Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ সময়চোৱাত দেশজুৰি সাৰ বিক্ৰীৰ অভিলেখ 

publisher by publisher
April 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ সময়চোৱাত দেশজুৰি সাৰ বিক্ৰীৰ অভিলেখ 
1
SHARES
6
VIEWS
ShareShareShareShare

দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ সময়চোৱাত  সাৰ বিক্ৰীয়ে অভিলেখ ৰচনা কৰাৰ কথা  সদৰী কৰিছে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ মন্ত্ৰণালয়ৰ সাৰ বিভাগে। বিভাগটোৱে দাঙি ধৰা তথ্য অনুসৰি, যোৱা এক এপ্ৰিলৰ পৰা ২২এপ্ৰিলৰ ভিতৰত  ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক বিক্ৰী কৰা সাৰৰ পৰিমাণ হ’ল ১০.৬৩ লাখ মেট্ৰিক টন। ইয়াৰ পৰিমাণ যোৱাটো বছৰৰ এই  সময়তচোৱাত  ৮.৩২ লাখ মেট্ৰিক টন সাৰৰ হিচাপত বৰ্তমান ৩২ শতাংশ অধিক ।

ADVERTISEMENT

সেইদৰে, যোৱা এক এপ্ৰিলৰ পৰা ২২এপ্ৰিলৰ মাজৰ দিনকেইটাত সাৰৰ বিক্ৰেতাসকলে ক্ৰয় কৰা সাৰৰ পৰিমাণ হ’ল ১৫.৭৭লাখ মেট্ৰিক টন। এই পৰিমাণ যোৱাটো বছৰৰ এই সময়ত ১০.৭৯লাখ মেট্ৰিক টন সাৰৰ হিচাপত বৰ্তমান ৪৬শতাংশ অধিক। উল্লেখ্য যে ‘তলাবন্ধ’ৰ সময়চোৱাত দেশত প্ৰযোজ্য হোৱা বিভিন্ন বাধা-নিষেধ স্বত্বেও সাৰ বিভাগ, ৰে’ল বিভাগ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন বন্দৰসমূহৰ সমন্বিত প্ৰয়াসৰ ফলত বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে এইখিনি সময়ত দেশত সাৰৰ উৎপাদন আৰু যোগান অব্যাহত আছে । সেইমৰ্মে যোৱা ১৭ এপ্ৰিলত ৪১ ‘ৰেক’ সাৰ উৎপাদন প্ৰকল্পৰ পৰা বন্দৰলৈ প্ৰেৰণ কৰা হৈছিল। ‘তলাবন্ধ’ৰ সময়চোৱাত এটা দিনত হোৱা সাৰৰ এয়াই আছিল আটাইতকৈ বৃহৎ স্থানান্তৰণ। উল্লেখ্য যে, এটা ‘ৰেক’ত এবাৰত ৩০০০মেট্ৰিক টন পৰিমাণৰ সাৰ কঢ়িয়াব পাৰি। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে  ‘তলাবন্ধৰ’ সময়চোৱাত দেশৰ কৃষিখণ্ডত যাতে সমস্যাৰ সৃষ্টি নহয়, সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন’ৰ অধীনত সাৰ প্ৰকল্পসমূহৰ কাম-কাজ অব্যাহত ৰখাৰ অনুমতি প্ৰদান কৰিছিল।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19indiaINDIA FIGHTS CORONALockdown
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d