Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

আন্তঃগাঁথনি নির্মাণত ৰহস্যজনক অৱহেলা পথ-দলং-পানী যোগান -জলসিঞ্চনকে ধৰি কে'বাটাও শিতানত বঞ্চিত হ'ল ৰাজ্য

publisher by publisher
September 22, 2026
in Uncategorized
Reading Time: 1 min read
0
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Dainik Agradoot Today’s Edition: 22 Sept 2026

Dainik Agradoot Today’s Edition: 21 Sept 2026

Doner Ministry:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নির্মাণ কার্যব লেহেমীয়া গতি, সময়মতে ক’ম আৰম্ভ নকৰা আদিৰ দৰে নেতিবাচক কাৰণতে অসমে হেৰুৱালে কমেও ২১১ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্প। আন্তঃগাঁথনি উন্নয়ৰ অভাৱত ভোগা ৰাজ্যখনৰ কে’বাখনো জিলাত বিভিন্ন প্রকল্প ৰূপায়ণৰ বাবে এই পুঁজি আবণ্টন দিছিল উত্তৰ-পূর্বাঞ্চল উন্নয়ন বিভাগ (ড’নাৰ) মন্ত্রণালয়ে।

ADVERTISEMENT

আনকি প্রকল্পবোৰৰ কামৰ অস্বাভাৱিক লেহেমীয়া গতিত ক্ষুণ্ণ মন্ত্রণালয় বিপৰীতে ধাৰ্য পুঁজিৰ এটা অংশ মোকলায়ো দিছিল; কিন্তু অসম চৰকাৰে বছৰ বছৰ ধৰি আবণ্টিত প্রকল্পবোৰ ৰূপায়ণ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত নিয়ম অনুসৰি তেনে মন্ত্রণালয়ে বন্ধ কৰি দিবলৈ তথা বাতিল কব্বিলৈ বাধ্য হ’ল। যোৱা আগষ্টৰ ভিতৰত বন্ধ কৰি দিয়া হয় এই বৃহৎ সংখ্যক প্রকল্প। ইয়াৰে ১৪টা প্রকল্প ‘নন লেপচেবল চেন্ট্রেল পুল অৱ বিছ’চেজ’ (এনএলচিপিআৰ) ৰ অধীনৰ আৰু ছটা প্রকল্প উত্তৰ-পূৱ পৰিষদ (এনইচি) ৰ আঁচনিৰ অধীনৰ প্ৰকল্প।

বন্ধ ঘোষণা কৰা এই প্রকল্পবোৰৰ অধিকাংশই যোৱা ১০ বছৰৰ ভিতৰত অনুমোদনপ্রাপ্ত। কিন্তু ইমান বছৰৰ পাছতো প্রকল্পবোৰৰ কোনো অগ্রগতি নহ’ল। আনকি কে’বাটাও প্ৰকল্পৰ কামৰ আৰম্ভণিয়েই নহ’ল। বিগত বৰ্ষত এই প্রকল্পবোৰৰ অগ্রগতিৰ দিশ ড’নাৰ মন্ত্রণালয়ৰ প্রতিনিধি বিশেষজ্ঞৰ দলে ক্ষেত্রভিত্তিক পর্যবেক্ষণ কৰে। তাৰ পাছত প্রকল্পবোৰৰ শেহতীয়া অৱস্থাৰ প্রতিবেদন নিয়ম অনুসৰি ৰাজ্যিক পৰ্যায়ৰ সৱলীকৰণ সমিতিৰ ওচৰত দাখিল কৰা হয়। প্রতিবেদনত প্রকল্প ৰূপায়ণৰ দুৰৱস্থাৰ ছবিখন তথ্যসহ দাঙি ধৰা হয়। প্রতিবেদনত এই কথা উল্লেখ কৰা হয় যে অসম চৰকাৰ আবণ্টিত প্রকল্পবোৰ ৰূপায়ণত সম্পূর্ণ ব্যর্থ হৈছে। প্রকল্পসমূহ ৰূপায়ণত অগ্রাধিকাৰ দিবলৈ বহুবাৰ সোঁৱৰাই দিয়া হৈছে। তথাপি চৰকাৰে বিষয়টোত প্রয়োজনীয় গুৰুত্ব প্রদান নকৰিলে।

