Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    হাউথিৰ আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

    মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

publisher by publisher
September 5, 2026
in International, News
Reading Time: 1 min read
0
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

NepalFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :বিগত ২৪ ঘণ্টাত আৰু তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰা সম্ভৱ হৈছে। শুকুৰবাৰে নিশা এক্স হেণ্ডেলত পোষ্ট কৰি এই কথা জনায় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে। এতিয়ালৈকে কিমানজন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে, সেই পৰিসংখ্যাও তেওঁ প্ৰকাশ কৰে।

ADVERTISEMENT

যোৱা ২৪ আগষ্টত আকস্মিক বানৰ পাছৰে পৰা বিপৰ্যস্ত নেপাল। দেশখনত বহু ভাৰতীয়ও আবদ্ধ হৈ পৰিছে। তেওঁলোকৰ অধিকাংশই পৰ্যটক। আনহাতে, কোনো কোনোৱে নেপালত কাম কৰিবলৈ গৈও আবদ্ধ হৈ পৰিছে।

তেওঁলোকৰ বহুতৰে সন্ধান পোৱা গৈছে যদিও এতিয়াও বহু ভাৰতীয় সন্ধানহীন হৈ আছে। শুকুৰবাৰে তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰাৰ খবৰ জনায় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে।

ৰণধীৰ জয়ছৱালে জনোৱা মতে, ত্ৰিশূলী বজাৰ অঞ্চলৰ পৰা এই তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰা সম্ভৱ হৈছে। উদ্ধাৰ হোৱা তিনিজন ভাৰতীয়ৰ পৰিচয়ো প্ৰকাশ কৰিছে তেওঁ। তেওঁলোকৰ মাজত পাঁচ বছৰীয়া এটি শিশুও আছে। উদ্ধাৰ হোৱা ভাৰতীয়কেইজন হৈছে অভিজিৎ সুৰেশ পাৱাৰ, দীপিকা অভিজিৎ পাৱাৰ আৰু সমৰ্থ অভিজিৎ পাৱাৰ। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে তিনিওজন একেটা পৰিয়ালৰ সদস্য—পিতৃ, মাতৃ আৰু সন্তান।

ৰণধীৰে জনোৱা মতে, নেপালত থকা ভাৰতীয় দূতাবাসে উদ্ধাৰ হোৱা ভাৰতীয়সকলৰ সৈতে যোগাযোগ ৰাখিছে। তেওঁলোকক আকাশপথে ভাৰতলৈ ঘূৰাই অনা হ’ব।

শুকুৰবাৰে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে নেপাল-তিব্বত সীমান্তত আকস্মিক বানৰ ফলত এতিয়ালৈকে ২৭৫ জন ভাৰতীয় সন্ধানহীন হৈ আছে। অৱশ্যে ১৬৯ জন ভাৰতীয়ক জীৱিত অৱস্থাত উদ্ধাৰ কৰা সম্ভৱ হৈছে। তেওঁলোকৰ ভিতৰত ত্ৰিশূলী বজাৰ অঞ্চলৰ পৰা উদ্ধাৰ হোৱা এই তিনিজন ভাৰতীয়ও আছে।

প্ৰথমৰে পৰাই নেপালৰ ফালে সহায়ৰ হাত আগবঢ়াই আহিছে ভাৰতে। ভাৰতৰ পৰা বিমানযোগে বিপৰ্যস্ত নেপাললৈ প্ৰেৰণ কৰা হৈছে সাহায্য সামগ্ৰী। শুকুৰবাৰলৈকে নেপাললৈ ৯৫ টন সাহায্য সামগ্ৰী পঠিওৱা হৈছে।

ৰণধীৰে জনোৱা মতে, ভাৰত চৰকাৰে নিৰন্তৰ নেপাল চৰকাৰৰ স’তে যোগাযোগ ৰাখিছে। নেপালৰ প্ৰয়োজন অনুসৰি ভাৰতে তেওঁলোকক সহায় আগবঢ়াই যাব। কেৱল সাহায্য সামগ্ৰীয়েই নহয়, ভাৰতৰ পৰা উদ্ধাৰকাৰী দলো নেপাললৈ পঠিওৱা হৈছে। ইয়াৰ উপৰি ফৰেনছিক দলো নেপাললৈ গৈছে।

নেপাল চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি, শুকুৰবাৰে নিশালৈকে দেশখনৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা মুঠ ১,২৯৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে ১২ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা সম্ভৱ হৈছে।

তথাপিও উৎকণ্ঠা এতিয়াও আঁতৰা নাই। সন্ধানহীন লোকৰ সংখ্যা এতিয়াও পাঁচ হেজাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ
India

‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

October 11, 2026
দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
India

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

October 11, 2026
জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ
India

জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

October 11, 2026
মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’
India

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

October 11, 2026
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d