Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত সাতটা খণ্ডৰ সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে

publisher by publisher
May 17, 2020
in COVID-19, India, News, world
Reading Time: 1 min read
0
আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত সাতটা খণ্ডৰ সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

জিএছটিৰ পাঁচ আৰু ১৮ শতাংশ হাৰ বাহাল ৰখাত অনুমোদন

প্ৰধান পদক্ষেপসমূহ

ADVERTISEMENT

কৰ্ম সংস্থাপন বৃদ্ধি কৰিবলৈ এমজিএনৰেগাৰ বাবে ৪০,০০০ কোটি টকাৰ আৱণ্টন

ভৱিষ্যতৰ মহামাৰীৰ বাবে ভাৰতক প্ৰস্তুত কৰি তুলিবলৈ ৰাজহুৱা স্বাস্থ্যখণ্ডত বিনিয়োগ আৰু অন্যান্য স্বাস্থ্য সংস্কাৰসমূহ

ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত ইকুইটিৰ সৈতে প্ৰযুক্তিচালিত শিক্ষা

আইবিচি সম্বন্ধীয় পদক্ষেপসমূহৰ জৰিয়তে ইজ অব্ ডুয়িং বিছনেছৰ সম্প্ৰসাৰণ

কোম্পানী এক্ট ডিফল্টৰ অপৰাধ মুক্তকৰণ

কৰ্পৰেট সমূহৰ বাবে ইজ অব ডুয়িং বিজনেছ

নতুন, আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নীতি

২০২০-২১ৰ বাবে ৩%ৰ পৰা ৫%লৈ ৰাজ্যসমূহৰ বাবে বৃদ্ধি কৰা হৈছে ঋণ গ্ৰহণৰ সীমা আৰু ৰাজ্যিক পৰ্যায়ৰ সংস্কাৰসমূহৰ উত্তৰণ কৰা হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক তথা ব্যাপক পেকেজৰ বিষয়ে ঘোষণা কৰে৷ যি ভাৰতৰ জিডিপিৰ ১০%ৰ সমান৷ তেওঁ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ- অৰ্থনীতি, আন্তঃগাঁথনি, ব্যৱস্থা, জনগাঁথনি আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰে৷

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী  নিৰ্মলা সীতাৰমণে আজি তেওঁৰ ৫ম সংবাদমেলত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ১২ মে’ ২০২০ তাৰিখে প্ৰদান কৰা ভাষণৰ আলোকপাত কৰি এই সংকটে আমাৰ বাবে এক অৱকাশৰ সৃষ্টি কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি স্বাৱলম্বী হোৱাটো প্ৰয়োজন বুলি মন্তব্য প্ৰদান কৰে৷

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ ঘোষণাসমূহ ইতিপূৰ্বে ঘোষণা কৰা সংস্কাৰমূলক পদক্ষেপসমূহৰে অংশ৷ লকডাউনৰ পিছতেই আমি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজৰ সৈতে অগ্ৰসৰ হৈছো। পিএম জি কে পিৰ ১.৭০ লাখ কোটি টকাৰ সৈতে চৰকাৰে দৰিদ্ৰ, মহিলা আৰু কৃষকসকললৈ বিনামূলীয়া খাদ্যান্ন যোগানৰ কথা ঘোষণা কৰিছে৷

প্ৰায় ৪১ কোটি দৰিদ্ৰ লোকে পি এম জি কে পিৰ অধীনত ৫২,৬০৮ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে৷ তাৰোপৰি ৰাজ্যসমূহে ৮৪ লাখ মেট্ৰিকটন খাদ্যান্ন আহৰণ কৰিছে আৰু ৩.৫ লাখ মেট্ৰিকটনতকৈও অধিক দাইল বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে৷

চৰকাৰৰ সংস্কাৰমূলক পদক্ষেপৰ ৫ম আৰু অন্তিমটো ঘোষণাত সীতাৰমণে কৰ্ম সংস্থাপন সৃষ্টি, ব্যৱসায়িক সমৰ্থন, ইজ অব্ ডুয়িং বিজনেছকে ধৰি ৰাজ্য চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডলৈ সমৰ্থন প্ৰদানৰ সাতটা পদক্ষেপৰ সবিশেষ দাঙি ধৰে৷

