Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AAP removes Raghav Chadha as party’s RS deputy leader:ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতি ৰাঘৱ চাদ্দাক অপসাৰণ

অশোক মিত্তলক উপ-দলপতিৰ দায়িত্ব

publisher by publisher
April 2, 2026
in News
Reading Time: 1 min read
0
AAP removes Raghav Chadha as party’s RS deputy leader:ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতি ৰাঘৱ চাদ্দাক অপসাৰণ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

Raghav Chadha:মই আঘাতপ্রাপ্ত, সেয়েহে মই বিপদজনক

AAP removes Raghav Chadha as party’s RS deputy leader:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যসভাত শেহতীয়াকৈ কেতবোৰ স্পৰ্শকাতৰ বিষয়ৰ লগতে সাধাৰণ মানুহৰ সমস্যাৰ বাবে যথেষ্ট দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি থকা বলিষ্ঠ যুৱ সাংসদ ৰাঘৱ চাদ্দাক ঘটনাক্ৰমে ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতি পদৰ পৰা অপহৰণ কৰি সেই স্থানত স্থলাভিষিক্ত কৰে আপৰ পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ অশোক মিত্তলক ৷

ADVERTISEMENT

উল্লেখ্য যে ,আম আদমী পাৰ্টিয়ে ৰাজ্যসভা সচিবালয়লৈ পত্ৰ লিখি সদনৰ উপ-নেতা ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ লগতে দলটোৱে নিজৰ পত্ৰত আৰু উল্লেখ কৰিছে যে আপৰ কোটাৰ পৰা ৰাঘৱ চাদ্দাক কথা ক’বলৈ সময় দিয়া উচিত নহয়।

উপ- দলপতিৰ নতুন দায়িত্ব লাভ কৰা অশোক মিত্তল আম আদমী পাৰ্টিৰ পঞ্জাৱৰ সাংসদ। ২০২২ চনৰ এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা পিছতে প্ৰতিৰক্ষা সমিতি আৰু বিত্ত সমিতিকে ধৰি কেইবাখনো সংসদীয় সমিতিত কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত-আমেৰিকা সংসদীয় বন্ধুত্ব গোটৰ সদস্য হিচাপেও নিযুক্তি লাভ কৰিছিল।

অপাৰেচন সিন্দূৰৰ ডি এম কেৰ সাংসদ কানিমোজিৰ নেতৃত্বত ৰাছিয়া, লাটভিয়া, স্লোভেনিয়া, গ্ৰীচ আৰু স্পেইনলৈ যোৱা সৰ্বদলীয় প্ৰতিনিধি দলৰ অংশ আছিল অশোক মিট্টাল।

আনহাতে ২০২২ চনৰ এপ্ৰিলৰ পৰা সংসদৰ সদস্য হিচাপে থকা কাৰ্যনিৰ্বাহ কৰি থকা ৰাঘৱ চাদ্দাই শেহতীয়াকৈ ৰাজ্যসভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ যোৱা মাহত ৰাঘৱে পঞ্চায়ত পৰ্যায়ত “সৰপঞ্চ পাতি” বা “পঞ্চায়ত পাতি”ৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ উল্লেখ কৰে যে মহিলা সৰ্পঞ্চৰ বাবে সংৰক্ষিত পঞ্চায়তৰ আসনত প্ৰকৃত ক্ষমতা তেওঁলোকৰ স্বামী বা পুৰুষ আত্মীয়ৰ ওপৰত। সংবিধানৰ ৭৩ সংখ্যক সংশোধনীৰ অধীনত মহিলা প্ৰতিনিধিয়ে প্ৰদান কৰা অধিকাৰ যাতে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চৰকাৰক দাবী জনায়।

আনকি সংসদত ৰাঘৱ চাদ্দাই ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়টোও উত্থাপন কৰে। তেওঁ কয় যে এই বিষয়টো স্বাস্থ্য, শিক্ষা, আৰু সমতাৰ বিষয় যিয়ে ভাৰতৰ ৩৫ কোটিৰো অধিক মহিলা আৰু ছোৱালীক প্ৰভাৱিত কৰে।

চাদ্দাই কয় যে যদিহে ছোৱালীয়ে কেৱল চেনিটেৰী পেড, পানী, গোপনীয়তাৰ অভাৱৰ বাবেই স্কুল এৰি দিয়ে, তেন্তে সেয়া ব্যক্তিগত ব্যৰ্থতা নহয়, সমাজৰ ব্যৰ্থতাহে। তেওঁ কয়, “সমাজে এটা জৈৱিক তথ্যক সামাজিক নিষেধাজ্ঞালৈ ৰূপান্তৰিত কৰিছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAP removesRaghav ChadhaRS deputy leader
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d