Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

    পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

    বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

শতায়ু গৰকা মাৰ্কিন মহিলাই পৰাজিত কৰিলে কৰ’নাক

publisher by publisher
May 30, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
শতায়ু গৰকা মাৰ্কিন মহিলাই পৰাজিত কৰিলে কৰ’নাক
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বজুৰি বহু বয়োজ্যেষ্ঠ লোকে কৰ’না ভাইৰাছক পৰাজিত কৰি পুনৰ শ্বাভাৱিক জীৱনলৈ উভতি আহিছে । এই সকলৰ মাজত শতায়ু গৰকাও বহু সংখ্যক লোক আছে । এনে বহু লোকৰ খবৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াৰ মাধ্যমত বিশ্ববাসীৰ সন্মুখলৈ আহিছে;কিন্তু শেহতীয়া কৈ যিগৰাকী শতায়ু গৰকা মহিলাৰ খবৰ সন্মুখলৈ আহিছে তেনে কাহিনী সম্ভৱতঃ এতিয়ালৈ শুনিবলৈ অথবা দেখিবলৈ পোৱা হোৱা নাছিল । কৰ’নাক পৰাজিত কৰাৰ পাছত ১০৩ বছৰ বয়সীয়া এইগৰাকী আইতাই নাৰ্ছিংহোমৰ বিছনাতেই চুমুক দিয়ে বীয়েৰৰ বটলত । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাচাচুচেটছ মহানগৰীৰ জেনি ষ্টেনা নামৰ মহিলাগৰাকীক অসুস্থতাৰ হেতুকে নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় । চিকিৎসকে জেনি ষ্টেনাক যেতিয়া ক’ভিড -১৯ পজিটিভ বুলি জনায় সেই সময়ত মহিলাগৰাকীয়ে বুজিব পৰা নাছিল কৰ’না আচলতে কি । ইয়াৰ পাছত তেওঁৰ চিকিৎসা আৰম্ভ হয় ।

ADVERTISEMENT

কৰ’নাৰ বিৰুদ্ধে যুঁজ কৰি তিনি সপ্তাহৰ ভিতৰতে সুস্থ হৈ উঠিল জেনি । নাৰ্ছিং হোমত ৩৩গৰাকী কৰ’না আক্ৰান্তৰো চিকিৎসা চলি আছিল । নাৰ্ছিং হোমত কৰ’না আক্ৰান্ত হৈ ভৰ্তি হোৱা সকলৰ ভিতৰত প্ৰথমে সুস্থ হৈ উঠে জেনি ষ্টেনা । অৱশ্যে নাৰ্ছিং হোমত এটা সময়ত জেনিৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ হৈছিল । সেই সময়ত জেনিৰ আত্মীয়সকলক নাৰ্ছিং হোম কৰ্তৃপক্ষই শেষ সাক্ষাতৰ বাবে পঠিয়াইছিল । আত্মীয় সকলক শেষবাৰৰ বাবে জেনিৰ স’তে কথা-বাৰ্তা হ’বলৈকো কোৱা হৈছিল । কিন্তু পৰিয়ালৰ সদস্য তথা চিকিৎসক সকলক অবাক কৰি ক্ৰমে সুস্থ হৈ উঠে জেনি । অৱশেষত নাৰ্ছিং হোম কৰ্তৃপক্ষই জেনি কৰ’না মুক্ত হোৱা বুলি ঘোষণা কৰে । জেনি সুস্থ হৈ উঠাৰ পাছত নাৰ্ছিং হোমৰ কৰ্মীসকলে আনন্দ উদযাপন কৰে । এই আনন্দৰ সময়তে জেনিয়ে কি খাবলৈ বিচাৰে নাৰ্ছিংহোমৰ কৰ্মীসকলে জানিবলৈ বিচাৰে । জেনিয়ে এবটল বীয়েৰ বিচাৰিলে । কথামতে জেনিক আনি দিয়া হ’ল এবটল ঠাণ্ডা বীয়েৰ।জেনিয়ে স্বয়ং সশব্দে সেই বীয়েৰৰ বটল খুলি চুমুক দিয়ে । জেনিৰ এই বিৰল মুহূৰ্ত বন্দী হৈ ৰয় কেমেৰাত । পাছত ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হয় । স্বাভাৱিকতে কম সময়ৰ ভিতৰতে ভাইৰেলো হৈ পৰে ছবিখন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19WORLD FIGHTS CORONA
publisher

publisher

Related Posts

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ
India

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d