Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Raghav Chadha:মই আঘাতপ্রাপ্ত, সেয়েহে মই বিপদজনক

আপ নেতৃত্বৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাঘৱ চাড্ডাৰ, চাড্ডাক তীব্ৰ কটাক্ষ আতিশী মাৰ্লেনা আৰু অনুৰাগ খাণ্ডাৰ

publisher by publisher
April 4, 2026
in News
Reading Time: 1 min read
0
Raghav Chadha:মই আঘাতপ্রাপ্ত, সেয়েহে মই বিপদজনক
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

Raghav Chadha:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:দেশৰ সৰ্বসাধাৰণ নাগৰিকৰ কেতবোৰ সমস্যা সংসদত উপস্থাপন কৰি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাক হঠাতে আপৰ নেতৃত্বই উপ- দলপতি পদৰ পৰা অপসাৰণ কৰি পাঞ্জাৱৰ সাংসদ অশোক মিট্টালক দায়িত্ব দিয়া হয় ৷ দলটোৰ এনে সিদ্ধান্তক লৈ দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে ৷ এনে কি পৰিস্থিতি আহিল যে ৰাঘৱ চাড্ডা অপসাৰিত কৰিবলগীয়া হ’ল ৷ সচেতন মহলৰ মতে ৰাঘৱ চাড্ডাৰ অতুলনীয় জনপ্ৰিয়তাক লৈ ঈৰ্ষাপৰায়ণ হৈছে দলৰ শীৰ্ষ নেতৃত্ব ৷ আনহাতে

ADVERTISEMENT

এই সিদ্ধান্তক লৈ নিজৰ মৌনতা ভংগ কৰি চাড্ডাই ভিডিঅ’ বাৰ্তাযোগে দলৰ নেতৃত্বক পোনপটীয়াকৈ প্ৰশ্ন কৰে। আৱেগিক আৰু তিক্ত সুৰত তেওঁ কয় যে যেতিয়াই সংসদত ভাষণ দিয়াৰ সুযোগ পায় তেতিয়াই তেওঁ সদায় মৌলিক ৰাজহুৱা বিষয় উত্থাপন কৰে যিবোৰ সদনত প্ৰায়ে আওকাণ কৰা হয়। সাধাৰণ মানুহৰ মাত উঠাটো অপৰাধ নেকি বুলি প্ৰশ্ন উত্থাপন কৰে চাধাই। তেওঁ আশ্চৰ্য্য প্ৰকাশ কৰি প্ৰশ্ন কৰে যে তেওঁৰ ভাষণে দেশৰ সাধাৰণ নাগৰিকক কিয় উপকৃত কৰিছে৷ কিন্তু সংসদ সচিবালয়ৰ দ্বাৰা আম আদমী পাৰ্টিৰ ক্ষতি কিয় হৈছে, সেয়ে তেওঁক ভাষণ দিবলৈ বাধা দিয়া হৈছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাঘৱ চাড্ডা আন এক বিশদ ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ এতিয়ালৈকে সংসদত থকা কাৰ্যকালৰ ৰিপ’ৰ্ট কাৰ্ড দাখিল কৰে। এই ভিডিঅ’টোত কেইবাটাও ভাষণ আৰু বিষয় সংকলিত কৰা হৈছে য’ত তেওঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল যেনে বৰ্ধিত কৰ বোজা, মোবাইল ডাটাৰ মূল্য, পিতৃত্বৰ ছুটীৰ প্ৰয়োজনীয়তা, বেংকে আৰোপ কৰা অত্যধিক চাৰ্জ, খাদ্যৰ মিশ্ৰণ, আৰু অহা কলৰ সংযোগ বিচ্ছিন্ন হোৱা আদি বিষয়বোৰলৈ। তদুপৰি ২৮ দিনৰ ৰিচাৰ্জৰ বৈধতা, বিমানবন্দৰৰ যাত্ৰীৰ অসুবিধা, কাগজ লিক, বায়ু প্ৰদূষণ, স্বাস্থ্য বীমা, কৃষকৰ সংকটৰ দৰে বিষয়সমূহো তেওঁ কঠোৰভাৱে আলোচনা কৰে।

