Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

ত্রুটি মস্তিষ্কত নহয়, আনতহেঃ দাবী বিজ্ঞানীৰ

publisher by publisher
October 10, 2026
in Lifestyle
Reading Time: 1 min read
0
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

DoorwayEffect : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এনেকুৱা বহুতৰে হয় যে ঘৰত কিবা কামত ব্যস্ত থকাৰ মাজতে এজন মানুহ এটা কোঠাৰ পৰা আন এটা কোঠালৈ গ’ল। অথচ সেই কোঠাত প্ৰৱেশ কৰাৰ পাছতে পাহৰি গ’ল যে তেওঁ কি কাৰণত তালৈ আহিছিল। এই বিষয়টো দীর্ঘদিনৰ পৰা ‘ডোৰৱে’ এফেক্ট’ৰূপে পৰিচিত।

ADVERTISEMENT

একাংশ বিজ্ঞানীৰ মতে, দুৱাৰৰ চৌকাঠ পাৰ হ’লেই এনেকুৱা হয়। দীর্ঘদিন ধৰি এই বিষয়ত গৱেষণা কৰি উক্ত বিজ্ঞানীৰ দলে জনাইছে যে চৌকাঠ পাৰ হোৱাটোৱেই পাহৰি যোৱাৰ কাৰণ নহয়। ভুল হয়, কাৰণ পৰিৱেশ সলনি হয়। তাৰ লগতে মূৰলৈ আহে অনেক চাপ।

বিজ্ঞানীসকলে ধাৰণা কৰিছে যে আমি যেতিয়া এখন দুৱাৰৰ চৌকাঠ পাৰ হৈ আন এটা কোঠাত প্ৰৱেশ কৰো, তেতিয়া আমাৰ মস্তিষ্কই নতুন পৰিৱেশটোক এক ‘নতন ঘটনা’ বুলি ধৰি লয়। ফলত আগৰ কোঠাৰ চিন্তা-ভাবনা বা স্মৃতিবোৰ সাময়িকভাবে পাছলৈ গুচি যায় বা ‘ৰিছেট’ হৈ পৰে। কিছু ক্ষণৰ পূৰ্বে কি ভাবিছিল, সেই কথা পাহৰি যায়।

২০০৬ৰ পৰাই এই বিষয়ত নতুনকৈ গৱেষণা আৰম্ভ কৰে গেব্রিয়েল ৰেডভানস্কি আৰু তেওঁৰ সহকাৰীসকলে। ধাৰাবাহিকভাৱে তেওঁলোকে এই গৱেষণা চলাই যায়। ২০১০ আৰু ২০১৬ত এই বিষয়ত গৱেষণাপত্রও প্রকাশ কৰে। অষ্ট্ৰেলিয়াৰ বণ্ড বিশ্ববিদ্যালয়, ইউনিভাৰচিটি অৱ কুইন্সলেণ্ডৰ বিজ্ঞানীসকলেও এই গৱেষণাত সহায় কৰে।

২০২৩ত এই সংক্রান্তীয় গবেষণা প্রকাশ পায় ‘ছাইকোনমিক বুলেটিন’ত গৱেষণাত অংশগ্রহণকাৰীসকলক ভার্চুবেল বা কাল্পনিক কিছু বস্তু এটা কোঠাৰ পৰা আন এটা কোঠালৈ বহন কৰি নিবলৈ কোৱা হৈছিল। ইয়াৰ পাছত তেওঁলোকে ঠিক কি বস্তুটো বহন কৰিছে, সেয়া পৰীক্ষা কৰা হৈছিল।

দেখা গৈছে যে অংশগৰহণকাৰীসকলে যেতিয়াই এখন দুৱাৰ পাৰ হৈ দ্বিতীয়টো কোঠাত প্রৱেশ কৰিছিল, তেতিয়াই তেওঁলোকৰ সেই বস্তুটো মনত পেলোৱাৰ ক্ষমতা বা স্মৃতিশক্তি উল্লেখযোগ্যভাবে হ্রাস পাইছিল। গৱেষকসকলে ধাৰণা কৰিছে যে ইয়াৰ অন্তৰালত আছে ‘ইভেন্ট ছেগমেন্টেচন’ তত্ত্ব। কি এই তত্ত্ব?

