Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অংকিতাৰ স’তে সম্পৰ্ক শেষ কৰি অনুতপ্ত হৈছিল সুশান্ত সিং ৰাজপুত

publisher by publisher
June 19, 2020
in India, News
Reading Time: 1 min read
0
অংকিতাৰ স’তে সম্পৰ্ক শেষ কৰি অনুতপ্ত হৈছিল সুশান্ত সিং ৰাজপুত
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত সম্প্ৰতি আৰক্ষীয়ে ক্ষিপ্ৰ গতিৰে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ মেনেজাৰকো জেৰা কৰে ৷ কিন্তু দীৰ্ঘদিন ধৰি সুশান্তে মানসিক ৰোগৰ চিকিৎসা কৰা মনোৰোগ বিশেষজ্ঞজনে আৰক্ষী আগত সদৰী কৰে যে সুশান্তে প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেক পাহৰিব পৰা নাছিল ৷ অংকিতাৰ লগত প্ৰেম বিচ্ছেদৰ কাৰণে অনুতপ্ত হৈছিল সুশান্ত। মনোৰোগ বিশেষজ্ঞ ড° কেসৰী ক্ষেত্ৰীয়ে আৰক্ষীক কয় “অংকিতাৰ লগত সম্পৰ্ক শেষ হোৱাৰ দুখ সুশান্তৰ আছিল। ইয়াৰ কাৰণে অনুতপ্ত হৈছিল সুশান্ত। লগতে বিগত এবছৰৰ পৰা সুশান্ত ডিপ্ৰেছনত আছিল ৷ আৰু নিশা তেওঁৰ টোপনি অহা নাছিল ৷ প্ৰায়ে মনলৈ বিভিন্ন ধৰণৰ ভাব আহিছিল সুশান্তৰ ৷অংকিতাৰ লগত ব্ৰেকআপৰ পিছতো সকলো ঠিকেই আছিল ৷ কিন্তু প্ৰেমৰ ক্ষেত্ৰত এটাৰ পিছত আনটোৰ সম্পৰ্কৰ ভাঙোনে ভাঙি পেলাইছিল সুশান্তৰ হৃদয় ৷

ADVERTISEMENT

ইয়াৰ পিছতে সুশান্তৰ অনুভৱ হৈছিল অংকিতাতকৈ তেওঁক আৰু কোনেও ভাল পাব নোৱাৰে।” আনহাতে বলীউডৰ আন এগৰাকী অভিনেত্ৰী কৃতি সেনন আৰু এজন পৰিচালকৰ জীয়ৰীৰ লগতো সুশান্তৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ কিন্তু এই প্ৰেমো সফল হোৱা নাছিল। ইয়াৰ পিছত গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতো প্ৰেমৰ সম্পৰ্ক সুখকৰ নাছিল ৷ প্ৰায়ে কন্দলত লিপ্ত হৈছিল সুশান্ত আৰু ৰিয়া। সুশান্তৰ আত্মহত্যা প্ৰসংগত বৃহস্পতিবাৰে দুপৰীয়া আৰক্ষীয়ে ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰে ৷প্ৰায় নঘন্টা ধৰি ৰিয়াই আৰক্ষীৰ আগত সুশান্তৰ ব্যক্তিগত জীৱনৰ কথা সদৰী কৰে ৷ৰিয়া আৰু সুশান্তে চলিত বৰ্ষৰ শেষৰফালে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল ৷

আনহাতে এসমৰ জি টিভৰ জনপ্ৰিয় ধাৰাবাহিক “পবিত্ৰ ৰিস্তা”ত একেলগে অভিনয় কৰিছিল সুশান্ত আৰু অংকিতাই ৷ প্ৰথমে বন্ধু আৰু তাৰ পিছত প্ৰেমলৈ ৰূপান্তৰিত হোৱা অংকিতা আৰু সুশান্তক আদৰি লৈছিল অনুৰাগীয়ে। কিন্তু তেওঁলোকৰ প্ৰেম সফল নহ’ল ৷ আত্মহত্যা কৰাৰ পিছতে শেষ বাৰৰ কাৰণে সুশান্তৰ কাষত উপস্থিত হৈছিল গৈ অংকিতা ৷ কৰ’না ভাইৰাছ কাৰণে কেৱল ২০ জন লোকক উপস্থিত থাকিবলৈ দিয়াৰ কাৰণে সুশান্তৰ অন্ত্যোষ্টিক্ৰিয়াত যাব নোৱাৰিলে অংকিতা ৷ ইয়াৰ পিছত সুশান্তৰ ঘৰত উপস্থিত হৈ শোকত ভাগি পৰা দেখা গ’ল অংকিতা লোখণ্ডেক ৷ ইতিমধ্যে, সুশান্তৰ আত্মহত্যাৰ খবৰে জোকাৰি গৈছে বলীউড ৷ সকলোৱে আশা কৰিছে সুশান্তৰ আত্মহত্যা উচিত তদন্ত হওক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ankita LokhandeBOLLYWOODRIP Sushant Singh RajputSushant Singh Rajput
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d