Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

publisher by publisher
October 6, 2026
in Assam, News
Reading Time: 1 min read
0
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ (PGSU) সাধাৰণ নিৰ্বাচনৰ মনোনয়ন আৰু অভিযোগ নিষ্পত্তিৰ প্ৰক্ৰিয়া সন্দৰ্ভত ‘অশুদ্ধ আৰু বিভ্ৰান্তিকৰ তথ্য’ প্ৰচাৰ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মঙলবাৰে সমগ্ৰ বিষয়টোৰ প্ৰকৃত তথ্য স্পষ্ট কৰা হয়।

ADVERTISEMENT

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো বিশ্ববিদ্যালয়ৰ প্ৰচলিত নিয়ম আৰু নিৰ্ধাৰিত ব্যৱস্থাৰ মাজেৰেই সম্পন্ন কৰা হৈছে। মনোনয়ন সম্পৰ্কীয় সকলো সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ চৰকাৰী নথি-পত্ৰ আৰু উপলব্ধ তথ্যৰ ভিত্তিত সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে। নিৰ্বাচন সম্পৰ্কীয় সমগ্ৰ বিষয়টো বিভিন্ন পৰ্যায়ত ৰিটাৰ্নিং অফিচাৰ, নিৰ্বাচনী ন্যায়াধিকৰণ (Election Tribunal), আপীল শুনানি সমিতি (Appeal Hearing Committee) আৰু অভিযোগ নিষ্পত্তি কোষ (Grievances Redressal Cell)-এ অতি গুৰুত্বসহকাৰে পৰ্যালোচনা কৰিছে। নিৰ্বাচনী ন্যায়াধিকৰণ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন নিয়মাৱলী মতে অধ্যাপক দ্বীপেন বেজবৰুৱাক অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ আন চাৰিগৰাকী জ্যেষ্ঠ অধ্যাপক, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি তথা সম্পাদকক সদস্য হিচাপে গঠন কৰা হৈছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উক্ত বিষয় সন্দৰ্ভত কয় যে, “সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তথ্য ৰাইজৰ সন্মুখত দাঙি ধৰাটো বিশ্ববিদ্যালয়ৰ দায়িত্ব। বিষয়টো নিৰ্ধাৰিত প্ৰাতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে আৰু চৰকাৰী নথি-পত্ৰৰ ভিত্তিত বিবেচনা কৰা হৈছে। উক্ত বিষয়ত কোনো ব্যক্তিগত ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰশ্নই নুঠে।”

যোৱা ২৩ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত প্ৰাৰ্থী শ্ৰী নয়ন আকাশ বৰা আৰু আন এগৰাকী প্ৰাৰ্থী শ্ৰী প্ৰতীক শৰ্মাৰ যোগ্যতা সম্পৰ্কীয় কিছু তথ্য ৰিটাৰ্নিং অফিচাৰৰ দৃষ্টিগোচৰ হয়।

ইয়াৰ পিছত বিষয়টো নিৰ্বাচনী ন্যায়াধিকৰণৰ ওচৰলৈ প্ৰেৰণ কৰা হয় আৰু ন্যায়াধিকৰণে সংশ্লিষ্ট প্ৰাৰ্থীসকলৰ মনোনয়ন বিবেচনা নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ন্যায়াধিকৰণৰ সিদ্ধান্তৰ ভিত্তিত ২৪ ছেপ্টেম্বৰত জাৰি কৰা Election Notification-5/2026-ত সংশ্লিষ্ট মনোনয়ন বাতিল কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হয়।

