Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

প্ৰসংগঃ কৰ’না ভাইৰাছ

publisher by publisher
May 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
প্ৰসংগঃ কৰ’না ভাইৰাছ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ তলাবন্ধ ঘোষণা কৰা হৈছে। তেনে সময়তে বিশ্বৰ লগতে দেশত দিয়া তলাবন্ধৰ কাৰণে বিভিন্ন প্ৰান্তত বন্দী হৈ আছে দেশৰ ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য কামত নিয়োজিত লোকসকল ৷ এই সময়তে গৃহ মন্ত্ৰ্যালয়ে বিশ্বৰ ১২ খন দেশত আৱদ্ধ হৈ থকা নাগৰিকসকলক ভাৰতলৈ অনাৰ প্ৰস্তুতি কৰিছে ।সাত মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই অভিযানত ১২ খন দেশলৈ প্ৰায় ৬৪ খন বিমান প্ৰেৰণ কৰিব।  আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ১৪ হাজাৰ ৮০০ লোক দেশলৈ আহিব পাৰিব।
প্ৰত্যেক দিনে প্ৰায় ২০০০ লোকক এনেদৰে অনাৰ পৰিকল্পনা কৰিছে গৃহমন্ত্ৰ্যালয়ে ।কিন্তু এই লোকসকল ভাৰতলৈ অহাৰ পূৰ্বে কিছুমান নীতি নিৰ্দেশনা মানি চলিব লাগিব। লগতে তেওঁলোকে কৰ’না ভাইৰাছৰ উপস্থিতিৰ পৰীক্ষা কৰাটোও অত্যন্ত প্ৰয়োজনীয়। ইপিনে গৃহমন্ত্ৰ্যালয়ক মতে যিসকল লোকৰ শৰীৰত কৰ’নাৰ লক্ষণ নাই তেওঁলোকহে এই যাত্ৰাৰ কাৰণে অনুমতি লাভ কৰিব ৷ ভৰত অহাৰ পিছতো তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব আৰু ১৪ দিনৰ কোৱাৰেন্টাইনত ৰখা হ’ব ।আনহাতে ইউকে,ইউৰোপ,কত্তৰ,চাউদী আৰৱ,চিংগাপুৰ,মালেছিয়া,ফিলিপাইনছ,বাংলাদেশ,কুৱেত আদিলৈ ভাৰতীয় বিমান গৈ আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিব ৷উল্লেখযোগ্য যে আৱদ্ধ হৈ থকা লোকসকলক
১.প্ৰথম দিন অৰ্থাৎ সাত মে’ত নখন দেশৰ পৰা ২৩০০ লোক কোচি,মুম্বাই,দিল্লী,হাইদৰাবাদ,আহমেদাবাদ আৰু শ্ৰীনগৰলৈ যাত্ৰা কৰিব। 
২.৮ খন দেশৰ পৰা প্ৰায় ২০৫০ জন ভাৰতীয় চেন্নাই,কোচি,মুম্বাই,আহমেদাবাদ,বেংগালুৰু আৰু দিল্লীলৈ আহিব ৷
৩.তৃতীয় দিনত ৯ খন দেশৰ পৰা ২০৫০ ভাৰতীয় মুম্বাই,কোচি,হাইদৰাবাদ,লক্ষ্ণৌ আৰু দিল্লীলৈ আহিব ৷
৪.চতুৰ্থ দিনত চাৰিখন দেশৰ পৰা ১৮৫০ জন লোক কোচি,চেন্নাই,মুম্বাই,দিল্লী আৰু হাইদৰাবাদলৈ আহিব। 
৫.পঞ্চম দিনত ৯ খন দেশৰ পৰা ২২০০ জন লোক কোচি,চেন্নাই,দিল্লী,আহমেদাবাদ,বেংগালুৰু আৰু শ্ৰীনগৰলৈ আহিব ৷
৬.ষষ্ঠ দিনত ১০ খন দেশৰ পৰা ২৫০০ জন লোক হাইদৰাবাদ,দিল্লী,বেংগালুৰু,শ্ৰীনগৰ,আহমেদাবাদ,কোচি আদিলৈ আহিব। 
৭.সপ্তম দিনত ৮ খন দেশৰ পৰা ১৮৫০ জন লোক চেন্নাই,দিল্লী,হাইদৰাবাদ আৰু অমৃতসৰলৈ আহিব ৷
ইপিনে,যিসকল লোকক ভাৰতলৈ অনা হ’ব তেওঁলোকৰ কাৰণেও চৰকাৰৰ পৰা কিছুমান চৰ্ত দিয়া হৈছে ৷ইয়াৰ ভিতৰত লোকসকলে নিজৰ খৰচত কৰ’না ভাইৰাছৰ উপস্থিতিৰ টেষ্ট কৰাব লাগিব। আৰু ভাৰতলৈ আহোঁতে লগত সেই কৰ’না ভাইৰাছৰ টেষ্ট চাৰ্টিফিকেটখন লৈ আহিব লাগিব। সকলো লোকে বিমানৰ ভাৰাৰ দায়িত্ব নিজেই বহন কৰিব লাগিব ।আৰু ভাৰতলৈ অহাৰ পিছত ১৪ দিন কোৱাৰেন্টাইনত থাকিব লাগিব। কোৱাৰেন্টাইনত থকাৰ খৰছো যাত্ৰীসকলে বহন কৰিব লাগিব ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19INDIA CORONA VIRUSlock downLOCKDOWN_ASSAMworld corona virusWorld covid 19
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d