Barpeta:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ইউচিচিক চেলেঞ্জ দি নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত পৰিল যুৱক । শুকুৰবাৰে নিশা পুতলাৰটাৰীৰ ৰকিবুল ইছলাম নামৰ যুৱকজনে নিজ পত্নীক এৰি বেলেগৰ বিবাহিত পত্নী কাষলৈ যাওঁতেই ৰাইজৰ ৰোষত পৰে৷ ক্ষুব্ধ ৰাইজে ৰকিবুলক উত্তম-মধ্যম দি গতাই দিয়ে বৰপেটা আৰক্ষীক৷
ADVERTISEMENT
উল্লেখ্য যে ৰকিবুল ইছলাম নামৰ যুৱকজনে বহুজনৰ পৰা প্ৰৱঞ্চনাৰে লাখ লাখ টকা আত্মসাৎ কৰাৰ সমান্তৰালভাৱে চাইবাৰ অপৰাধৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ হাতত পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল।































