Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভিটামিন ‘ডি’ৰ অভাৱতে বৃদ্ধি পাইছে ক’ভিড-১৯ত মৃত্যুৰ হাৰ

publisher by publisher
May 11, 2020
in COVID-19, News
Reading Time: 1 min read
0
ভিটামিন ‘ডি’ৰ অভাৱতে বৃদ্ধি পাইছে ক’ভিড-১৯ত মৃত্যুৰ হাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

শৰীৰত ভিটামিন ‘ডি’ৰ পৰিমাণ গড়ে যিমান কম থাকে । সিমানেই বৃদ্ধি পায় ক’ভিড-১৯ ৰ সংক্ৰমণৰ আশংকা । তাতকৈও বেছিকৈ বাঢ়ে এই ভাইৰাছত মৃত্যুৰ হাৰ । বিশেষকৈ ইউৰোপৰ দেশ সমূহৰ ক্ষেত্ৰত ভিটামিন ‘ডি’ ৰ অভাৱে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । ব্ৰিটেইনৰ এংগলিয়া ৰাস্কিন বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এক সমীক্ষাৰ অন্তত এই তথ্য লাভ কৰিছে । শৰীৰত ভিটামিন ‘ডি’ ৰ পৰিমাণ কম থাকিলে শ্বাসনলীৰ সংক্ৰমণ তীব্ৰ হয় । স্বাভাৱিকতে ক’ভিডৰ সংক্ৰমণো বাঢ়ে । বিশ্ববিদ্যালয় খনৰ গৱেষক ডাঃ লী স্মিথে কয়, ‘ৰক্তৰ শ্বেতকনিকাই কিদৰে সঁহাৰি দিব, সেয়া নিয়ন্ত্ৰণ কৰে ভিটামিন ‘ডি’য়ে । উত্তেজক নিঃসৰণৰ অতি বেছি উপস্থিতিৰ পৰা শ্বেতকণিকা কোষক ভিটামিন ‘ডি’য়ে ৰক্ষা কৰে ।

ADVERTISEMENT

কিন্ত ক’ভিড -১৯য়ে বিপৰীত কাণ্ড ঘটায় । ই শ্বেতকণিকাৰ ভিতৰত অতি বেছি মাত্ৰাত উত্তেজক নিঃসৰণ উপস্থিতি নিশ্চিত কৰে । ফলত শৰীৰত ভিটামিন ‘ডি’ ৰ অভাৱ থাকিলে কৰ’না ভাইৰাছৰ সক্ৰিয়তাও বৃদ্ধি পায় । উল্লেখ্য যে দক্ষিণ ইউৰোপৰ ইটালী আৰু স্পেইনত ক’ভিডত মৃত্যুৰ সংখ্যা অতি বেছি । এজিং ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল ৰিচাৰ্ছৰ জাৰ্নেলত শেহতীয়াকৈ প্ৰকাশিত এক নিবন্ধত কোৱা হৈছে যে উত্তৰ ইউৰোপৰ দেশ সমূহৰ তুলনাত ইটালী আৰু স্পেইনৰ বাসিন্দাসকলৰ শৰীৰত ভিটামিন ‘ডি ‘ ৰ পৰিমাণ অতি কম । কিয়নো এই দেশ দুখনৰ বয়স্ক লোকসকলে সততে প্ৰখৰ ৰ’দ এৰাই চলে ।

আনহাতে, উত্তৰ ইউৰোপৰ বাসিন্দাসকলে ক’ড লিভাৰ অইল আৰু ভিটামিন ‘ডি’ যুক্ত খাদ্য অধিক পৰিমাণে খোৱাৰ বাবে তেওঁলোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ উপস্থিতি সৰ্বাধিক । সেয়ে সমগ্ৰ ইউৰোপৰ ভিতৰত ছুইডেন, ডেনমাৰ্ক, ছুইজাৰলেণ্ড আদিৰ দৰে স্কেণ্ডিনেভিয়ান দেশসমূহত ক’ভিড সংক্ৰমণ আৰু ইয়াৰ ফলত মৃত্যুৰ হাৰ সবাতোকৈ কম । বয়স্ক লোকসকলৰ ভিতৰত ভিটামিন ‘ডি’ৰ অভাৱ সকলোতকৈ বেছি ।

ইপিনে ,যোৱা মাহত নিউট্ৰিয়েন্ট জাৰ্নেলত প্ৰকাশিত আন এক গৱেষণাৰ প্ৰতিবেদনত দেখা গৈছে যে ক’ভিড-১৯ আৰু স্বাসনলীৰ অন্যান্য ৰোগৰ কবলৰ পৰা ৰক্ষা পোৱাৰ বাবে যদি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলগীয়া হয় ,তেনেহ’লে ভিটামিন ‘চি’ আৰু ‘ডি’ থকা মাইক্ৰনিউট্ৰিয়েন্ট ব্যৱহাৰ কৰাটো অতি নিৰাপদ তথা কম ব্যয়বহুল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Vitamin D
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d