Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

কোকৰাঝাৰত কংগ্ৰেছৰ শব্দ ৰাম ৰাভা আৰু ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মৰ মনোনয়ন দাখিল

publisher by publisher
April 3, 2019
in Loksabha Election, News, Politics
Reading Time: 1 min read
0
কোকৰাঝাৰত কংগ্ৰেছৰ শব্দ ৰাম ৰাভা আৰু ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মৰ মনোনয়ন দাখিল

United People’s Party Liberal (UPPL) chief Candidate Urkhao Gwra Brahma files his nomination from Kokrajhar constituency in Assam ahead of the Lok Sabha Election 2019 in Kokrajhar, Assam on 03-04-19.pix by ub photos

3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

জয়ী হলে সকলোৰে সমউন্নয়ন, সমঅধিকাৰ আৰু নিৰাপত্তাৰ হকে কাম কৰিম : উৰ্খাও

কোকৰাঝাৰ লোকসভা (জনজাতি ) সমষ্টিত কালি দুই হেভীয়েট প্ৰাৰ্থী ক্ৰমে-বিপিএফৰ প্ৰমিলাৰানী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মনোনয়নপত্ৰ দাখিল কৰাৰ পিছত আজি সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দৰাম ৰাভা আৰু ইউপিপিএল দল তথা এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য যে আজি দুপৰীয়া কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয় ৰনেন্দ্ৰ ভৱনৰ পৰা কেইবাহাজাৰ সমৰ্থকে শোভাযাত্ৰা কৰি জিলা উপায়ুক্ত কাৰ্যালয়লৈ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভাক আদৰি অনাৰ পিছত নিজৰ মনোনয়নপত্ৰ দাখিল কৰে শব্দৰাম ৰাভাই ৷ মনোনয়নপত্ৰ দাখিল কৰি সাংবাদিকৰ আগত শব্দৰাম ৰাভাই তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম আৰু সাংসদ নৱ কুমাৰ শৰনীয়া তেওঁৰ বাবে কোনো ফেক্টৰ নহয় বুলি দাবী কৰিছে ৷ ৰাভাই বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক উভতি ধৰি হাগ্ৰামা মহিলাৰীক সুবিধাবাদী নেতা আখ্যা দিয়ে ৷ বিপিএফ দলক আদৰ্শহীন ৰাজনীতি দল বুলি কটাক্ষ কৰি সাংসদ নৱ কুমাৰ শৰনীয়াকো সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি কঠোৰ সমালোচনা কৰে ৷ শব্দৰাম ৰাভাই এইবেলি তেওঁৰ মূল যুঁজ এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মৰ সৈতে হব বুলিও দাবী কৰি তেওঁ নব্বৈ শতাংশ অবড়ো ভোট পাব বুলি আশা ব্যক্ত কৰিছে ৷ আনহাতে তেওঁ জয়ী হলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী পূৰণ কৰা,বিটিচি চুক্তি পুনৰীক্ষন কৰা,বিটিএডিত ভূমিৰ অধিকাৰৰ সমস্যা সমাধান কৰা আৰু ,কোচ ৰাজবংশী,গৰিয়া মৰিয়া,নাথযোগীকে ধৰি অবড়োৰ সাংবিধানিক অধিকাৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মনোনয়নপত্ৰ দাখিলৰ সময়ত ৰাভাক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক তথা বিটিএডি কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত নেতা বিশ্বজিৎ ৰায়, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝী, সম্পাদিকা অনুৰাধা হান্নানকে ধৰি জিলা কংগ্ৰেছৰ নেতৃবৰ্গই ৷ ইপিনে ইউপিপিএল দল তথা এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই আজি হাজাৰ হাজাৰ সমৰ্থকক লৈ কোকৰাঝাৰ নিৰ্বাচনী বিষয়াৰ হাতত নিজৰ মনোনয়নপত্ৰ দাখিল কৰে ৷ কোকৰাঝাৰ চহৰৰ নিকটৰ জাংখ্ৰিথাই পথাৰৰ পৰা হাজাৰ হাজাৰ সমৰ্থকে প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক বিপুলভাৱে আদৰণি জনাই এক আনন্দমুখৰ পৰিৱেশৰ মাজেৰে শোভাযাত্ৰাৰে সদৰ চহৰলৈ আদৰি আনে । গায়ন -বায়ন , বাগুৰুম্বা নৃত্য , গাৰো নৃত্য, ৰাভা নৃত্যৰ তালে তালে মুখৰিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক আদৰি অনাৰ পিছত উৰ্খাও গৌৰা ব্ৰহ্মই নিজ মনোনয়নপত্ৰ জিলাত নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে । উল্লেখ্য যে আজি উৰ্খাও গৌড়া ব্ৰহ্মৰ মনোনয়ন দাখিলৰ সময়ত জনসাধাৰণৰ ব্যাপক সঁহাৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । মনোনয়ন দাখিলৰ অন্তত উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কয় যে সাংসদ নৱ কুমাৰ শৰণীয়া এইবেলি তৃতীয় নতুবা চতুৰ্থ স্থানলৈ গুচি যাব বুলি মন্তব্য কৰিছে ৷ এইবেলি ৰাইজে পৰিৱৰ্তন বিচাৰিছে বাবেই হিলদল ভাঙি বিভিন্ন জাতি,জনগোষ্টীৰ লোক ওলাই আহিছে ৷ সেয়ে জয়ী হলে সকলোৰে সমউন্নয়ন, সমঅধিকাৰ আৰু নিৰাপত্তাৰ হকে কাম কৰিব বুলি সদৰি কৰিছে উৰ্খাও গৌড়া ব্ৰহ্মই ৷ মনোনয়নপত্ৰ দাখিলৰ সময়ছোৱাত প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মক সংগ দিয়ে এবছু সভাপতি প্ৰমোদ বড়ো,পৰিষদীয় এমচিএল এ জিৰণ বসুমতাৰীকে ধৰি এবছুুু, এনডিএফবি (প্ৰ) পিজেএচিবিএমকে ধৰি ইউপিপিএল দলৰ বহু নেতাই ৷ উল্লেখ্য যে মনোনয়নপত্ৰ দাখিলৰ পূৰ্বে আজি ৰাতিপুৱা জাংখ্ৰিথাই পথাৰত ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে সমূহীয়া মোনাজাতত(দোৱা) ভাগ লয় ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই ৷ আনহাতে আজি পূৰ্বাঞ্চল জনতা দল চমুকৈ পিজেপিৰ চৰণ ইছওৱাৰী আৰু তৃনমূল কংগ্ৰেছৰ কমলা কান্ত দৈমাৰীয়েও জিলা নিৰ্বাচনী বিষযাৰ ওচৰত নিজৰ মনোনয়নপত্ৰ দাখিল কৰিছে ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d