ফলস্বৰূপে আবণ্টিত প্রকল্পবোৰ কাৰ্যতঃ এলাগী হৈ ৰয়। ইয়াৰ পৰিপ্ৰেক্ষিতত প্রকল্পসমূহৰ বিপৰীতে আবণ্টিত পুঁজিও অর্থহীনভাৱে আবদ্ধ হৈ ৰৈছে। এয়া পুঁজিৰ অপব্যৱহাৰৰ নামান্তৰ বুলিও মন্তব্য কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সবলীকৰণ সমিতিয়ে এই প্রতিবেদন পর্যালোচনা কৰি অৱশেষত প্রকল্পসমূহ বন্ধ কৰাত অনুমোদন জনায়। ইয়াৰ পাছতে ড’নাৰ মন্ত্রণালয়ে ২১১ কোটি টকাৰ প্রকল্পসমূহ পর্যায়ক্রমে বন্ধ কৰাৰ জাননী জাৰি কৰে। সেই অনুসৰি যোৱা জানুৱাৰীৰ পৰা আগষ্টলৈ ২০টা প্রকল্প বন্ধ কৰি দিয়ে।

সূত্ৰত প্রকাশ যে বন্ধ কৰি দিয়াবোৰৰ ভিতৰত আছে পথ নির্মাণ, দলং নির্মাণ, পানী যোগান, জলসিঞ্চন আদি প্রকল্প। এনে প্রকল্প বাতিল কৰাৰ ফলত বাজ্যখনৰ আন্তঃগাঁথনি নির্মাণ খণ্ডত বৃহৎ মাধমাৰ পৰে। উদাহৰণ স্বৰূপে তিনিচুকীয়াৰ ডুমডুমা নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ প্রকল্পত ড’নাৰ মন্ত্রণালয়ে অনুমোদন জনাইছিল। কিন্তু এটা দশকেও এই প্রকল্প ৰূপায়ণত অসম চৰকাৰে প্ৰয়োজনীয় গুৰুত্ব প্রদান নকৰিলে। ফলস্বৰূপে নিৰ্মাণৰ সমগ্র প্রক্রিয়াটো বাধাগ্রস্ত হয়।

অৱশেষত প্রকল্পটোৱেই বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্রণালয়টো বাধ্য হয়। শিৱসাগৰ জিলাতো দিহিং নদীৰ ওপৰত এখন পকী দলঙৰ নিৰ্মাণ বাতিল কৰা হয়। ডিমা হাছাওৰ মাহুৰ পথ সংমণ্ডলৰ অধীনৰ কে’বাটাও পথৰ নির্মাণো ড’নাৰ মন্ত্রণালয়ৰ শেহতীয়া সিদ্ধান্তত বাতিল কৰা হয়। বাতিলৰ তালিকাত আছে কে’বাটাও জলসিঞ্চন প্রকল্প।

উল্লেখনীয় যে প্রকল্প বাতিলৰ ফলত অসম চৰকাৰে পুঁজিও ঘূৰাই দিব লাগিব। কাৰণ কে’বাটাও প্ৰল্পৰ বিপৰীতে ধাৰ্য পুঁজিৰ কিয়দংশ ড’নাৰ মন্ত্রণালয়ে অসম চৰকাৰক মোকলাই দিছিল। এতিয়া প্রকল্পই বন্ধ কৰি দিয়াত তথা বাতিল কৰাত মোকলাই দিয়া পুঁজিও স্বাভাৱিক নিয়ম অনুসৰি ৰাজ্য চৰকাৰে ঘূৰাই দিবলৈ বাধ্য I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtDainik Agradootdevt. funddoner ministrylatest newsno works
publisher

publisher

Related Posts

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d