Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ওদালগুৰিৰ ২৮ খন বাছেৰে স্বগৃহলৈ ৬০৮ জন : ২২৩ জন শ্ৰমিকৰ যাত্ৰা ভিন্ন জিলালৈ :৮৩ জন বহিঃৰাজ্যৰ শ্ৰমিক

publisher by publisher
April 25, 2020
in COVID-19, News
Reading Time: 1 min read
0
ওদালগুৰিৰ ২৮ খন বাছেৰে স্বগৃহলৈ ৬০৮ জন : ২২৩ জন শ্ৰমিকৰ যাত্ৰা ভিন্ন জিলালৈ :৮৩ জন বহিঃৰাজ্যৰ শ্ৰমিক
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ  তলাবন্ধ মাজতে  ৰাজ্যৰ বহু জিলাত আৱদ্ধ হৈ থকা শিক্ষাৰ্থী, শ্ৰমিকৰ লগতে বিভিন্ন লোকক শনিবাৰে  স্বগৃহলৈ প্ৰেৰণ কৰে প্ৰশাসনে | উল্লেখ্য যে  এইলোক সকলৰ যাতায়তৰ ক্ষেত্রত ৰাজ্য চৰকাৰে  শনিবাৰৰ পৰা  তিনিদিনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া বাছেৰে এই লোকসকলক স্বগৃহলৈ প্ৰেৰণ কৰে সংশ্লিষ্ট জিলা প্ৰশাসনে । সেই অনুসৰি ওদালগুৰি জিলা প্ৰশাসনে ২৮ খন বাছেৰে ৰাজ্যৰ বিভিন্ন জিলালৈ  আৱদ্ধ লোকক প্ৰেৰণৰ ব্যৱস্থা কৰে।
শনিবাৰে ওদালগুৰি ৰাজহুৱা দূৰ্গা মণ্ডপৰ পৰা এখন বাছেৰে প্ৰথম পৰ্যায়ত ১১ জনক বৰপেটা জিলালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত লোকসকলে যাত্ৰা কৰিবলগীয়া অস্থায়ী বাছ আস্থানত উপস্থিত থাকি মন্ত্ৰী ৰিহন দৈমাৰী, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসে সমগ্ৰ প্ৰক্ৰিয়াটো বুজ লয়।
মন্ত্ৰী ৰিহন দৈমাৰীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুযায়ী ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলক নিজৰ স্বগৃহলৈ ঘুৰাই পঠিওৱাৰ ব্যৱস্থা আজিৰে পৰা আৰম্ভ কৰা হৈছে। যিসকল লোকৰ ব্যক্তিগত বাহন নাই অথবা ১০৪ সেৱাত ফোন কৰি স্বগৃহলৈ যোৱাৰ অনুমতি লৈছে, তেওঁলোকক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ নিজ নিজ ঘৰলৈ থৈ অহাৰ ব্যৱস্থা কৰিছো। ইফালে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই কয় যে ওদালগুৰিলৈ কাম কৰিবলৈ অহা ২২৩ জন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰমিক আৰু ৮৩ জন বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক আছে।
ৰাজ্যৰ ভিতৰৰ শ্ৰমিকসকলৰ ভিতৰত ১০৪ গৰাকী শ্ৰমিক আজি পুৱা তেওঁলোকৰ সংশ্লিষ্ট ঠিকাদাৰসকলৰ তত্বাৱধানত ওদালগুৰিৰ পৰা ৰাওনা হৈছে। কিন্তু বহিঃৰাজ্যৰ পৰা অহা লোকসকল বৰ্তমান পৰ্যন্ত অসমৰ পৰা ওলাই যাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ওদালগুৰিতে আৱদ্ধ হৈ আছে। লগতে উপায়ুক্ত গৰাকীয়ে কয় যে ১০৪ সেৱাৰ সহায়ত ওদালগুৰিৰ পৰা বিভিন্ন জিলালৈ যাবলগীয়া লোকৰ সংখ্যা হৈছে ৬০৮ জন।
ইয়াৰ বিপৰীতে ৰাজ্যৰ ভিতৰৰ অন্য জিলাৰ পৰা ওদালগুৰিলৈ আহিবলগীয়া লোকৰ সংখ্যা হৈছে ৪৩৩ গৰাকী। ইফালে জিলা প্ৰশাসনে এইসকল লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বগৃহলৈ প্ৰেৰণৰ বাবে ২৮ খন বাছৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি সকলোকে শৃংখলা বজাই সামাজিক ব্যৱধান মানি প্ৰশাসনক সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSAssam GovernmentCorona VirusCovid-19lock down
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d