Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Daily

Today’s Editionনিৰ্বাচনৰ সময়তহে এৱছুৱে গামোছা পিন্ধি ৰাজপথলৈ ওলায় আহে : এন ডি এফ বিৰে শান্তি আলোচনা ধীৰেন বড়োৰ নেতৃত্বতহে হব

publisher by publisher
October 21, 2019
in Daily
Reading Time: 1 min read
0
Today’s Editionনিৰ্বাচনৰ সময়তহে এৱছুৱে গামোছা পিন্ধি ৰাজপথলৈ ওলায় আহে : এন ডি এফ বিৰে শান্তি আলোচনা ধীৰেন বড়োৰ নেতৃত্বতহে হব
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

মুছলপুৰ , ২১ অক্টোবৰ— ২০২০ চনত অনুষ্ঠিত হবলগীয়া বিটিচি নিৰ্বাচনত বিপিএফ দলে এজিপি আৰু বিজেপিৰ সৈতে জোটবন্ধন কৰি নিৰ্বাচনত অৱতীৰ্ণ হব ৷ বিটিচিৰ পৰিষদীয় সমষ্টিত দলকেইটাৰ সাংগঠনিক স্থিতি অনুসৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ এই ভাষ্য বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৷ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বাথৌফুৰিত আজি অনুষ্ঠিত বিপিএফ দলৰ এখন কৰ্মীসভাত অংশগ্ৰহন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে আগন্তুক নিৰ্বাচনৰ পূৰ্ৱে বিপিএফ , ইউ পি পি এল আৰু এৱছুৰ মাজত মিত্ৰতা স্থাপনৰ প্ৰচেষ্টা চলোৱা হৈছিল ৷ আমি মিত্ৰতাৰ বাবে প্ৰচেষ্টাও চলাইছিলো ৷ পিচে এৱছু আৰু ইউ পি পি এল দলে আজিলৈকেে কোনো সহাৰি নজনালে ৷ সেয়ে আগন্তুক নিৰ্বাচনত আমি বিজেপি আৰু এজিপিৰ সৈতে জোটবন্ধনৰ জড়িয়তে নিৰ্বাচন খেলিম ৷ তেওঁ কয় যে এৱছুৱে এতিয়া ধান কাটিবলৈ যাব ৷ কাৰণ নিৰ্বাচন আহিলেই এৱছুৱে গামোছা পিন্ধি ওলায় আহে ৷ মুছলপুৰ জিলা বিপিএফৰ সভাপতি তথা বিধায়ক থানেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মীসভাত ভাষন দি হাগ্ৰামা মহিলাৰীয়ে কয় যে অতি সোনকালে এন ডি এফ বি আৰু ভাৰত চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হব ৷ যি আলোচনাই এক নতুন গতি প্ৰদান কৰিব ৷ অৱশ্যে এন ডি এফ বি প্ৰগতিশীলৰ ধীৰেণ বড়োগোটৰ সৈতেহে ভাৰত চৰকাৰে আলোচনাত মিলিত হব ৷ ধীৰেণ বড়োৰ নেতৃত্বতহে চৰকাৰৰ লগত আলোচনা অনুষ্ঠিত হব ৷ তেওঁ কয় এন ডি এফ বিৰ অন্যান্য গোটসমুহকো আলোচনাৰ মেজলৈ অনাৰ বাবে তেওঁ প্ৰচেষ্টা চলাই আছে ৷ বিশেষকৈ এন ডি এফ বিৰ সংবিজিত গোটক আলোচনাৰ মেজলৈ অনাৰ বাবে চেষ্টা কৰি আছে ৷ ভাষন প্ৰসংগত মহিলাৰীয়ে কয় যে এন ডি এফ বিৰ সংবিজিতৰ দলে বিগত এবছৰ পূৰ্ৱে আলোচনাৰ মেজলৈ অহাৰ বাবে প্ৰস্তুতি চলাইছিল ৷ কিন্তু সেই সময়ত ভাৰত চৰকাৰে বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে সেয়া হৈ নুঠিল ৷ কিন্তু শেহতীয়াভাৱে পুনৰ শান্তি প্ৰক্ৰিয়াৰ বাবে চেষ্টা চলোৱা হৈছে ৷ তেওঁ কয় যে বিটিএডি অঞ্চলৰ স্থায়ী শান্তিৰ বাবে সশস্ত্ৰ সংগ্ৰামীসকল আলোচনাৰ মেজলৈ আহিবই লাগিব ৷ জংগলত থকালৈকে অশান্তি থাকিব কিন্তু তেওঁলোকে অস্ত্ৰবিৰতি কৰিলেই শান্তি স্থাপন হব ৷ খুহুটীয়া ভাষনেৰে উপস্থিত সহস্ৰাধিক কৰ্মীৰ মন জয় কৰিবলৈ সক্ষম হোৱা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে সকলো কৰ্মীকে সাজু হবলৈ আহ্বান জনায় ৷ সভাত অহা চাৰি পাঁচ মাহৰ ভিতৰত এন ডি এফ বিৰ লগত চুক্তি হোৱাটো খাটাং আৰু এন ডি এফ বিৰ চুক্তিৰ আধাৰত বিটিএডিত নতুনকৈ চাৰিখন জিলা আৰু কেইবাটাও মহকুমা গঠন হ’ব বুলিও উল্লেখ কৰে মহিলাৰীয়ে ৷ প্ৰসংগক্ৰমে মহিলাৰীয়ে কোকৰাঝাৰত আই আই টি, এইমচ, ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ, বাক্সাৰ কোকিলাবাৰী, কোকৰাঝাৰৰ গোঁসাইগাঁওত কৃষি মহাবিদ্যালয় আদিকে ধৰি একাধিক প্ৰতিষ্ঠান স্থাপনৰ কথাও অবগত কৰে৷ সেইদৰে শালবাৰী, গোঁসাইগাঁও, তামুলপুৰ আৰু মাজবাটত বিটিএডিৰ নতুন জিলা গঠনৰ কথাও উল্লেখ কৰে ৷ সেইদৰে কৰ্মীসভাত ৰাজ্যসভাৰ বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও ভাষন প্ৰদান কৰে ৷ সাংসদগৰাকীয়ে বিটিচি গঠনৰ পিচত বিটিএডিত বিপিএফ দলৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰে কৰা কামৰ খটিয়ান দাঙি ধৰি আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে সকলো কৰ্মীকে সাজু হবলৈ আহ্বান জনায় ৷ সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে সমাগত বিটিচি নিৰ্বাচনৰ বাবে তেওঁলোকে দলৰ কৰ্মীসকলক সাজু কৰিবলৈ এনেদৰে কৰ্মীসভা অনুষ্ঠিত কৰা বুলি জানিব দিয়ে ৷ তেওঁ কয় যে বৰ্তমান সময়ত যিহেতু এজিপি আৰু বিজেপিৰ সৈতে তেওঁলোকৰ মিত্ৰতা আছে সেয়ে বিটিচি নিৰ্বাচনতো মিত্ৰতা অক্ষুন্ন থাকিব ৷ ইফালে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিয়ে বিটিচিৰ পয়ত্ৰিশখন আসন দখল কৰিব বিচৰা প্ৰসংগত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে সেয়া সময়তহে কব পৰা যাব ৷ পৰিষদীয় নিৰ্বাচনত প্ৰকৃততে নৱ কুমাৰ শৰণীয়াই কিমানখন আসন দখল কৰিব পাৰে ৷ বিটিএডি আৰ্মি গঠন সন্দৰ্ভটো বিশ্বজিৎ দৈমাৰীয়ে সাংসদ নৱ কুমাৰ শৰণীয়াক কটাক্ষ কৰি কয় যে সাংসদ নৱ কুমাৰ শৰণীয়া নিজে এজন আত্মসমৰ্পণ নকৰা আলফা ৷ গতিকে বিটিচিত সংঘটিত যিকোনো ঘটনাৰ দায়িত্ব এতিয়া সাংসদ নৱ কুমাৰ শৰণীয়াই লব লাগিব ৷ অৱশ্যে বিটিএডিত অবৈধ অস্ত্ৰ থকা কথাতো স্বীকাৰ কৰি সাংসদ দৈমাৰীয়ে কয় বিটিএডিতে নহয় সমগ্ৰ অসমখনতে আছে অবৈধ অস্ত্ৰ ৷ আজিৰ কৰ্মীসভাত বিটিচিৰ ই এম অনচুমৈ খুংগুৰ বড়ো, বিজিত গৌৰা নাৰ্জাৰী, বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, এম চি এল এ ফলীন্দ্ৰ বসুমতাৰী, বিপিএফৰ সম্পাদক ৰমেশ চন্দ্ৰ দাস প্ৰমুখ্যে কেবাগৰাকী নেতা উপস্থিত আছিল ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Dainik Agradoot Today’s Edition:28 September’26
Daily

September 29, 2026
Dainik Agradoot Today’s Edition:29 September 2026

Dainik Agradoot Today’s Edition: 27 Sept 2026

September 27, 2026
Dainik Agradoot Today’s Edition : 26 Sept 2026

September 26, 2026
Dainik Agradoot Today’s Edition : 24 September 2026

September 25, 2026
Dainik Agradoot Today’s Edition: 24 September 2026

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d