Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৰ্শনাৰ্থীৰ বাবে মুকলি তামুলপুৰৰ ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থানসত্ৰ

publisher by publisher
June 9, 2020
in Assam, COVID-19, News, Spirituality
Reading Time: 1 min read
0
দৰ্শনাৰ্থীৰ বাবে মুকলি তামুলপুৰৰ ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থানসত্ৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

পেটৰ দায়তে হ্ৰাস পাইছে নিবনুৱাৰ সংখ্যা

সুদীৰ্ঘ ৮ মাহৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

২নবেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

ক’ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ ফলত বন্ধ হৈ পৰিছিল দেশৰ মঠ-মন্দিৰকে ধৰি বিভিন্ন উপসনাৰ স্থলীসমুহ ৷ শেহতীয়াকৈ পঞ্চম পৰ্যায়ৰ তলাবন্ধ চলি থকাৰ মাজতে ৮ জুনৰ পৰা চৰকাৰীভাৱে তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা আনি মঠ-মন্দিৰ আদি ধৰ্মীয় অনুস্থানসমুহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰে ৷

ADVERTISEMENT

চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পিছতে আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰিলে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ কচুবাৰীৰ মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৷ সূদীৰ্ঘদিন বন্ধ হৈ থকাৰ অন্তত সত্ৰ পৰিচালনা সমিতিয়ে শেহতীয়াকৈ তলাবন্ধ শিথিল কৰি চৰকাৰীভাৱে বান্ধি দিয়া নিৰ্দেশনা অনুসৰি আজি পুৱা আঠ বজাত দৰ্শনাৰ্থীৰ বাবে দূৱাৰ মুকলি কৰি দিয়ে ৷

আনহাতে আজি পুৱাৰ ভাগত থানখনত নৈব্যদ্য আগবঢ়াবলৈ উপস্থিত হয় অঞ্চলটোৰ বহু ভক্ত প্ৰান ৰাইজ ৷ সকলোৱে মুখত মাস্ক পৰিধান কৰি, চেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰি সামাজিক দুৰত্ব বৰ্তাই ৰাখি থানৰ ভিতৰত প্ৰবেশ কৰি নৈবদ্য আগবঢ়াই নিজৰ লগতে সমাজৰ মঙ্গল কামনা কৰে ৷ থানখনৰ পৰিচালনা সমিতিৰ সভাপতি ধনেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰ বান্ধি দিয়া নীতি নিৰ্দেশনা অনুসৰি ইতিমধ্যে থানসত্ৰৰ চৌহদত আছুতীয়াকৈ হাত ধোৱাৰ ব্যৱস্থা, জিৰনি গৃহ, সামাজিক দুৰত্ব বৰ্তাই ভিতৰত প্ৰবেশ কৰাৰ বাবে বেৰিকেড আদি সাজি দিয়ে ৷

থানসত্ৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে প্ৰকাশ কৰা মতে চৰকাৰীভাৱে সম্পুৰ্ণ তলাবন্ধ উঠাই নিদিয়ালৈকে কোনো ভক্ত তথা দৰ্শনাৰ্থীয়ে থানসত্ৰত কোনো ধৰণৰ নাম প্ৰসংগ কৰিব নোৱাৰিব ৷ কেৱল মাত্ৰ ধূপ-চাকি জ্বলাই মহাপ্ৰভূ দুজনাক সেৱা জনাব পাৰিব ৷ উল্লেখ্য যে ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ তামুলপুৰ মহকুমাৰ মহাপ্ৰভূ কচুবাৰীৰ শ্ৰী শ্ৰী গোপাল আৰু থান সত্ৰত বছৰৰ প্ৰতিদিনে যথেষ্ট ভক্তৰ সমাগম হয় ৷ আনহাতে পহিলা বহাগৰ পৰা ছয় বহাগলৈ গোপাল আৰু জগন্নাথ থানসত্ৰত নামনি অসমৰ জনপ্ৰিয় লোক উৎসৱ গোঁসাই বাঁহ ফুৰোৱা উৎসৱ অনুস্থিত হোৱাৰ লগতে ফাগুন মাহত বাৰ্ষিক সভা-মহোৎসৱ অনুস্থিত হয় ৷ য’ত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক লোকৰ আগমন ঘটে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSCovd-19lock down
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d