পৰৱৰ্তী সময়ত নিৰ্ধাৰিত নিয়ম অনুসৰি আপীলৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়, য’ত আপেলেট অথৰিটি আছিল বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য। শ্ৰী নয়ন আকাশ বৰাই ২৫ আৰু ২৬ ছেপ্টেম্বৰত আপীল দাখিল কৰে। আইনী মতামত গ্ৰহণ কৰাৰ পিছত ২৬ ছেপ্টেম্বৰত এখন আপীল শুনানি সমিতি গঠন কৰা হয়। সমিতিয়ে আপীলকাৰীক নিজৰ বক্তব্য দাঙি ধৰাৰ সম্পূৰ্ণ সুযোগ প্ৰদান কৰে। সময়মতে আপীলৰ শুনানি অনুষ্ঠিত হয় আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’যোগে ৰেকৰ্ড কৰা হয়। পৰৱৰ্তী সময়ত সমিতিৰ সিদ্ধান্ত সংশ্লিষ্ট পক্ষসমূহক অৱগত কৰা হয়। ইয়াৰ পিছত ২৭ ছেপ্টেম্বৰত এখন অভিযোগ নিষ্পত্তি কোষ গঠন কৰা হয়।

বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড° ৰঞ্জন কুমাৰ কাকতিয়ে উক্ত বিষয় সন্দৰ্ভত উল্লেখ কৰে যে,“সমগ্ৰ ঘটনাক্ৰমটো সম্পূৰ্ণৰূপে বিবেচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰিটাৰ্নিং অফিচাৰে বিষয়টো নিৰ্বাচনী ন্যায়াধিকৰণৰ ওচৰলৈ প্ৰেৰণ কৰিছিল আৰু পৰৱৰ্তী আপীলৰো যথাযথভাৱে গঠন কৰা সমিতিয়ে শুনানি গ্ৰহণ কৰিছিল। সেয়েহে বিশ্ববিদ্যালয়ে কোনো ধৰণৰ স্বেচ্ছাচাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে অথবা বিষয়টো বিবেচনা কৰাৰ কোনো সুযোগ দিয়া হোৱা নাছিল বুলি কোৱাটো সঠিক নহয়।”

*একে সময়তে দুটা স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি সন্দৰ্ভত*

গুৱাহাটী বিশ্ববিদ্যালয়ত উপলব্ধ তথ্য অনুসৰি, সংশ্লিষ্ট ছাত্ৰজনে একে সময়তে দুটা স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে।

বিশ্ববিদ্যালয়ৰ নথি অনুসৰি, ছাত্ৰজনে প্ৰথমে ফী-ৱেইভাৰ (Fee Waiver) ব্যৱস্থাৰ অধীনত এটা স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। কিন্তু তেওঁ প্ৰথম আৰু দ্বিতীয় ষান্মাসিকৰ সকলো বিষয়ত উত্তীৰ্ণ হ’ব পৰা নাছিল। পৰৱৰ্তী সময়ত তেওঁ পুনৰ ফী-ৱেইভাৰ ব্যৱস্থাৰ অধীনতেই আন এটা স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে।

বিশ্ববিদ্যালয়ৰ নথিনুসৰি সংশ্লিষ্ট ছাত্ৰজন পূৰ্বৰ পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ হিচাপে হোষ্টেলৰ আৱাসী হৈ আছিল। একে সময়তে পৰৱৰ্তী পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ হিচাপেও তেওঁক হোষ্টেলৰ আৱাসৰ সুবিধা আগবঢ়োৱা হৈছিল। অৱশ্যে তেওঁ পৰৱৰ্তী পাঠ্যক্ৰমৰ বাবে আগবঢ়োৱা হোষ্টেলৰ সুবিধা গ্ৰহণ কৰা নাছিল আৰু পূৰ্বৰ পাঠ্যক্ৰমৰ অধীনত থকা হোষ্টেলৰ আৱাসী হিচাপেই আছিল।

