ADVERTISEMENT

Tag: india

COVID Update : ক’ভিড আপডেট

সোমবাৰে দেশত ক'ভিডত সংক্রমিতৰ সংখ্যাই ১৭ হেজাৰ অতিক্ৰম কৰিলেও মঙলবাৰে সেই সংখ্যা যথেষ্ট তলত নামিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ...

Read moreDetails

COVID-19 : ক’ভিড আপডেট

দেশত পুনৰ বৃদ্ধি পাইছে কৰ'না ভাইৰাছৰ প্ৰকোপ । যদিও শুক্রবাৰৰ তুলনাত শনিবাৰে দৈনিক সংক্রমণ কিছু কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ...

Read moreDetails

Coronavirus in India : ফেব্রুৱাৰীৰ পাছত দেশত সর্বোচ্চ নতুন আক্রান্ত, ২৪ ঘণ্টাত মহাৰাষ্ট্রত পাঁচ হেজাৰৰ অধিক

দেশত কৰ'নাত নতুনকৈ আক্রান্তৰ সংখ্যা বহু বৃদ্ধি পালে । বিগত চাৰি মাহৰ নিৰিখত যি সর্বোচ্চ । বিগত ২৪ ঘণ্টাত ১৭ ...

Read moreDetails

India-Myanmar : ম্যানমাৰৰ পৰা প্ৰতি দিনে ভাৰতত প্ৰৱেশ কৰিছে শতাধিক শিক্ষাৰ্থীয়ে !

ম্যানমাৰৰ পৰা সীমান্ত অতিক্রম কৰি প্রতি দিনে খোজকাঢ়ি ভাৰতত প্ৰৱেশ কৰে প্রায় পাঁচশ শিক্ষাৰ্থীয়ে । গোটেই দিন ভাৰতত কটাই তেওঁলোক ...

Read moreDetails

COVID update : ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ১২,২৪৯, মৃতৰ সংখ্যা ১৩

মঙলবাৰে দেশত ক'ভিডত দৈনিক আক্রান্তৰ সংখ্যা ১০ হেজাৰৰ তলত নামিলেও বিগত ২৪ ঘণ্টাত পুনৰ ১২ হেজাৰৰ ঘৰ পাৰ কৰিছে দৈনিক ...

Read moreDetails

COVID-19 : ক’ভিড সংক্রমণৰ হাৰ হ্ৰাস ২২.৪ শতাংশ, দৈনিক আক্রান্ত ১০ হেজাৰৰ তলত

বিগত কিছু দিন ধৰি কৰ'না ভাইৰাছৰ দপ্‌দপনিৰ পাছত মঙলবাৰে দেশত কিছু হ্ৰাস পালে ক'ভিড সংক্রমণ । কে'বা দিনৰ পাছত দেশত ...

Read moreDetails

COVID Update : ২৪ ঘণ্টাত সামান্য হ্ৰাস পালে দৈনিক সংক্রমণ, কৰ’নাত দেশজুৰি মৃত ১৮

শনিবাৰে দেশত ক'ভিডত দৈনিক আক্রান্তৰ সংখ্যাই ১৩ হেজাৰ অতিক্ৰম কৰিলেও বিগত দুদিন ধৰি দৈনিক সংক্রমিতৰ সংখ্যা সামান্য কমিছে । কেন্দ্রীয় ...

Read moreDetails

COVID Update : দেশত সংক্রমণ ঊর্ধ্বমুখী, ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১৩ হেজাৰৰ অধিক

বিগত কিছু দিনৰ পৰাই ঊর্ধ্বমুখী কৰ'না সংক্রমণ । যোৱা দুদিনত দেশত ক'ভিডত সংক্রমিতৰ সংখ্যা ১২ হেজাৰৰ ওপৰত থাকিলেও শনিবাৰে এই ...

Read moreDetails
Page 27 of 156 1 … 26 27 28 … 156