Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ সময়ছোৱাত  পৱনহংস হেলিকপ্টাৰে ৭,৭২৯ কিঃমিঃ আকাশীপথ অতিক্ৰম কৰি ২.২৭ টন পণ্য সামগ্ৰী পৰিবহণ 

samimsultana by samimsultana
May 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ সময়ছোৱাত  পৱনহংস হেলিকপ্টাৰে ৭,৭২৯ কিঃমিঃ আকাশীপথ অতিক্ৰম কৰি ২.২৭ টন পণ্য সামগ্ৰী পৰিবহণ 
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

লাইফলাইন উড়ান সেৱাৰ কামত জড়িত হৈ এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু বেচৰকাৰী সংস্থাৰ ৪৪৩ খন বিমানে যোৱা তিনি মে’ পর্যন্ত এই সেৱাৰ মাধ্যমেৰে ৪,৩৪,৫৩১ কিলোমিটাৰ আকাশীপথ অতিক্ৰম কৰি এই মালবাহী বিমানকেইখনে ৮২১.০৭ টন পণ্য সামগ্ৰী কঢ়িয়াবলৈ সক্ষম হৈছে | উল্লেখ্য যে  এই বিমানসমূহৰ ভিতৰত ২৬৫খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰ। ক’ভিড-১৯ সংক্রমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা তলাবন্ধৰ  সময়ছোৱাত দেশৰ এই যুঁজখনলৈ সমর্থন আগবঢ়াই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এই লাইফলাইন উড়ানবোৰ নিয়ন্ত্রণ কৰি দেশৰ ভিন্ন অঞ্চললৈ প্রয়োজনীয় চিকিৎসা সামগ্রী সৰবৰাহ অব্যাহত ৰাখিছে ।
বিমানসমূহ জড়িয়তে উত্তৰ পূর্বাঞ্চল, ব-দ্বীপ অঞ্চল আৰু পাহাৰীয়া এলেকাবোৰৰ প্রতি বিশেষ নজৰ দিয়া হৈছে। জম্মু আৰু কাশ্মীৰ, লাদাখ, ব-দ্বীপ অঞ্চল আৰু উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যবোৰলৈ সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত পৱনহংস লিমিটেডসহ অন্যান্য হেলিকপ্টাৰ সেৱাও ব্যৱহাৰ কৰা হৈছে। মূলতঃ চিকিৎসা সামগ্রী আৰু অসুস্থ লোকসকলৰ পৰিবহনৰ বাবে এই সেৱা ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ  তিনি মে’ পর্যন্ত পৱনহংস হেলিকপ্টাৰ সেৱাৰ মাধ্যমেৰে ৭,৭২৯ কিলোমিটাৰ আকাশাপথ অতিক্ৰমী ২.২৭ টন পণ্য সামগ্ৰী পৰিবহণ কৰিবলৈ সক্ষম হৈছে ।
ইয়াৰ উপৰি  আভ্যন্তৰীণ পণ্য সেৱা সংস্থা স্পাইছ জেট, ব্লু ডার্ট আৰু ইণ্ডিগ’ৱে বাণিজ্যিক ভাৱে পণ্য সেৱা প্ৰদান কৰি আহিছে। স্পাইছ জেটৰ ৭৭৫ খন মালবাহী বিমানেৰে বিগত ২৪ এপ্রিলৰ পৰা তিনি মে’ পর্যন্ত ১৩,৩১,২২৬ কিলোমিটাৰ আকাশীপথ অতিক্ৰমী ৫,৬১৭ টন পণ্য বহন কৰিছে। ইয়াৰ ভিতৰত আছে ২৮৩ খন আন্তর্জাতিক বিমানো। ব্লু ডার্টে ইয়াৰ ২৫৬ খন মালবাহী বিমানেৰে বিগত ২৫ এপ্রিলৰ পৰা তিনি মে’ পর্যন্ত ২,৮৩,৩৫৮ কিলোমিটাৰ আকাশীপথ অতিক্ৰমী ৪,৪০৫ টন সামগ্ৰী কঢ়িয়াইছে। ইয়াৰ ভিতৰত ১৩ খন আন্তর্জাতিক মালবাহী বিমানো আছিল। বিগত তিনি  এপ্রিলৰ পৰা তিনি মে’ পর্যন্ত ইণ্ডিগ’ৱৰ ৮৮ খন মালবাহী বিমানেৰে ১,৪৬,৫৪৭ কিলোমিটাৰ আকাশীপথ অতিক্ৰমী ৪৪২ টন সামগ্ৰী কঢ়িয়াইছে। ইয়াৰ ভিতৰত ৩৩ খন আন্তর্জাতিক মালবাহী বিমানো আছে। বেচৰকাৰী সংস্থাৰ বিমানবোৰে চৰকাৰৰ বাবে জৰুৰী সেৱা প্ৰদান কৰিছে সম্পূৰ্ণ বিনামূল্যে।
ভিস্তাৰা বিমান সংস্থাই বিগত ১৯ এপ্রিলৰ পৰা তিনি মে’ পর্যন্ত ২০খন মালবাহী বিমানেৰে ২৮,৫৯০ কিলোমিটাৰ আকাশীপথ অতিক্ৰমী ১৩৯ টন সামগ্ৰী কঢ়িয়াইছে। ক’ভিড-১৯ সংক্রান্তীয় সামগ্রী, চিকিৎসা সা-সৰঞ্জাম আৰু ঔষধ পৰিৱহণৰ বাবে আন্তঃর্জাতিক ক্ষেত্রত পূৱ এছিয়াৰ স’তে এক পণ্য এয়াৰ ব্রীজ স্থাপন কৰা হৈছে। এয়াৰ ইণ্ডিয়াই ৯৩০ টন চিকিৎসা সামগ্রী এই পথেৰেই কঢ়িয়াই আনিছে। ইয়াৰ সমান্তৰালকৈ ব্লু ডার্টে বিগত ১৪ এপ্রিলৰ পৰা তিনি মে’ পর্যন্ত সাংহাই আৰু গুয়াংঝৌৰ পৰা ১১৪ টন পণ্যসামগ্ৰী কঢ়িয়াই আনিছে। হংকংৰ পৰা পণ্য পৰিবহণ কৰা হৈছে ২৪ টন সামগ্ৰী। স্পাইছ জেটে তিনি মে’ পর্যন্ত সাংহাই আৰু গুয়াংঝৌৰ পৰা ২০৪ টন চিকিৎসা সামগ্রী কঢ়িয়াই আনিছে আৰু সেইখিনি সময়তেই হংকং আৰু ছিংগাপুৰৰ পৰা ১৬ টন চিকিৎসা সামগ্রী কঢ়িয়াই আনিছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19indiaINDIA FIGHTYS CORONLockdown
samimsultana

samimsultana

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d