বিশ্ববিদ্যালয়ৰ দৃষ্টিত উক্ত বিষয়টো কেৱল এক কাৰিকৰী বিষয় হিচাপে চাব নোৱাৰি। কাৰণ ফী-ৱেইভাৰ ব্যৱস্থাৰ অধীনত নামভৰ্তি আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন সুবিধা লাভৰ সৈতে আন যোগ্য ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু সুযোগো জড়িত হৈ আছে।
এই সন্দৰ্ভত ড° ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে, “অতীতত এনে পৰিস্থিতি চলি থাকিবলৈ দিয়া হৈছিল বুলি ধৰি ল’লেও, অতীতৰ কোনো প্ৰথাই নিৰ্ধাৰিত নিয়মৰ সৈতে সামঞ্জস্য নথকা ব্যৱস্থা অব্যাহত ৰখাৰ ভিত্তি হ’ব নোৱাৰে। সকলো যোগ্য ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ে নিয়মসমূহ ন্যায়সংগত আৰু একে ধৰণে প্ৰয়োগ কৰিব লাগিব।”

*নিৰ্ধাৰিত নিয়ম অনুসৰিয়েই নিৰ্বাচনী প্ৰক্ৰিয়া*

২০২৬ – ২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ৰিটাৰ্নিং অফিচাৰ অধ্যাপক এছ. কে. সিঙে কয় যে, “নিৰ্বাচন প্ৰক্ৰিয়াতো প্ৰযোজ্য নিয়ম আৰু বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত ব্যৱস্থাৰ মাজেৰেই অনুষ্ঠিত কৰা হৈছে। লিংডো কমিটিৰ পৰামৰ্শসমূহে স্বচ্ছ আৰু সুসংগঠিত ছাত্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত প্ৰাৰ্থীৰ যোগ্যতাৰ স্পষ্ট চৰ্ত, মনোনয়ন পৰীক্ষণ আৰু অভিযোগ নিষ্পত্তিৰ উপযুক্ত ব্যৱস্থাও অন্তৰ্ভুক্ত। শুদ্ধ, প্ৰকৃত তথ্য আৰু নথি-পত্ৰৰ ভিত্তিত নিৰ্ধাৰিত নিয়ম প্ৰয়োগ কৰাটোৱেই আমাৰ দায়িত্ব।”

অধ্যাপক সিঙে লগতে উল্লেখ কৰে যে কোনো প্ৰাৰ্থীৰ যোগ্যতাৰ সৈতে জড়িত তথ্য নিৰ্বাচনী কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ’লে সেই তথ্য প্ৰযোজ্য নিয়ম অনুসৰি পৰীক্ষা আৰু বিবেচনা কৰাটো কৰ্তৃপক্ষৰ দায়িত্ব। একে সময়তে সংশ্লিষ্ট প্ৰাৰ্থীৰো নিৰ্ধাৰিত ব্যৱস্থাৰ জৰিয়তে নিজৰ বক্তব্য দাঙি ধৰা আৰু সমাধান বিচৰাৰ অধিকাৰ আছে। নিৰ্বাচনী ন্যায়াধিকৰণ আৰু অভিযোগ নিষ্পত্তি কোষ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰাতিষ্ঠানিক ব্যৱস্থাৰ অংশ। সেয়েহে বৰ্তমানৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কোনো তাৎক্ষণিক বা স্বেচ্ছাচাৰী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল নহয়, ই এক নিৰ্ধাৰিত আৰু প্ৰচলিত প্ৰাতিষ্ঠানিক ব্যৱস্থাৰ মাজেৰেই আগবাঢ়িব লাগিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু সংশ্লিষ্ট সকলো পক্ষক প্ৰকৃত তথ্য আৰু চৰকাৰী নথি-পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু শান্তি-শৃংখলা তথা সুস্থ শৈক্ষিক পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনোৱা হ’ল। ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন প্ৰযোজ্য নিয়ম অনুসৰিয়েই সম্পূৰ্ণভাৱে সম্পন্ন কৰা হ’ব আৰু বৈধ তথা প্ৰকৃত অভিযোগসমূহ উপযুক্ত প্ৰাতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে যথাযথভাৱে বিবেচনা কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত
India

জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

October 6, 2026
গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ
India

গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d