Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

    মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

publisher by publisher
September 5, 2026
in Assam, News
Reading Time: 1 min read
0
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

FloodAlert : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসহায় হৈ আত্মৰক্ষাৰ বাবে দৌৰিবলৈ চেষ্টা কৰিছিল বহুজনে। ওখ স্থান আৰু ঘৰৰ পকী ছাদ এখন যেন সেই সময়ত নিজক বচাই ৰখাৰ একমাত্র উপায় বুলি মানুহবোৰে ভাবি লৈছিল। দিখৌ নদীৰ পাৰৰ বামুণপুখুৰী টেঙাহোলাত ভয়াবহ বিপদৰ সূচনা কৰাৰ সময়ত ১৯ জুলাইৰ জলপ্ৰলয়ৰ মুখামুখি হৈ মানুহবোৰ নিঃসহায় হৈ পৰিছিল। সৰু সৰুকৈ বাঁহেৰে ঘৰ সাজি জীৱন নিৰ্বাহ কৰি অহা মানুহবোৰে নদীয়ে বিশ্বাসঘাতকতা কৰাৰ কথা ভাবিবই নোৱাৰিছিল।

ADVERTISEMENT

সেই নদীৰ লগতে তেওঁলোকৰ আজন্ম সম্পর্ক। পাৰৰ চাপৰিত খেতি কৰি জীৱিকা উলিয়াই অহা পৰিশ্ৰমী এই মানুহবোৰে সেইদিনা নদীখন কিয় এনেকুৱা হৈ গ’ল তৎ ধৰিবই নোৱাৰিলে। বামুণপুখুৰী চাহ বাগিচাৰ মাজৰ বিষ্ণু মন্দিৰৰ ঠাইখিনি ওখ হোৱাৰ বাবেই টেঙাহোলাৰ ফালৰ মানুহবোৰে বাগানৰ মাজেদি থকা চিনাকি বাটেৰে বাঢ়ি অহা পানীৰ বাধাক নেওচি নিজকে ৰক্ষা কৰিবলৈ আগবাঢ়ি গৈছিল। মানুহবোৰ তাতে নিৰাপদে থাকিবলৈ ৰৈ গৈছিল।

ইফালে, নিজৰ ঘৰৰ পৰা উজাই সেই বাটৰ কাষতে থকা মোমায়েকৰ ঘৰত আছিল বামুণপুখুৰী মডেল হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰিদিপ পানিকা। মৰমৰ কুকুৰ বৰুণক লগত লৈ লগৰীয়া আৰু কেইটিমান শিশুৰে স’তে পানীৰ মাজেদি ৰিদিপেও মোমায়েকৰ ঘৰ এৰি ওখ স্থানলৈ বুলি বাট বুলিছিল। তেতিয়া বিয়লি প্রায় ৩-৩০ বাজিছিল।

বামুণপুখুৰী চাহ বাগিচাৰ চৌপাশে বানৰ আতংকময় পৰিস্থিতি সৃষ্টি হৈছিল। প্ৰচণ্ড উচ্চতাৰ ঢৌ উঠিছিল। ৰিদিপৰ পিতৃ-মাতৃয়েও নিজৰ নিৰ্মাণৰত পকী ভেটিটোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ স্থানীয় গৰীৱলাল কুৰ্মী নামৰ শিক্ষকজনৰ পকী ছাদৰ ওপৰত আশ্ৰয় লৈছিলগৈ।

তেওঁলোকৰ বাবে আৰু উজাই গৈ চাহ বাগানৰ মাজৰ মন্দিৰৰ চোতাল পাবলৈ সাধ্য নাছিল। ইফালে, প্রায় চাৰিশ মিটাৰ দূৰত্বৰ ৰিদিপৰ মাক-দেউতাক দীপক পানিকা আৰু ভাৰতী পানিকাক সোনকালে বাগানৰ বিষ্ণু মন্দিৰৰ ওখ স্থানলৈ বুলি লৈ যাবলৈ ওলাই আহিছিল ৰিদিপৰ মোমায়েক।

