Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ডিচেম্বৰৰ ভিতৰত ৫০ শতাংশ ভাৰতীয় কৰ’নাত আক্ৰান্ত হ’ব

publisher by publisher
May 31, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
সংক্ৰমিত ৰোগী বৃদ্ধিৰ ফলত ক’ভিড হাস্পতালত হ্ৰাস পাইছে বিছনাৰ সংখ্যা
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত ক’ভিড-১৯ ৰ সংক্ৰমণে দিনে দিনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও এতিয়াও চূড়ান্ত পৰ্যায় পাবলৈ বহু বাকী আছে  ৷ এনে মতামত ব্যক্ত কৰিলে দেশৰ আগশাৰীৰ চিকিৎসকে । বাংগালুৰুস্থিত নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেলথ এণ্ড নিউৰ’ছায়েন্স নিউৰ’লজি বিভাগৰ মুৰব্বী তথা কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ টাস্ক ফ’ৰ্চৰ নডেল বিষয়া ডা° ভি ৰবিয়ে কয় যে ভাৰত এতিয়াও ক’ভিড-১৯ সংক্ৰমণৰ শিখৰত উপনীত হোৱা নাই । তলাবন্ধৰ চতুৰ্থ দফাৰ অন্ত পৰিলে জুনৰ আৰম্ভণিৰ পৰা কৰ’নাই পুনৰ ভয়ংকৰ ৰূপ দেখুৱাব ৷ গোষ্ঠী সংক্ৰমণৰো আশংকা আছে বুলি তেওঁ কয় । ৰ’বিৰ মতে”চাওঁতে চাওঁতে অৰ্ধেক ভাৰতক হ্ৰাস কৰিব মাৰাত্মক ভাইৰাছে । সবাতোকৈ উদ্বেগৰ বিষয়টো এয়ে যে ৯০ শতাংশ মানুহে উপলব্ধি নকৰিব যে তেওঁলোক কৰ’নাত আক্ৰান্ত । এনে আশংকাৰ বিষয়ে ব্যক্ত কৰে ৰ’বিয়ে ।

ADVERTISEMENT

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰতিদিনে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ দৰে ঘটনা ৷ চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ শিথিল হোৱাৰ পাছত এই গ্ৰাফডাল উৰ্দ্ধগামী হৈছে । এনে পৰিস্থিতিত এক জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰ তলাবন্ধ অধিক শিথিল কৰিবলৈ সাজু হৈছে ।ৰাজ্যসমূহেও অধিক ক্ষেত্ৰত তলাবন্ধ শিথিলতা প্ৰদৰ্শন কৰা দেখা গৈছে ৷ ৰ’বিৰ মতে এই বীজৰ বিস্ফোৰণ হৈ ভয়ংকৰ আকাৰ ধাৰণ কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব । এই প্ৰসংগত চিকিৎসজনে কয় যে দেশে এতিয়াও সংক্ৰমণৰ তীব্ৰতা উপলব্ধি কৰিব পৰা নাই  ৷ জুনৰ পৰা হোৰাহোৰে বাঢ়িব এই সংখ্যা। গোষ্ঠী সংক্ৰমণ আৰম্ভ হ’ব ৷

তেওঁ দাবী কৰে যে ডিচেম্বৰৰ মাজভাগৰ পৰা দেশৰ ৫০ শতাংশ নাগৰিক কৰ’নাৰ কবলত পৰিব । উপসৰ্গ নথকাৰ কাৰণে মানুহে উপলব্ধি নকৰিব যে তেওঁলোকৰ শৰীৰত মাৰাত্মক কৰ’না ভাইৰাছে খোপনি লৈছে। এই ক্ষেত্ৰত মৃত্যুৰ হাৰ কেনে হ’ব? এই প্ৰশ্নৰ উত্তৰত ৰ’বিয়ে কয় যে তুলনামূলকভাৱে মৃত্যুৰ হাৰ কম হ’ব ৷ তিনিৰ পৰা চাৰি শতাংশ হ’ব মৃত্যুৰ হাৰ । অৱশ্যে গুজৰাটত ছয় শতাংশ হ’ব পাৰে মৃত্যুৰ হাৰ । আগন্তুক এই ভয়াৱহ পৰিস্থিতিৰ লগত মোকাবিলাৰ কাৰণে সকলোকে সাজু থাকিবলৈ ৰাজ্যসমূহক আহ্বান কৰিছে ৰ’বিয়ে ৷ ইফালে ৰ’বিয়ে লগতে কয় “ইবলা বা মাৰ্ছৰ দৰে ইমান ভয়াৱহ নহয় কৰ’না ৷ ইয়াক সংগী কৰিয়েই জীয়াই থাকিব লাগিব । অৱশ্যে সংক্ৰমণ ৰোধ কৰিবলৈ সতৰ্ক হোৱাটো জৰুৰী ৷ সচেতনতাই আমাৰ ৰক্ষা কবচ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona VirusCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONA
publisher

publisher

Related Posts

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
India

November 1, 2026
চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ
India

পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d