢ় কৰিবৰ বাবে ১৮তম লোকসভাৰ সাংসদ সকলক লৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বহু কেইটা গোট গঠন কৰিছে ৷ এই গোট সমূহৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে শাসক- বিৰোধীক বহু কেই গৰাকী জ্যেষ্ঠ সাংসদক ৷ সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈক India-Philippines Parliamentary Friendship Groupৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে লোকসভাৰ অধ্যক্ষৰ ওম বিৰলাই ৷
ADVERTISEMENT






