১. কৰ্ম সংস্থাপন বৃদ্ধি কৰিবলৈ এমজিএনৰেগালৈ ৪০,০০০ কোটি টকাৰ আৱণ্টন
চৰকাৰে এমজিএনৰেগালৈ অতিৰিক্তভাৱে ৪০,০০০ কোটি টকা আৱণ্টিত কৰিব৷ ইয়াৰ জৰিয়তে প্ৰায় ৩০০ কোটি মানৱ-কৰ্মদিনৰ সৃষ্টি হ’ব৷

২. স্বাস্থ্য সংস্কাৰ আৰু পদক্ষেপসমূহ ৷ স্বাস্থ্যখণ্ডত ৰাজহুৱা ব্যয় তৃণমূল পৰ্যায়ত বিনিয়োগৰ দ্বাৰা তথা গ্ৰামাঞ্চল আৰু নগৰ এলেকাৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰ স্বাস্থ্য সেৱা উত্তৰণৰ দ্বাৰা বৃদ্ধি কৰা হ’ব৷ প্ৰত্যেকখন জিলাতে সংক্ৰমক ৰোগৰ চিকিৎসালয় ব্ল’ক স্থাপন কৰা হ’ব আৰু লেব নেটৱৰ্ক সৱলীকৰণ কৰা হ’ব৷ ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ অধীনত ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য ব্লুপ্ৰিণ্ট প্ৰণয়ন কৰা হ’ব৷

৩. ক’ভিডৰ পিছত প্ৰযুক্তিচালিত শিক্ষা ইকুইটিৰ সৈতে অতি শীঘ্ৰেই পিএম-ই বিদ্যা শীৰ্ষক এক ডিজিটেল/অনলাইন শিক্ষা কাৰ্যসূচী মুকলি কৰা হ’ব৷ শিক্ষাৰ্থী, শিক্ষক আৰু পৰিয়ালৰ সদস্যৰ মানসিক তথা আবেগিক স্বাস্থ্যৰ সমৰ্থনৰ বাবে মনোদৰ্পণ শীৰ্ষক এক পদক্ষেপ মুকলি কৰা হ’ব৷ বিদ্যালয়, প্ৰাক্ শৈশৱ আৰু শিক্ষকসমূহৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষাপঞ্জী আৰু শিক্ষক সংক্ৰান্তীয় পৰিকাঠামো মুকলি কৰা হ’ব৷

৪. আইবিচি সম্পৰ্কীয় পদক্ষেপসমূহৰ জৰিয়তে ইজ অব্ ডুয়িং বিজনেছৰ সংবৰ্ধন ইনছলভেন্সী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ন্যূনতম সীমা ১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে (১ লাখ টকাৰ পৰা, যি ব্যাপকভাৱে এমএছএমইক পৃথক কৰিছে)৷এমএছএমইৰ বাবে বিশেষ ইনছলভেন্সী সমাধান পৰিকাঠামো অনুচ্ছেদ ২৪০এৰ অধীনত অতি শীঘ্ৰেই জাৰি কৰা হ’ব৷ মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইনছলভেন্সী পদক্ষেপৰ নতুন অগ্ৰগতি এবছৰলৈ বাতিল কৰা হৈছে৷ ইনছলভেন্সী পদক্ষেপসমূহ সমাধান কৰাৰ উদ্দেশ্যে ‘ডিফল্ট’ৰ সংজ্ঞাৰ পৰা ক’ভিড-১৯ সম্বন্ধীয় ঋণসমূহক বাহিৰত ৰাখি কেন্দ্ৰীয় চৰকাৰক সৱলীকৃত কৰা হ’ব৷

৫. কোম্পানী এক্ট ক্ৰুটীৰ অপৰাধ মুক্তকৰণ ক্ষুদ্ৰ প্ৰযুক্তিগত আৰু প্ৰক্ৰিয়াগত ডিফল্টসমূহ অন্তৰ্ভুক্ত থকা কোম্পানী আইন উলংঘাৰ অপৰাধ মুক্তকৰণ কৰা হ’ব৷ অপৰাধসমূহৰ অধিকাংশই অন্তঃৱৰ্তী ন্যায়িক প্ৰণালীলৈ স্থানান্তৰ কৰা হ’ব৷ এই সংশোধনীত অপৰাধ ন্যায়ালয় আৰু এনচিএলটিৰ ডি-ক্ল’গ কৰা হ’ব৷ ৷

