ADVERTISEMENT

Tag: Earthquake

Viral : ধ্বংসস্তূপত সোণালী পোহৰ, আফগানিস্তানৰ ভূমিকম্পত পৰিয়ালৰ সকলোকে হেৰুওৱা শিশুৰ ছবি ভাইৰেল

কম্বলত লেপেট খাই আছে শ শ মৃতদেহ । ঘৰ বুলিবলৈ কেৱল শিলৰ ঢাপ দেখা যায় । ভূমিকম্পত কার্যত খণ্ডহৰত পৰিণত ...

Read moreDetails

Earthquake : আফগানিস্তানত ভূমিকম্পত মৃত প্ৰায় ২৫৫, আহত একাধিক, কঁপি উঠিল প্রতিবেশী পাকিস্তানো

তীব্র ভূমিকম্পত কঁপি উঠিল পাকিস্তান আৰু আফগানিস্তান । বুধবাৰে আফগানিস্তানৰ পূৱত ভূমিকম্প হয় । যাৰ প্ৰভাৱ পৰে প্রতিবেশী দেশ পাকিস্তানতো ...

Read moreDetails

জাপানত ৭.৩ প্রাবল্যৰ ভূমিকম্পৰ পাছতে চুনামিৰ আশংকাত সতৰ্কতা

এটা দশক পূর্বে বিধ্বংসী ভূমিকম্পৰ ফলত সৃষ্টি হােৱা চুনামিৰ ভয়াৱহতাৰ স্মৃতিয়ে জোঁকাৰি থকাৰ মাজতে বুধবাৰে বিয়লি আন এক বৃহৎ কম্পনে ...

Read moreDetails

গুৱাহাটী মহানগৰীত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটী মহানগৰীত ভূমিকম্পৰ জোকাৰণি। এক বাজি ১২মিনিটত অনুভূত জোকাৰণি। ৰিখতাৰ স্কেইলত প্ৰাৱল্য ৪.১ । ভূমিকম্পৰ কেন্দ্ৰস্থল গুৱাহাটী।

Read moreDetails

Earthquake : অসমত ভূমিকম্পৰ মৃদু জোকাৰণি

ক'ভিডকেন্দ্ৰিক পৰিস্থিতি কিছু স্বাভাৱিক হৈ অহাৰ মাজতে আজি বিয়লি অসমসহ উত্তৰ-পূৱৰ কে'বাখনো ৰাজ্যত পুনৰ এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ...

Read moreDetails

মৃদু ভূমিকম্পত কঁপিল ৰাজধানী, তীব্ৰতা ২.১ ৰিখটাৰ স্কেল

আজি দুপৰীয়া কঁপি উঠিল দিল্লী । মৃদু ভূমিকম্প‌ই জোঁকাৰি থৈ গ'ল ৰাজধানীখনক । ভূমিকম্পৰ তীব্ৰতা আছিল ২.১ ৰিখটাৰ স্কেল । ...

Read moreDetails
Page 8 of 10 1 7 8 9 10