Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    বিগত এটা দশকত চাৰি শতাধিক ভূমিকম্প

    বিগত এটা দশকত চাৰি শতাধিক ভূমিকম্প

    জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ নিৰ্দেশ নৰজিল চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত

publisher by publisher
May 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ নিৰ্দেশ নৰজিল চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দেশত সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সমান্তৰালকৈ চৰকাৰে বিভিন্ন ক্ষেত্ৰত জাৰি কৰা শিথিলতাৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ  মূৰত সৰ্বত্ৰ ব্যস্ততাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতে তলাবন্ধৰ নিয়ম উলংঘা কৰিও এই ব্যস্ততা পৰিলক্ষিত হয় । এনে পৰিবেশৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হৈছে বেচৰকাৰী কাৰ্যালয়। আনহাতে চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ সংখ্যা ৩০  ৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হয় । অৱশ্যে চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশৰ উপস্থিতিৰ নিৰ্দেশ গৌণ হৈ পৰে । বৰঞ্চ তাতকৈ অধিক সংখ্যক কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থাকে । কাৰণ ৰোষ্টাৰ ভিত্তিত কাৰ্যালয় এটাত কৰ্মচাৰীসকলক দুটা ভাগত ভাগ কৰা পদ্ধতি সোমবাৰে দিনৰ ভাগতহে বহু কাৰ্যালয়ত সম্পূৰ্ণ হয় । গুৱাহাটীত সকলো বিভাগৰ কাৰ্যালয় আছে । সেই সকলোতে ধৰি সকলো কাৰ্যালয়তে ৬০-৭০ শতাংশ কৰ্মচাৰী উপস্থিত থাকে । স্বয়ং জনতা ভৱনতে এই পৰিস্থিতিৰ সৃষ্টি হয় ।
এই সন্দৰ্ভত অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই কয় যে ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিবলগীয়া ঘোষণাটো দেওবাৰে কৰা হৈছিল কাৰণে সোমবাৰে সেই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লয়। কৰ্মচাৰী সকলো দোমোজাত পৰে ।আনহাতে নগৰ উন্নয়নকে ধৰি সকলো কাৰ্যালয়তে এই পৰিস্থিতিৰ উদ্ভৱ হয় যদিও সকলোতে সামাজিক দূৰত্ব মানি চলাৰ চেষ্টা চলায় সকলোৱে । চৰকাৰী কাৰ্যালয়ত এই পৰিবেশৰ বিপৰীতে বেচৰকাৰী কাৰ্যালয়ৰ দূৱাৰ সোমবাৰে বহু দিনৰ মূৰত খোল খাই। উল্লেখযোগ্য যে অসম চৰকাৰে দিয়া নিৰ্দেশনা অনুযায়ী বেচৰকাৰী কাৰ্যালয়তো ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। কিন্তু চৰকাৰৰ নিৰ্দেশনাৰ বিপৰীতে কিছুমান বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশতকৈ কম আৰু কিছুমানত বেছি কৰ্মচাৰী উপস্থিত থাকে ৷
উল্লেখযোগ্য যে মহানগৰীত সোমবাৰৰ পৰা আৰম্ভ হৈছে চিটী বাছ সেৱা। কিন্তু বাছবোৰত ৫০ শতাংশ যাত্ৰীহে যাত্ৰা কৰিব পাৰিব । ইয়াৰ বিপৰীতে যাত্ৰীৰ সংখ্যাতকৈ বাছৰ সংখ্যা কম হোৱাত কৰ্মচাৰীসকল আহুকালত পৰে । সময়মতে উপস্থিত হ’ব নোৱাৰে কাৰ্যালয়ত ৷ আনকি জনতা ভৱনৰ বহু কৰ্মচাৰী ১১ টা বজাতহে কাৰ্যালয়ত উপস্থিত হয়৷ আনহাতে এই সুযোগতে একাধিক অ’টো, ই-ৰিক্সা চালকে ভাড়া বৃদ্ধিৰ সুযোগ লয়। ইপিনে মহানগৰীত ট্ৰেকাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান
International

নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

October 9, 2026
বিগত এটা দশকত চাৰি শতাধিক ভূমিকম্প
India

বিগত এটা দশকত চাৰি শতাধিক ভূমিকম্প

October 9, 2026
জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ
India

জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d