ADVERTISEMENT

Tag: Protest

Arvind Kejriwal : গণহত্যা হোৱা নাছিল কাশ্মীৰি পণ্ডিতসকলৰ ! কেজৰীৱালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিক্ষোভ প্ৰদৰ্শন বিজেপিৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রশংসাত মুখৰিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ সমালোচনা কৰি বিজেপি-ৰ লক্ষ্য হ'ল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱাল । বুধবাৰে ...

Read moreDetails

কাজলগাঁৱত এবিএমছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

চিৰাঙৰ কাজলগাঁৱত এবিএমছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট । সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত বিভিন্ন ...

Read moreDetails

তুলসীবিলত অংগনবাড়ী কৰ্মী-সহায়িকাৰ অৱস্থান ধৰ্মঘটৰ লগতে কৰ্ম-বিৰতি পালন

সমগ্ৰ ৰাজ্যৰ লগতে আজি গোসাইগাঁও মহকুমাৰ তুলসীবিলতো অংগনবাড়ী কৰ্মী-সহায়িকাৰ অৱস্থান ধৰ্মঘটৰ লগতে কৰ্ম-বিৰতি পালন কৰা পৰিলক্ষিত হয় । প্ৰতিবাদী কৰ্মীসকলে ...

Read moreDetails

ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদত পথত নামিব কংগ্ৰেছ

কৰ'না অতিমাৰীৰ বিৰুদ্ধে যুঁজত দেশবাসীৰ আত্মবিশ্বাস বৃদ্ধি কৰিবৰ বাবে আৰু একত্রিত কৰাৰ লক্ষ্যত কাঁহি বজোৱাৰ উপায় দিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে ...

Read moreDetails

ৰঙামাটিত টোল গেট স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ

দেৰগাঁও ৰঙামাটিত টোল স্থাপনক লৈ ব্যাপক প্ৰতিক্ৰিয়া । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈছে টোল গেট । ৰাইজ আৰু স্থানীয় ...

Read moreDetails

ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ, সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও

গুৱাহাটীৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত উত্তেজিত পৰিস্থিতি । কাহিলীপাৰাত ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ । চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী । সৰ্বশিক্ষাৰ কাৰ্যালয় ...

Read moreDetails

Russia Ukraine War : যুদ্ধ বিৰোধিতাত উত্তাল লেনিনৰ দেশ, গোপনে প্ৰচাৰ কৰা হৈছে সাংকেতিক ইস্তাহাৰ

যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইন আক্রমণ কৰে ৰাছিয়াই । আক্ৰমণ যে কৰিব সেয়া অৱশ্য কে'বাদিনৰ আগৰ পৰাই বুজিছিল ৰাছিয়াৰ জনসাধাৰণে । ...

Read moreDetails

কামানডাংগাৰ পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজৰ প্ৰতিবাদ

চিৰাঙৰ কামানডাংগাত বিটিচিৰ গুডউইল আঁচনীৰ কোটি টকীয়া গ্ৰাম্য পথ নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । চিৰাং জিলাৰ কাকৰাগাঁৱৰ নিকটৱৰ্ত্তী ...

Read moreDetails

চিৰাং জিলাৰ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ, সম-দৰমহাৰ দাবী

অসম গৃহৰক্ষী জোৱানৰ অনিৰ্দিষ্টকালিন কৰ্মবিৰতি আজিৰে পৰা । দিনে-নিশাই আৰক্ষীৰ স'তে সমানে সমানে নিৰাপত্তাৰ কৰ্মত নিয়োজিত থকা গৃহৰক্ষী জোৱানসকলৰ সমান ...

Read moreDetails

চিৰাঙত আমছুৰ প্ৰতিবাদ, জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিভিন্ন আসুৱাহৰ বিৰুদ্ধে চিৰাঙত আমছুৰ প্ৰতিবাদী সমদলৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী । আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে ...

Read moreDetails
Page 12 of 26 1 … 11 12 13 … 26