বাঢ়ি অহা জলপ্ৰলয়ৰ তীব্রতা ইমানেই বেছি আছিল যে বায়েক-ভিনিহিয়েকক লগত লৈ নিজৰ ঘৰটোলৈ বা মন্দিৰৰ স্থানলৈ যোৱাৰ সকলো পথেই ৰুদ্ধ হৈ পৰিছিল। পানী একঁকালৰ পৰা এডিঙি হৈ পৰিছিল। ঘৰলৈ উলটিব নোৱৰা অৱস্থাত ৰিদিপৰ মোমায়েকে ৰিদিপৰ মাক আৰু দেউতাকৰ স’তে ওচৰৰ ঘৰৰ সেই পকী ছাদতে আবদ্ধ হৈ ৰৈ যাবলৈ বাধ্য হৈছিল। পানীৰ উচ্চতা বাঢ়িয়েই আছিল।

ইফালে, নিজে পকী ঘৰৰ ছাদত নিৰাপদ অনুভৱ কৰিলেও একমাত্র সন্তান ৰিদিপ মোমায়েকৰ ঘৰ আৰু পৰৱৰ্তী মন্দিৰৰ ওখ ঠাইলৈ যোৱা বুলি মাকে কোনো কোনো আত্মীয়ৰ যোগেদি ফোনতে খবৰ পাই আছিল যদিও তেওঁ ক্ষান্ত হ’ব পৰা নাছিল।

সঁচাকৈয়ে ৰিদিপে মন্দিৰৰ ফালে ঠিকেই বাট লৈছিল যদিও দ পানীৰ কেঁকুৰিডোখৰ ঘূৰিবলৈ লওঁতেই হাতৰ পৰা পানীলৈ গুচি গৈছিল তাৰ বৰুণ নামৰ মৰমৰ কুকুৰটো। সি কুকুৰটো ৰক্ষা কৰিবলৈ পথৰ পৰা ফালৰি কাটিছিল। দৈৱৰ দুর্বিপাকত তাৰ মৰমৰ বৰুণ ৰক্ষা পৰিছিল। লগৰীয়া শিশুহঁতৰ হাতত বৰুণক তুলি দিয়া অৱস্থাত এইবাৰ ঢৌৰ কোবত ৰিদিপে নিজেই খোপনি হেৰুৱাইছিল।

ঢৌৰ আঘাতত নিলগলৈ আঁতৰি যোৱা ৰিদিপে যেন প্রাণপণে ওচৰ চাপিব খুজিও তাৰ বৰুণ আৰু লগৰ শিশুকেইটাৰ ওচৰলৈ আহিব নোৱৰা হ’ল। আনকেইটা শিশুৰ চিঞৰ-বাখৰ শুনি কেইজনমান ডেকা মানুহে নাও বাই ৰিদিপক তুলি আনে যদিও ইতিমধ্যে ফুলকুমলীয়া শিশুটিৰ শৰীৰ নাৱৰ বুকুতে স্পন্দনহীন হৈ পৰিছিল। পাছত তাৰ নিথৰ শৰীৰটো বাগিচাৰ ওখ স্থান ফেক্টৰীৰ ওচৰলৈ লৈ গৈ মোমায়েকৰ ঘৰৰ কাষতে শুৱাই দিলেগৈ।

সেই সময়ত চৌপাশে কেৱল আতংক, চিৎকাৰ। ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তু, ঘৰৰ ভিতৰৰ লাম-লাকটু সকলোবোৰ উটুৱাই নিয়াৰ বেদনাত মর্মাহত হৈ থকা মানুহবোৰে বলিয়া বানৰ ত্ৰাসত নিশা ৰিদিপৰ মাকে কৰা প্ৰতিটো ফোনৰ প্ৰশ্নত ৰিদিপ আহি শুই থকা বুলিয়েই উত্তৰ দি গৈছিল।