বিভিন্ন ৰাজনৈতিক মহলত ৰাঘৱ চাড্ডাৰ স্থিতিৰ ব্যাখ্যা কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে নিজৰ দলৰ বিৰুদ্ধে এনে ৰাজহুৱা প্ৰশ্ন উত্থাপন কৰাটোৱে চাড্ডাৰ গভীৰ ক্ষোভৰ প্ৰতিফলন ঘটায়। আম আদমী পাৰ্টিৰ পৰা আনুষ্ঠানিকভাৱে কোনো স্পষ্টীকৰণ পোৱা নাই যদিও ভৱিষ্যতৰ কোনো পৰিকল্পনাৰ ইংগিতো ৰাঘৱে দিয়া নাই যদিও দলৰ নেতৃত্বক যি ধৰণে সমালোচনা কৰিছে৷ সেইটোৱে স্পষ্টভাৱে ইংগিত দিয়ে যে আপৰ ভিতৰৰ আভ্যন্তৰীণ পৰিস্থিতি স্বাভাৱিক নহয়। বিশ্লেষকসকলে কয় যে উপ-নেতা পদৰ পৰা অপসাৰণ আৰু তাৰ পিছত সাংসদগৰাকীৰ ইমান চোকা প্ৰতিক্ৰিয়া দিল্লীৰ ৰাজনীতিত কিছু বৃহৎ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে ৷

আনহাতে দিল্লী বিধানভাৰ বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাও ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ ছ’চিয়েল মেডিয়াৰ এক ভিডিঅ’ত চাড্ডাক উদ্দেশ্য কৰি কয়,দিল্লী সুৰা নীতি গোচৰত দলৰ মুৰব্বী অৰবিন্দ কেজৰিয়াল দোষমুক্ত হোৱাৰ পিছত দলে উলিওৱা শোভাযাত্ৰাত নাছিল চাড্ডা। তেতিয়া তেওঁ আছিল গৈ লণ্ডনত ৷ মধ্য প্ৰাচ্য যুদ্ধ কেন্দ্ৰীক বিষয়ক লৈ যেতিয়া বিৰোধী দল সমূহ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ আছিল সেই সময়ত চাড্ডা কাৰ্যত: মৌন হৈ আছিল ৷ এনেবোৰ কাৰ্য কি সুচায় ৷ দলৰ দৃষ্টিভংগী আৰু নীতিৰ পৰা ফালৰি কাটি ব্যক্তিগত সুনাম অৰ্জন কৰি বা:বা:লোৱাৰ যি অভিপ্ৰায় ৷ সেয়াই তেওঁৰ আচল ৰূপটো উদঙাই দিয়ে বুলি তিৰ্যক মন্তব্য দিয়ে আতিশীয়ে ৷

একেদৰে আপৰ মিডিয়া বিভাগৰ মুৰব্বী অনুৰাগ ধাণ্ডাই স্পষ্টীকৰণ দি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুখ খুলিবলৈ ৰাঘরে ভয় কৰিছিল আৰু সেয়েহে তেওঁক উপ-দলপতি পদৰ পৰা অব্যাহতি দিয়া হ’ল।

নানাকাৰণত বিগত সময়ছোৱাত ৰাঘৱৰ স’তে দলৰ দূৰত্ব বৃদ্ধি পাইছিল আৰু অৱশেষত আপে বৃহস্পতিবাৰে ৰাঘৱক দলৰ উপ-দলপতি পদৰ পৰা আঁতৰ কৰিছিল। কালি আপে উপ-দলপতি পদৰ পৰা বাঘৱক অব্যাহতি দিয়াৰ কথা ঘোষণা কৰিছিল যদিও কোনো কাৰণ প্ৰদৰ্শন কৰা নাছিল। শুকু্ৰবাৰে আপে কাৰণ প্ৰদৰ্শন কৰি কয় যে প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে ৰাঘৱ সৰৱ নোহোৱাত তেওঁক পদৰ পৰা অব্যাহতি দিয়া হ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Mpfb postRaghav Chadhaspecial reaction
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d