Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অনবদ্য অভিনয়েৰে অনুৰাগীৰ হৃদয়জিনা  জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু

publisher by publisher
April 29, 2020
in News
Reading Time: 1 min read
0
অনবদ্য অভিনয়েৰে অনুৰাগীৰ হৃদয়জিনা  জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

নাছিৰুদ্দিন আৰু বাপ্পী লাহিড়ীৰ স্বাস্থ্যক লৈ ছ’চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ,সুস্থ আছে দুয়ো

অনবদ্য অভিনয়েৰে চলচ্চিত্ৰ প্ৰেমীসকলৰ মনত চৰিত্ৰ তথা সংলাপ নিক্ষেপৰ দক্ষতাৰে অনুৰাগীৰ মনত  সাঁজ বহুৱাবলৈ সক্ষম হোৱা বলীউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত মৃত্যু হয় । ৫৪ বছৰীয়া ইৰফান খান মংগলবাৰে পুৱা নিজ গৃহত বাথৰুমত পিছলি পৰিছিল। ইয়াৰ পিছত অভিনেতাজনৰ পৰিয়ালবৰ্গই তেওঁক মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত ভৰ্ত্তি কৰায়। ইফালে বিগত শনিবাৰে ৯৫ বছৰ বয়সত নিজ মাতৃকো হেৰুৱাইছিল অভিনেতা ইৰফান খানে ৷ কিন্তু নিজৰ স্বাস্থ্যৰ অৱনতি ঘটাত জয়পুৰত মৃত্যু হোৱা মাতৃৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল’ব নোৱাৰিলে ইৰফান খানে। আনহাতে ইৰফান খান দীৰ্ঘদিন ধৰি ন্যূৰোইণ্ডোক্ৰাইন টিউমাৰত আক্ৰান্ত হৈছিল ৷

ADVERTISEMENT

২০১৮ৰ মাৰ্চ মাহত নিজৰ অসুখৰ কথা জানিব পাৰিছিল অভিনেতাজনে ৷ ইয়াৰ পিছত লণ্ডনত চিকিৎসা আৰম্ভ কৰে ইৰফান খানে। লণ্ডনত চিকিৎসা কৰি অলপ সুস্থ হোৱাৰ পিছত ২০১৯ৰ এপ্ৰিলত ভাৰতলৈ আহে অভিনেতাজন ৷ ভাৰতলৈ অহাৰ পিছতেই অলপতে মুক্তি লাভ কৰা অংগ্ৰেজী মিডিয়াম ছবিৰ তেওঁ দৃশ্যগ্ৰহণ আৰম্ভ কৰে । ১৯৬৭ ৰ ৭ জানুৱাৰীত জন্ম লাভ কৰা ইৰফান খানৰ প্ৰকৃত নাম চাহেবজাদে ইৰফান আলি খান ৷ সৰুৰে পৰা ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা ইৰফান কিন্তু ভাগ্যক্ৰমে অভিনয় জগতত খোজ দিয়ে । কিন্তু পিতৃৰ ইচ্ছা আছিল ইৰফান এজন সফল ব্যৱসায়ী হওক । অৱশ্যে ইৰফান খানে নেশ্যনেল স্কুল অৱ ড্ৰামাত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে আৰু তাতেই অভিনয়ৰ যাত্ৰা আৰম্ভ হয় । বলীউডত ইৰফান খানক চিৰসেউজ অভিনেতা হিচাপে ধৰিব পাৰি ৷ কাৰণ ইৰফান খানৰ অভিনয় দক্ষতা, সংলাপ আদিয়ে যিকোনো এখন ছবিক  সজীৱ কৰি তোলে ।

তেওঁ অভিনয় কৰা মকবুল,পিকু,পান সিং তোমৰ আদি ছবিত ইৰফান খানৰ অভিনয় অনুৰাগীসকলে নিশ্চয়কৈ পাহৰিব নোৱাৰে। ইয়াৰ উপৰিও লাইফ ইন এ মেট্ৰ’, দ্য লান্স বক্স, তলৱাৰ, হিন্দী মিডিয়াম আদি ছবিত অভিনয় কৰে ৷লগতে ইৰফান খানে হাচিল”( নিগেটিভ ৰ’ল), লাইফ ইন এ মেট্ৰ’ত (শ্ৰেষ্ঠ অভিনেতা), পান সিং তোমৰত বেষ্ট (এক্টৰ ক্ৰিটিকছ) আৰু হিন্দী মিডিয়ামৰ কাৰণে (বেষ্ট এক্টৰ) আদি ছবিৰ কাৰণে বলীউডৰ জনপ্ৰিয় ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰে । পান সিং তোমৰৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰো দিয়া হৈছিল অভিনেতাজনক ৷ লগতে পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল বলীউডৰ চিৰ সেউজ অভিনেতাজন ৷

আনহাতে ইৰফান খানৰ মৃত্যুৰ খবৰে দেশবাসীৰ লগতে বলীউডতো শোকৰ ছাঁ পেলাইছে। বিগ বি অভিতাভ বচ্চনে টুইটাৰ যোগে কয় যে অতি মৰ্মান্তিক খবৰ। জাভেদ আখটাৰে টুইটাৰ যোগে শোক ব্যক্ত কৰে ৷ লগতে কয় “ইৰফানক শেষবাৰৰ কাৰণে লণ্ডনত লগ পাইছিলো । বহুত কথা পাতিছিলো । তেওঁৰ অভিনয়ত যাদু আছে। অসুস্থতাৰ সময়তো কাম কৰাৰ অদম্য হেপাঁহ আছিল তেওঁৰ ৷”

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেৰেকাৰে। ‘ইৰফান খান এজন বহুমুখী প্ৰতিভাধৰ অভিনেতা আছিল। তেওঁৰ মৃত্যুৰ বাতৰিত শোকাহত হৈছো আৰু পৰিয়াল, বন্ধু, অনুৰাগীসকলক সমবেদনা জনাইছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Irrfan Khan
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d