৬. কৰ্পৰেট সমূহৰ বাবে ইজ অব্ ডুয়িং বিজনেছ গ্ৰহণ কৰা প্ৰধান পদক্ষেপসমূহ

• অনুমতিযোগ্য বৈদেশিত অধিকাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজহুৱা খণ্ডৰ কোম্পানী সমূহৰ দ্বাৰা প্ৰত্যক্ষ তালিকাভুক্তকৰণ৷

• ষ্টক একচেঞ্জৰ এনচিডিত থকা ব্যক্তিগতখণ্ডৰ উদ্যোগসমূহক তালিকাভুক্ত উদ্যোগ হিচাপে গণ্য কৰা নহ’ব৷

• উদ্যোগ আইন ২০১৩ত উদ্যোগ আইন ১৯৫৬ৰ অংশ IXA (উৎপাদক উদ্যোগসমূহ)ৰ অন্তৰ্ভুক্তিকৰণ

• এনচিএলএটিৰ বাবে অতিৰিক্ত/বিশেষ বেঞ্চ সৃষ্টিৰ ক্ষমতা৷

• ক্ষুদ্ৰ কোম্পানী, এজন ব্যক্তিৰ কোম্পানী, উৎপাদক কোম্পানী আৰু ষ্টাৰ্ট-আপসমূহৰ সকলো ডিফল্টৰ বাবে নিম্ন জৰিমণা৷

৭. নতুন, স্বাৱলম্বী ভাৰতৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ নীতি

চৰকাৰে এক নতুন নীতি ঘোষণা কৰিব য’ত- ৰাজহুৱা স্বাৰ্থত পিএছইৰ উপস্থিতিৰ প্ৰয়োজন হোৱা কৌশলগত তালিকাসমূহ সূচীত কৰা হ’ব৷কৌশলী খণ্ডত অতি কমেও এটা প্ৰতিষ্ঠান ৰাজহুৱা খণ্ডৰ হ’ব কিন্তু ব্যক্তিগত খণ্ডকো অনুমতি দিয়া হ’ব ৷ অন্যান্য খণ্ডত পিএছইসমূহ ব্যক্তিগতকৰণ কৰা হ’ব (ব্যৱহাৰ্যতা আদিৰ ওপৰত নিৰ্ভৰ কৰি ) অযথা প্ৰশাসনীয় ব্যয় হ্ৰাস কৰাৰ বাবে কৌশলী খণ্ডত প্ৰতিষ্ঠানৰ সংখ্যা সাধাৰণতে এটাৰ পৰা চাৰিটা হ’ব; আনবোৰ ব্যক্তিগতকৰণ/একত্ৰীকৰণ/হ’ল্ডিং উদ্যোগৰ অধীনলৈ অনা হ’ব৷

৮. ৰাজ্য চৰকাৰলৈ সমৰ্থন কেন্দ্ৰৰ ৷ ৰাজ্যসমূহৰ ঋণ গ্ৰহণৰ সীমা ২০২০-২১ৰ বাবে ৩%ৰ পৰা ৫%লৈ বৃদ্ধি কৰিছে৷ ইয়াৰ দ্বাৰা ৰাজ্যসমূহে ৪.২৮ কোটি টকাৰ অতিৰিক্ত সাধন লাভ কৰিব৷ ‘এক দেশ এক ৰেচন কাৰ্ড’, ইজ অব্ ডুয়িং বিজনেছ, শক্তি বিতৰণ আৰু নগৰৰ স্থানীয় নিকায়সমূহৰ ৰাজহ শীৰ্ষক চাৰিটা ক্ষেত্ৰত সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19INDIA CORONA VIRUSNirmala Sitharamanworld corona virus
publisher

publisher

Related Posts

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক
Assam

নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

September 5, 2026
শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত
Assam

দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d