Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

    Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

বিলাসীপাৰাত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়, একেটা গোচৰতে পক্স' আইনৰ অধীনত ২৫ বছৰৰ কাৰাদণ্ড

publisher by publisher
September 15, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড
0
SHARES
1
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

Guwahati:মহানগৰৰ ৰিহাব চেণ্টাৰত পুনৰ চাঞ্চল্যকৰ ঘটনা

Death penalty for rape and murder of children:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এগৰাকী চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ আৰু হত্যাৰ অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। সোমবাৰে আদালতে এই ৰায় প্ৰদান কৰি মৃত্যুদণ্ডবে দণ্ডিত কৰা অপৰাধীজন হৈছে উৎপল ৰায়।
উল্লেখ্য যে চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত বিগত ২০২৩ৰ চাৰি ছেপ্টেম্বৰত নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী আদিবাসী সম্প্ৰদায়ৰ চাৰি বছৰীয়া কণমানি কন্যা শিশু। পাছত পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৭৯/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি স্নিফাৰ ডগৰ সহায়ত অভিযান চলাই তিনিদিনৰ মূৰত চাহ বাগিচাখনৰ মাজৰ পৰা উদ্ধাৰ কৰিছিল কণমানিগৰাকীৰ মৃতদেহ। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই অঞ্চলটোৰে উৎপল ৰায় নামৰ লোকজনক আটক কৰে।
উল্লেখ্য যে কৃষ্ণকলি চাহ বাগিচাৰ অফিচ লাইনত সংঘটিত এই নৃশংস ধর্ষণ আৰু হত্যাকাণ্ডত ভুক্তভোগী শিশুটো আছিল বাগিচাখনৰ এগৰাকী দৰিদ্ৰ আদিবাসী শ্রমিক পৰিয়ালৰ কন্যা। ঘটনাৰ দিনা পুৱাৰ ভাগত পিতৃ-মাতৃয়ে কণমানিগৰাকীক ঘৰত অকলে থৈ বাগিচাত কাম কৰিবলৈ ওলাই যায়। এই সুযোগৰে অপব্যৱহাৰ কৰে একে বস্তিতে ঘৰ জোঁৱাইৰূপে বাস কৰা উৎপলে। বঙাইগাঁও জিলাৰ ভাকৰীভিটা উজনপাৰাৰ ধীৰেন ৰায়ৰ পুত্র উৎপলে কেইবছৰমান পূর্বে কৃষ্ণকলি চাহ বাগিচাৰ এগৰাকী আদিবাসী যুৱতীক বিবাহ কৰাই ঘৰ জোঁৱাইৰূপে বাগিচাখনত বাস কৰি আহিছিল।
তদন্তকাৰী বিষয়া তথা চাপৰ থানাৰ তৎকালীন ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে ঘটনাৰ অনুসন্ধান চলাই ঘৰত কোনো নথকাৰ সুযোগ লৈ উৎপলে চকলেটৰ প্রলোভন দেখুৱায় আৰু খেলাৰ ছলেৰে শিশুটিক ফুচুলাই বাগিচাৰ ভিতৰলৈ নিয়াটো নিশ্চিত হয়। কিছু সময় পাছত একাংশ স্থানীয় লোকে উৎপলক অকলে বাগিচাৰ পৰা ওলাই অহা প্রত্যক্ষ কৰে। কিন্তু তেতিয়ালৈ শিশুটিৰো কোনো সন্ধান পোৱা নাছিল। সন্ধিয়া উকলি যোৱাৰ পাছতো কন্যা শিশুটি ঘৰলৈ নহাত চিন্তিত পিতৃ-মাতৃয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্তৰ ভিত্তিত ছয় ছেপ্টেম্বৰত উৎপলক আটক কৰে।