২০ জুলাইৰ বিয়লি যেতিয়া ৰিদিপৰ মাক-দেউতাক আৰু মোমায়েকে উদ্ধাৰকাৰী নাৱত উঠিহে ৰিদিপৰ কাষ পাইছিল, তেতিয়াহে পিতৃ-মাতৃয়ে দেখা পাইছিল পুত্ৰৰ কৰুণ মৃত্যুৰ দশা। এই কথা নিজমুখে প্রকাশ কৰি পুত্ৰৰ শ্রাদ্ধৰ অনুষ্ঠানৰ মাজত ৰিদিপৰ মাতৃয়ে আশা কৰিলে এনে দ্বিতীয় এক মৃত্যু যেন কাৰোৰে জীৱনলৈ নাহক।

পিতৃ-মাতৃ উভয়ে নদীখনৰ বুকুত অবাধে খান্দি অহা শিল আৰু নগা পাহাৰত অবাধে খান্দি অহা কয়লাৰ অলেখ গহ্বৰ, কৃত্রিম হ্রদ সৃষ্টি হোৱাৰ পৰিণতিয়েই ১৯ জুলাইৰ বিধ্বংসী বান বুলি আঙুলিয়াই দিয়ে।

ৰিদিপৰ মাতৃয়ে কয়, ‘নদীখন বাঢ়ি আহিলে আমি নিঃসহায় হওঁ, পাহাৰখন খহি গ’লে আমাৰ আৰ্তনাদ কোনোৱেই নুশুনা হয়।’ সোনকালেই কয়লা-শিলৰ অবাধ খনন বন্ধ কৰি ৰাইজক জীয়াই থকাৰ পৰিৱেশ দিবলৈ চৰকাৰ আৰু নাগৰিক সমাজক আহ্বান জনালে সন্তান হেৰোৱা পানিকা দম্পতীয়ে।

সঁচাই থিতাতে নদীখন আৰু নাতিদূৰৰ পাহাৰে গঢ়ি ৰখা সম্পৰ্কৰ মাজত বামুণপুখুৰী টেঙাহোলাৰ বাসিন্দাসকলে এতিয়া নিজাববীয়াকৈ কোনো কোনো সংগঠনে যোগাই যোৱা টিনপাতকেইখনকে চালি আৰু বেৰা লগাই আশ্রয় গ্রহণ কৰা অৱস্থাত নিশা সাৰে থকাৰ পৰিৱেশে বিৰাজ কৰিছে।

স্থানীয় আৱাসী জয়ন্তী বাগে কয়, ‘এতিয়া মাজনিশা বৰষুণ দিলেই আমাৰ ঘৰ-বাৰীবোৰ ঢাকি পেলোৱা সেই ভয়াৱহ বান অহাৰ ভয়ত আমি কঁপি থাকো।’ নদীৰ কাষৰ লগতে মথাউৰিবিহীন দিখৌ নদীৰ মথাউৰি চৰকাৰে যাতে সোনকালে নিৰ্মাণ কৰি জীৱনবোৰ নিৰাপদ কৰে, তাৰ প্ৰাৰ্থনাৰে কাতৰ হৈছে টেঙাহোলাবাসী।

নগালেণ্ডত বৰষুণ হ’লেই দিখৌ বাঢ়ি উঠিব আৰু দিখৌ বাঢ়িলেই বান ভয়ানক হ’ব বুলি বিশ্বাস গাঢ় হোৱা বিহুবৰ টেঙাহোলাবাসীয়ে নদীৰ গতি প্রকৃতি নিৰীক্ষণ কৰাৰ লগতে জনসাধাৰণক বিপদৰ কথা আগতীয়াকৈ অৱগত কৰাৰ বাবে মাইক ব্যৱহাৰ কৰিবলৈ জিলা আৰু সমজিলা প্রশাসনক আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
India

October 11, 2026
জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ
India

জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

October 11, 2026
মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’
India

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

October 11, 2026
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

October 11, 2026
শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়
India

শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

October 11, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d