Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

শ্ৰমজীৱি-ক্ষুদ্ৰ উদ্যোগীক সকাহ দিবলৈ ব্যৱস্থা নাই চৰকাৰৰ : তৰুণ গগৈ

publisher by publisher
May 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
শ্ৰমজীৱি-ক্ষুদ্ৰ উদ্যোগীক সকাহ দিবলৈ ব্যৱস্থা নাই চৰকাৰৰ : তৰুণ গগৈ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

মহামাৰী কৰ’নাৰ ফলত সৃষ্টি হোৱা সাম্প্রতিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সাধাৰণ শ্ৰমজীৱী লোক আৰু ক্ষুদ্ৰ-উদ্যোগৰ বাবে চৰকাৰে সঠিক পৰিকল্পনা নকৰিলে আগন্তুক দিনত ভাইৰাছবিধতকৈয়ো ভয়াবহ পৰিৱেশৰ সৃষ্টি হ’ব। এনেদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা তলাবন্ধক আদৰণি জনালেও এয়া অপৰিকল্পিত ভাৱে কৰা বুলি মন্তব্য কৰে । আগতীয়া পৰিকল্পনা তথা প্ৰস্তুতি নথকাৰ বাবে দেশৰ সাধাৰণ লোকসকল অধিক জটিল পৰিস্থিতিৰ সন্মূখীন হোৱা বুলি তেওঁ কয়।
‘ঠেলাৱালা’, ‘ৰিক্সাৱালা’ আদি সাধাৰণ উপাৰ্জনৰ শ্ৰমজীৱী লোকসকল বৰ্তমান পৰিস্থিতিত যথেষ্ট সংকটৰ সন্মূখীন হৈছে। তেঁওলোকক কেন্দ্ৰ-ৰাজ্য চৰকাৰে সকাহ দিব লাগিব, কিন্তু সকাহ দিয়াৰ ব্যৱস্থা বৰ্তমান নাই । অসমৰ কৃষকসকলে পাচলি বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ কৰিছে। গাখীৰ বিক্ৰী কৰিব পৰা নাই, মাছ বিক্ৰী কৰিব পৰা নাই, তেনে ক্ষেত্ৰত সেইসকল লোকৰ ভৱিষ্যত কি হ’ব? অথচ তেওঁলোককো সকাহ দিবলৈ অসম চৰকাৰে কোনো পদক্ষেপ এতিয়ালৈ লোৱা নাই। পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আমি সৰ্বদলীয় বৈঠকত উত্থাপন কৰিছিলো । যিসকলে ঋণ লৈ নানান ক্ষুদ্র বৃত্তিত নিয়োজিত হৈ আছে , সেইসকলৰ ঋণ চৰকাৰে মাফ কৰিব লাগে। তেতিয়াহে মানুহবোৰে সকাহ পাব। কিন্তু চৰকাৰে কোনো ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিব পৰা নাই।’ এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
অন্যহাতে, সাংসদ আৰু বিধায়ক সকলৰ উন্নয়ন পুঁজিৰ ধন সময়মতে মোকলাই দিয়াৰো দাবী জনায়। এই ক্ষেত্ৰতো তেওঁ কয় যে এই পুঁজিৰে বিশেষকৈ গ্ৰামঞ্চলৰ উন্নয়নৰ বহু কাম কৰা হয়। তাৰ ফলত নিয়োগ সৃষ্টি হোৱাৰ লগতে মানুহৰ উপার্জনো বাঢ়ে। এনেক্ষেত্ৰত সেই পুঁজি বন্ধ ৰখাটোৰ কোনো যুক্তিযুক্ততা বিচাৰি নোপোৱা বুলি তেওঁ উল্লেখ কৰে। কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰল, ডিজেলত ৰাজ্য চৰকাৰে পাঁচ টকাকৈ বৃদ্ধি কৰা মূল্য নিৰ্ধাৰিত কৰ প্ৰত্যাহাৰৰো গগৈয়ে চৰকাৰক দাবী জনায়। এই ক্ষেত্ৰত তেঁও কয় যে বিশেষকৈ ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত খেতিয়কসকলে পানী যোগানক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত। তেনেদৰে সাধাৰণ ব্যৱসায়ী সকলে সামগ্ৰী কঢ়িওৱাতো অসুবিধাত পৰা বুলি তেওঁ উল্লেখ কৰে। আনহাতে, ৰাজ্যত থকা ক্ষুদ্ৰ উদ্যোগবোৰক সাম্প্ৰতিক জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে যদি শীঘ্ৰে কোনো আঁচনি ৰূপায়ণ নকৰে তেনেহ’লে অসমত কৰ’নাতকৈয়ো ভয়াবহ পৰিস্থিতি ইয়াৰ ফলতে উদ্ভৱ হ’ব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে গভীৰ আশংকা ব্যক্ত কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownTarun Gogoi
publisher

publisher

Related Posts

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান
International

নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d