ধৃত উৎপলে আৰক্ষীৰ জেৰাত প্রথমে শিশুটিক সমীপৰ চাহ বাগানত নি অমানুষিকভাবে ধৰ্ষণ কৰাৰ লগতে এই ঘটনা লুকুৱাই ৰাখিবলৈ শিশুটিক নির্মমভাবে হত্যা কৰি পেলাই থৈ আহিছিল বুলি স্বীকাৰ কৰে। ভয়-ভাবুকি প্রদান কৰি চাহ বাগিচাখনৰ ভিতৰলৈ মাতি নি অসৎ কাৰ্য চৰিতাৰ্থ কৰা উৎপলে পাছত শিশুটিক হত্যা কৰি অসংযত অৱস্থাত পেলাই থৈ অহা বুলি স্বীকাৰ কৰিছিল। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ছয় ছেপ্টেম্বৰৰ বিয়লি স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।
এই ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ লগতে আদিবাসী ছাত্র সংগঠন, আছা আৰু বিভিন্ন দল-সংগঠনৰ নেতা-কর্মী ঘটনাস্থলীত উপস্থিত হৈ তীব্র প্রতিবাদ সাব্যস্ত কৰে। ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি তদানীন্তন আৰক্ষী অধীক্ষক নবীন সিঙে ঘটনাস্থলীত উপস্থিত হৈ ক্ষুব্ধ ৰাইজক উচিত তদন্ত আৰু ন্যায় প্ৰদানৰ আশ্বাস দিছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ অধীনত ৩৬৩ (এ), ৩৭৬ (এবি), ৩০২, ২০১ আৰু আৰডব্লিউ ছেকছন ৬ পক্স’ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্তমৰ্মে আৰক্ষীয়ে নৰপিশাচ উৎপলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।
দীর্ঘদিন ধৰি চলা গোচৰৰ অন্তত আজি ৰাণা দত্তৰ বিশেষ আদালতে সাক্ষীবাদী গ্রহণ আৰু আদালতৰ বিচাৰ প্রক্রিয়া সম্পন্ন হোৱাত পৈশাচিক ঘটনাটোৰ ঐতিহাসিক ৰায়দান প্রদান কৰে।
সেই অনুযায়ী অভিযুক্ত উৎপলক ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় প্ৰদানৰ লগতে পক্স’ আইন ৬ৰ অধীনত ২০ বছৰ আৰু ২০১ ভাৰতীয় দণ্ড বিধিৰ অধীনত পাঁচ বছৰৰ কাৰাদণ্ড বিহে আদালতখনে। দীর্ঘ তিনি বছৰৰ অন্তত আজি এই ঐতিহাসিক ৰায় প্ৰদানৰ যোগেদি ন্যায় প্ৰদান কৰাত স্বস্তিৰ নিশ্বাস এৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
শিশুটিক ন্যায় প্ৰদানৰ লগতে শিশু নির্যাতন আৰু এনে জঘন্য অপৰাধৰ বিৰুদ্ধে সমাজলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে সত্ৰ ন্যায়াধশজনে। উল্লেখ্য যে এই গোচৰটোত চৰকাৰী অধিবক্তাৰূপে যুক্তি দর্শাইছিল লৈ তপন ভট্টাচার্য, গীতুমণি কলিতা নিয়োগী আৰু মৃদুলা বৰাই। আনহাতে, গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াৰূপে তদন্তৰ প্রতিবেদন দাখিল কৰিছিল প্ৰথম অৱস্থাত অর্পনা তালুকদাৰে। পাছত ৰঞ্জিত কাকতিৰ লগতে শপতনামা দাখিল কৰিছিল আৰক্ষী বিষয়া দ্বীপজ্যোতি ইংতিয়ে।
ইফালে, আদালতৰ এই ঐতিহাসিক ৰায়দানত স্থানীয় বিভিন্ন মহিলা সংগঠনৰ লগতে বিভিন্ন পক্ষই সন্তুষ্টি প্রকাশ কৰিছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Child DeathCrime CaseDeath Penaltydhubri bilasiparalatest newsMain Accusedrape and murder caseSessions Court
publisher

publisher

Related Posts

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ
Assam

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

September 15, 2026
অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

September 14, 2026
পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন
Assam

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d