Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

publisher by publisher
October 8, 2026
in Entertainment, News
Reading Time: 1 min read
0
মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

NanaPatekarDeath : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত থিয় হৈ বক্তৃতা দিছিল তেওঁ। সেই চিৰচেনা ধকধকীয়া বগা চাৰ্ট। ডিঙিত বগা উৰ্ণিৰ মেৰ। কপালত ৰঙা তিলক। চকুত গোল ফ্ৰেমৰ চশমা। সম্পূৰ্ণ সুস্থ-সবল যেনেই লাগিছিল তেওঁক। দিনটো আছিল দেওবাৰ। নানা পাটেকৰে কৈছিল, ‘এদিন সকলোৱেই গুচি যাব লাগিব…’। কোনে জানিছিল, বৃহস্পতিবাৰে পুৱাই তেওঁ নিজেই সেই গুচি যোৱা লোকসকলৰ শাৰীত নাম লিখাব!

ADVERTISEMENT

বৃহস্পতিবাৰে পুৱাই গোৱাৰ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৭৫ বছৰীয়া অভিনেতাগৰাকীক। তাৰ ঠিক চাৰি দিন পূৰ্বে ডোনা পাওলাত এটা থিয়েটাৰ ক্লাবৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈছিল নানা পাটেকৰ। নিজেই মাৰাঠী থিয়েটাৰৰ অভিনয় জগতৰ পৰা আহিছিল তেওঁ। সেয়েহে থিয়েটাৰৰ প্ৰতি সদায়েই তেওঁৰ আছিল বিশেষ আগ্ৰহ।

দেওবাৰে সম্ৰাট ইণ্টাৰনেশ্যনেল থিয়েটাৰ ক্লাবৰ উদ্বোধনী অনুষ্ঠানতো প্ৰথমে থিয়েটাৰৰ প্ৰতি থকা ভালপোৱাৰ কথাই কৈছিল নানা পাটেকৰে। তাৰ পাছতে হঠাৎ জীৱন দৰ্শন, জীৱনত পোৱা আৰু দিয়াৰ হিচাপৰ বিষয়ে কথা ক’বলৈ আৰম্ভ কৰে তেওঁ।

প্ৰথমে মাৰাঠী নাট্যব্যক্তিত্ব ড০ লাগু তেণ্ডুলকৰ বিষয়ে কথা আৰম্ভ কৰে নানা পাটেকৰে। অভিনয় জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত তেওঁলোকৰ থিয়েটাৰ চোৱাৰ কথা উল্লেখ কৰে। নতুন থিয়েটাৰ ক্লাবৰ সদস্যসকলক পৰামৰ্শ দি তেওঁ কয়, ‘এই পেছাত সদায় নতুন কিবা এটাৰ সন্ধান কৰিবা। কাৰণ দৰ্শকে সদায় নতুন বস্তু ভাল পায়। নিজৰ নীতি কেতিয়াও সলনি নকৰিবা। বৰং তুমি তোমাৰ শৈলী অটুট ৰাখিলে এসময়ত দেখিবা বাকীসকলেও তোমাকেই অনুসৰণ কৰিছে।’

ইয়াৰ পাছতে নানাক জীৱনৰ বিষয়ে কোৱা শুনিবলৈ পোৱা যায়। তেওঁ কয়, ‘আমাৰ সকলোৱেই এদিন গুচি যাব লাগিব। মই নাজানো, কাইলৈ ময়ো এই পৃথিৱীত থাকিম নে নাই। সকলোৰে জীৱনেই এসময়ত সেই চূড়ান্ত পৰিণতিত উপনীত হয়। মোৰো হ’ব। কিন্তু তাৰ পূৰ্বে আমি নিজকে প্ৰশ্ন কৰিব লাগিব, মই নিজৰ ইচ্ছামতে কিবা কৰিব পাৰিছোঁনে? মই সঁচাকৈয়ে চেষ্টা কৰিছোঁনে? মোৰ পৃথিৱী যদি কেৱল পৰিয়াল আৰু ঘৰৰ চাৰিখন বেৰৰ মাজতে সীমাবদ্ধ থাকে, তেন্তে মোৰ জীৱনৰ উদ্দেশ্য কি? এই পৃথিৱীত মোৰোতো সমাজ বা দেশৰ বাবে কিবা ঘূৰাই দিয়া উচিত, নহয় জানো?’

ঠিক কি প্ৰসংগত নানা পাটেকৰে এই কথাখিনি উত্থাপন কৰিছিল, সেয়া স্পষ্ট নহয়। অৱশ্যে ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়েও নানা পাটেকৰক কথা কোৱা শুনিবলৈ পোৱা যায়। তেওঁ কয়, ‘নৰেন্দ্ৰ মোদীৰ কিছুমান চিন্তাধাৰা মোৰ ভাল লাগে, আকৌ কিছুমান ভাল নালাগে। কিন্তু এই ভাল লগা বা বেয়া লগা—দুয়োধৰণৰ কথাই আমাৰ অকপটে ক’বলৈ শিকা উচিত। তেওঁতো সদায় সকলো কথাই ভুল নকৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা
Assam

পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

October 8, 2026
উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা
Assam

উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

October 8, 2026
ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল
Assam

ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

October 8, 2026
অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!
Assam

অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

October 8, 2026
নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত
Entertainment

নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d