গৱেষকসকলৰ মতে, আমাৰ মস্তিষ্কই জীৱনৰ অভিজ্ঞতাসমূহক পৃথকে সৰু সৰু পৰ্বত ভাগ কৰি জমা কৰি ৰাখে। যেতিয়াই আমি কোনো সীমা বা দুৱাৰ পাৰ হওঁ, মস্তিষ্কই আগৰ পৰ্বৰ ফাইলটো বন্ধ কৰি এটা নতুন ফাইল খোলে। ফলত আগৰ ফাইলৰ বিষয়বস্তু ততালিকে মনত পেলোৱা বা বিচাৰি পোৱাটো কঠিন হৈ পৰে।

এই গৱেষণা অব্যাহত ৰখা সময়তে ২০২১ত বিজ্ঞানী বাওমেনে এক নতুন তথ্যৰ সন্ধান পায়। তেওঁৰ মতে, ‘ডোৰৱে’ এফেক্ট’ আমাৰ স্মৃতিৰ কোনো স্থায়ী বা স্বাভাৱিক বৈশিষ্ট্য নহয়। বৰঞ্চ এই ধৰণৰ কাণ্ড তেতিয়াই ঘটে, যেতিয়া সেইজন মানুহৰ মস্তিষ্ক আগৰে পৰাই অতিৰিক্ত তথ্যৰ চাপত বা মানসিকভাবে কিছু দুৰ্বল বা ক্লান্ত হৈ থাকে।

একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে যেতিয়া কোনো লোকে দেখিবলৈ একে এটা কোঠাৰ পৰা আন এটা কোঠালৈ যায়, তেতিয়া কিন্তু তেওঁৰ সিমান ভুল নহয়। কাৰণ মস্তিষ্কই ইয়াক পৃথক পেক্ষাপটৰূপে গণ্য নকৰে। বিজ্ঞানীসকলৰ মতে, দুৱাৰ পাৰ হোৱাটোও কোনো কাৰণ নহয়।

দুৱাৰ পাৰ হ’লে পৰিৱেশৰ স’তে যি পৰিৱৰ্তন ঘটে, তাতেই মানুহৰ ভ্রম সৃষ্টি হয়। বিজ্ঞানী বাওমনে দোকানৰ উদাহৰণ দি বিষয়টোক বুজাইছে। কোনোবাই যদি লিফ্টত উঠি দোকানৰ এটা মহলাৰ পৰা আন মহলালৈ যায়, তেতিয়া তেওঁৰ স্মৃতিত কোনো প্রভাৱ নপৰিবও পাৰে।

কাৰণ দুটা মহলাৰ পৰিৱেশ একে ধৰণৰ; কিন্তু কোনোবাই যেতিয়া দোকানৰ পৰা ওলাই পোনে পোনে পার্কিঙলৈ যায়, তেতিয়াই হয়তো পাহৰি যায় যে ঠিক কি ক্ৰয় কৰাৰ বাবে তেওঁ তালৈ আহিছিল।

মনত এই কাম কৰাৰ ধৰণৰ কিন্তু কোনো ত্রুটি নহয়। বাওমেনৰ মতে, স্মৃতিক পৃথক পৃথক কক্ষত ভৰাই থয় মস্তিষ্কই। তাৰ ফলত ইয়াৰ স্মৃতি ধৰি ৰখাৰ ক্ষমতা বহুখিনি বৃদ্ধি পায়। আমি প্রতিদিনৰ নানা অভিজ্ঞতা যিদৰে সহজে বুজিব বা সামৰি ৰাখিব পাৰো, তাৰ অন্তৰালত এই প্ৰক্ৰিয়াৰ ডাঙৰ ভূমিকা আছে।

সেয়ে মাজেমধ্যে কোনো কোঠাত প্ৰৱেশৰ সময়ত উদ্দেশ্যটো পাহৰি যোৱাটো আচলতে ত্রুটি নহয়। মূৰে যিদৰে কাম কৰে, সেই পদ্ধতিৰ মাছুল আমি দিবলগীয়া হয়।

‘ডোৰৱে’ এফেক্ট’ক লৈ বিভিন্ন তর্ক-বিতর্ক আছে। কোনো কোনো গৱেষকে ইয়াক ভিত্তিহীন বুলি নস্যাৎ কৰিছে। কোনোৱে কয় যে এই কাৰণেই মানুহে এটা কোঠাৰ পৰা আন এটা কোঠালৈ গ’লে উদ্দেশ্য পাহৰি যায়। বাওমেনৰ মতে, একেলগে বহুতো কাম কৰাৰ চেষ্টাই আচলতে স্মৃতিক দুৰ্বল কৰি তোলে। মস্তিষ্কৰ ওপৰত অতিৰিক্ত তথ্যৰ চাপ থাকিলেই কেৱল এই পাহৰি যোৱাৰ প্ৰৱণতাই দেখা দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d