Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য

বেয়া বতৰৰ সতৰ্কবাণী জাৰি কৰাৰ পাছতো উৰণৰ অনুমতি দিয়াক লৈ প্ৰশ্ন

publisher by publisher
November 1, 2026
in India, News
Reading Time: 1 min read
0
উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

ফলে জানো ওজন কমায় ?

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

UttarakhandHelicopterCrash :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ পোহৰলৈ আহিছে নতুন তথ্য। বেয়া বতৰৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। ইয়াৰ লগতে সকলো ধৰণৰ উৰণ বন্ধ কৰাৰো নিৰ্দেশ দিয়া হৈছিল। ৰাজ্যখনৰ অসামৰিক বিমান পৰিবহণ বিভাগে এই দাবী কৰিছে। ইয়াৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে, সতৰ্কবাণী লাভ কৰাৰ পাছতো কিয় হেলিকপ্টাৰখনক উৰণৰ অনুমতি দিয়া হৈছিল? এই বিষয়টোক লৈ উৰণ সংস্থাটোক জবাবদিহি কৰিছে ৰাজ্য প্ৰশাসনে।

ADVERTISEMENT

উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষৰ (UCADA) মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় তয়লাৰ উদ্ধৃতি দি ‘টাইমছ অৱ ইণ্ডিয়া’ই প্ৰকাশ কৰা অনুসৰি, গ্ৰুপ কেপ্টেইন অমিত শৰ্মাৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছিল।

তয়লাৰ ভাষ্য, “UCADA-ই সদায় দেশৰ বিমান নিয়ন্ত্ৰক সংস্থা DGCA-ৰ নিয়ম মানি চলে। শুকুৰবাৰেও সেই নিয়ম অনুসৰিয়েই বেয়া বতৰৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। চাৰধাম যাত্ৰাত হেলিকপ্টাৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দুৰ্ঘটনাৰ এঘণ্টা পূৰ্বে এই সতৰ্কবাণী জাৰি কৰা হৈছিল।”

তয়লাৰ দাবী, এই নিষেধাজ্ঞা অমান্য কৰিয়েই উৰণ সংস্থাটোৱে হেলিকপ্টাৰ চলাইছিল। তেওঁ আৰু জনাইছে যে DGCA-ৰ নিয়ম অনুসৰি তদন্ত কৰি ঘটনাটোত ক’ত গাফিলতি হৈছিল, সেয়া পৰীক্ষা কৰা হৈছে। সতৰ্কবাণী জাৰি কৰাৰ পাছতো কিয় সেই নিৰ্দেশ অগ্ৰাহ্য কৰা হ’ল, সেয়াও পৰীক্ষা কৰা হ’ব।

এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ’ (AAIB) আৰু DGCA-ৰ বিষয়াসকলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সকলো দিশ পৰীক্ষা কৰিছে। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিতেই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

অৱশ্যে, UCADA-ৰ এই দাবী খণ্ডন কৰিছে উৰণ সংস্থাটোৰ সঞ্চালক এছ ভট্টাচাৰ্যই। ‘টাইমছ অৱ ইণ্ডিয়া’ক তেওঁ জনোৱা অনুসৰি, এনে কোনো নিৰ্দেশৰ বিষয়ে তেওঁ অৱগত নহয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই বিষয়ে UCADA-ইহে যি ক’বলগীয়া আছে, ক’ব পাৰিব।

উল্লেখ্য যে শুকুৰবাৰে বদ্ৰীনাথৰ পৰা পাঁচগৰাকী পুণ্যাৰ্থীক লৈ হেলিকপ্টাৰখনে ডেৰাডুন অভিমুখে যাত্ৰা কৰিছিল। যোশীমঠৰ হাতী পৰ্বতত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত পাইলটসহ ছয়গৰাকী লোকৰ মৃত্যু হয়। নিহত পাঁচগৰাকী যাত্ৰীয়েই কৰ্ণাটকৰ বাসিন্দা। আনহাতে, পাইলটজন দিল্লীৰ বাসিন্দা আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ
India

পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

November 1, 2026
দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে
Entertainment

দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d