Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ

publisher by publisher
May 12, 2020
in COVID-19, News
Reading Time: 1 min read
0
বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

বিগত ২৪ মাৰ্চৰ পৰা অব্যাহত থকা তিনিটা পৰ্যায়ৰ তলাবন্ধৰ নীতি নিৰ্দশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । বিশেষকৈ তলাবন্ধ আৰম্ভ হোৱা সময়ৰ পৰা শব্দ-যন্ত্ৰী আৰু ছেলুন ব্যবসায়ৰ লগত জড়িত লোকসকলৰ জীৱিকাৰ পথ প্ৰায় বন্ধ হৈ পৰিছে । তলাবন্ধৰ বাবেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা শব্দ যন্ত্ৰী আৰু চেলুনৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰা লোকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে ।

ADVERTISEMENT

তলাবন্ধৰ বাবে এইবাৰ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাওঁ জিলাতো ৰঙালী বিহু উদযাপন কৰা নহ’ল । ৰঙালী বিহুৰ সময়ত সাধাৰণতে জিলাখনৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই সাংস্কৃতিক অনুষ্ঠানত গায়কসকলৰ লগতে শব্দযন্ত্ৰী সকলে বুজন পৰিমাণৰ ধন আহৰণ কৰে । এইবাৰ তলাবন্ধৰ বাবে সেইয়া সম্ভৱ হৈ নুঠিল । একেদৰে ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ছেলুন, বিউটি পাৰ্লাৰ, স্পা আদি তলাবন্ধৰ বাবে বন্ধ হৈ থকাত এওঁলোকৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিভিন্ন জনে ব্যক্তিগত ভাবে এওঁলোকক সহায়ৰ হাত আগবঢ়াইছে যদিও বহুতে চৰকাৰী সাহাৰ্য লাভ কৰা নাই ।

এইসকল শব্দ যন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জৰিত লোকৰ কাষত থিয় হ’ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । আজি নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পৃথকে পৃথকে হোৱা অনুষ্ঠানত বিধায়ক গৰাকীয়ে শব্দযন্ত্ৰী আৰু ছেলুন ব্যবসায়ৰ লগত জড়িত লোকসকলক খাদ্য সামগ্ৰী আদি বিতৰণ কৰে । এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “তলাবন্ধৰ বাবে শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অতি কষ্ট হৈছে । জীৱন জীৱিকাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে । এই সংকটৰ সময়ত আমি তেওঁলোকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছো ।” লগতে এই লোকসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহবান জনাইছে বিধায়ক ৰূপক শৰ্মাই । আজি শতাধিক শব্দ যন্ত্ৰী আৰু পাঁচ শতাধিক চেলুন ব্যৱসায়ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক গৰাকীয়ে । বিধায়কগৰাকীৰ এনে পদক্ষেপক সকলোৱে শলাগ লৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Nagaon
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d