Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    অভিজিৎ দীপকেৰ বানে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

    নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

অৰুণাচল-ছিকিমত হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ শংকা

publisher by publisher
September 5, 2026
in India, News
Reading Time: 1 min read
0
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

ArunachalPradesh: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ শেহতীয়া জলপ্রলয়ক লৈ চৌদিশে ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে উত্তৰ-পূবৰ দুখন পাহাৰীয়া ৰাজ্যতো কেতবোৰ অতি বিপজ্জনক হিমবাহৰ হ্ৰদ চিনাক্ত কৰা হৈছে। যিকোনো মুহূর্ততে এনে হ্রদ ফাটি প্রবল বানৰ সৃষ্টিৰ আশংকা আছে। এই ৰাজ্য দুখন হ’ল অৰুণাচল প্রদেশ আৰু ছিকিম।

ADVERTISEMENT

ছিকিমত এনে অতি বিপজ্জনক ৪০টা হিমবাহৰ হ্ৰদ চিনাক্ত কৰা হৈছে। আনকি ইয়াৰে ১৬টা হ্রদ যিকোনো মুহূৰ্ততে ফাটি পৰাৰ আশংকা আছে। যদি এনে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নামনি অঞ্চলৰ জনবসতি স্থলসমূহ সম্পূর্ণরূপে ধ্বংস হ’ব পাৰে। উল্লেখ্য যে নেপালৰ শেহতীয়া জলপ্ৰলয়ৰ কাৰণ এটা হিমবাহৰ হ্ৰদ ফাটি পৰে। এটা এনে হ্রদ ফাটিয়েই নেপালত সৃষ্ট এই জলপ্রলয়ত সহস্রাধিক লোকৰ প্ৰাণহানি ঘটাৰ লগতে সা-সম্পত্তিৰ অভাবনীয় ক্ষতিসাধন হয়।

গতিকে ছিকিমত নেপালতকৈও অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা আছে। কাৰণ ক্ষুদ্ৰ ৰাজ্যখনত অতি বিপজ্জনক ৪০টাকৈ হিমবাহৰ হ্রদ চিনাক্ত হোৱাই নহয়, ইয়াৰে ১৬টা যিকোনো মুহূর্ততে ফাটি অবর্ণনীয় ধ্বংসলীলা সাধন কৰিব পাৰে বুলি সতর্কতা জাৰি কৰা হৈছে উল্লেখ্য যে হিমবাহৰ বৰফ গলি হিমবাহৰ হ্ৰদৰ সৃষ্টি হয়।

এনে একোটা হ্রদ হিমবাহৰ ওচৰত বা ইয়াৰ নিম্ন ভাগত সৃষ্টি হয়। এনে হ্ৰদৰ এক ধৰণৰ বান সৃষ্টি হয়। এই বানক ‘গ্লফ’ (গ্লেচিয়েল লেক আউটবার্স্ট ফ্লাড) বুলি কোৱা হয়। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে নেপালৰ শেহতীয়া জলপ্রলয় হিমবাহৰ হ্রদ ফাটি সৃষ্টি হোৱা নাই।

আনহাতে, হিমবাহৰ হ্ৰদৰ পৰা সততে বৃহৎ পৰিমাণৰ পানী ওলাই আহিলে ‘গ্লফ’ৰ সৃষ্টি হয়। এনে বান বিধ্বংসী হয়। আনকি এনে বানে পৰিৱেশৰো ব্যাপক ক্ষতিসাধন কৰিব পাৰে। উল্লেখ্য যে ২০২৩ৰ অক্টোবৰত ছিকিমত এক বিধ্বংসী ‘গ্লফ’ৰ সৃষ্টি হৈছিল।

এই বানত কমেও ৬০জন লোকৰ প্ৰাণহানি ঘটাৰ লগতে ৰাজ্যখনৰ মংগান, গেংটক, পাকিয়ং আৰু নামচি জিলাৰ বিস্তৰ ক্ষতিসাধন হয়। আনকি এই বানত ৰাজ্যখনৰ এটা প্রধান জলবিদ্যুৎ প্ৰকল্পৰ অন্যতম মূল উপাদান চুংথাং বান্ধ ধ্বংস কৰে।

শেহতীয়াভাৱে ছিকিমত ৪০ টাকৈ অতি বিপজ্জনক হিমবাহৰ হ্ৰদ চিনাক্ত হোৱা সম্পর্কত কালি কেন্দ্রীয় গৃহ সচিবৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ‘গ্লফ’ৰ বিপদ কেনেদৰে হ্ৰাস কৰিব পাৰি তাক লৈ এই সভাত আলোচনা হয়।

সভাত গৃহ সচিবে প্রকাশ কৰা অনুসৰি এই ৪০ অতি বিপজ্জনক হিমবাহৰ হ্ৰদৰ ১৬ টাক ‘এ’ শ্রেণীভুক্ত কৰা হৈছে। অর্থাৎ এই ১৬টা হ্রদ সবাতোকৈ অতি বিপজ্জনক। ইয়াৰ পাছতে ‘বি’ শ্রেণীত দুটা, ‘চি’ শ্রেণীত নটা হ্রদক অন্তর্ভুক্ত কৰা হৈছে। ‘বি’ আৰু ‘চি’ শ্রেণী হ্রদসমূহো বিপজ্জনক।

অৱশ্যে ১৩টা হ্ৰদৰ শ্ৰেণীভুক্তকৰণ এতিয়ালৈ সম্পন্ন হোৱা নাই। এই সম্পর্কত ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙৰ প্ৰেছ সচিব ৱাই তামাঙে জনায় যে ‘গ্লফ’ৰ বিপদ হ্ৰাসৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। এই বিষয়ে জনতাক সজাগ কৰাৰ প্ৰয়োজন বুলিও তামাঙে উল্লেখ কৰে।

উক্ত সভাত অৰুণাচল প্রদেশতো দুটা ‘গ্লফ’ হ্রদ থকাৰ কথা আলোচিত হয়। আনহাতে, ‘ডিস্ক’ভাৰ হেজাৰ্ডছ’ শীর্ষক এক আলোচনীত শেহতীয়াভাৱে প্রকাশিত এক গৱেষণাপত্র অনুসৰি অৰুণাচল প্রদেশত ১২৭টা হিমবাহৰ হৃদ আছে। ইয়াৰে দুটা হ্রদ অতি বিপজ্জনক ‘গ্লফ’ হ্রদ। আন হ্রদসমূহৰ ৮৯টা কম আশংকাৰ আৰু ৩৬টা মজলীয়া আশংকাৰ হ্ৰদ বুলি চিহ্নিত কৰা হৈছে।

গতিকে অৰুণাচল প্রদেশক লৈয়ো আশংকাৰ সৃষ্টি হৈছে। অৱশ্যে ১৯৮৮ত পাহাৰীয়া ৰাজ্যখনত সম্ভাব্য বিপজ্জনক হিমবাহ হ্ৰদৰ সংখ্যা ২৪টা আছিল। তেতিয়া এই হ্রদসমূহে ১১০.৭২ হেক্টৰ ভূমি আগুৰি ধৰি আছিল। বিভিন্ন সময়ত কৃত্রিম উপগ্ৰহই প্ৰেৰণ কৰা চিত্ৰ বিশ্লেষণ কৰি গৱেষকসকলে এই হিমবাহৰ হ্ৰদসমূহৰ তথ্য উদ্ধাৰ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক
India

কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

October 10, 2026
নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ
India

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

October 10, 2026
যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d