Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সেনাক ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ স্বাধীনতা দিল্লীৰ

publisher by publisher
June 19, 2020
in India, News
Reading Time: 1 min read
0
সেনাক ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ স্বাধীনতা দিল্লীৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

লাডাখৰ ভাৰত চীন সীমান্তৰ পৰিস্থিতি শান্ত হোৱা নাই । উত্তেজনা প্ৰশমনৰ বাবে এখনৰ পিছত আনখন বৈঠকত দুয়ো দেশৰ বিভিন্ন পৰ্যায়ৰ সেনা বিষয়া মিলিত হৈছে যদিও এইমুহুৰ্তলৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ যোৱা মংগলবাৰৰ পৰা বৈঠক অব্যাহত আছে যদিও সমাধানসূত্ৰ সূদুৰ পৰাহত হৈয়ে আছে ৷ গালৱাল উপত্যকাত উভয় পক্ষৰ সেনা প্ৰত্যাহাৰৰ বিষয়টোক লৈ পৰহি হোৱা বৈঠক অমিমাংসিত হৈ থকাৰ পাছত পুনৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত মিলিত হয় দুয়োপক্ষ। গালৱান উপত্যকাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত যি অঞ্চলত দুই দেশৰ সেনা ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হৈছিল সেই অঞ্চলতে বৈঠক অনুষ্ঠিত হৈছে ৷ চীনে এই পৰ্যন্ত ভাৰত ভূখণ্ডৰ পৰা সেনা প্ৰত্যাহাৰ নকৰি আকোৰগোঁজ হৈ আছে ৷এই স্থিতিৰ পৰা চীন সামান্যও পিছ হোঁহকা নাই বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ।

ADVERTISEMENT

যোৱা ১৫ জুনৰ ৰক্তাক্ত সংঘৰ্ষৰ পূৰ্বৰে পৰাই এনে শান্তি আলোচনা অব্যাহত আছিল ৷ এই পৰিস্থিতিত পৰৱৰ্তী পদক্ষেপ ভাৰতৰ বাবে কি হ’ব,যুদ্ধ নেকি? চীনে কেনে স্থিতি ল’ব পাৰে ? নৰেন্দ্ৰ মোদী চৰকাৰে ৰাইজৰ আবেগৰ স’তে আগবাঢ়ি যাব নে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিব? এনে বিভিন্ন চৰ্চা চলি থকাৰ সময়তে দেশ বিদেশৰ বিশেষজ্ঞসকলে ইয়াকে লৈ দ্বিধাবিভক্ত মত প্ৰকাশ কৰিছে । ভাৰতৰ দাবী অনুসৰি দেশৰ ভূভাগত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি কে’বা কিলোমিটাৰ ভিতৰলৈ প্ৰবেশ কৰিছে চীনা সেনা ।

এই সেনাবল আঁতৰাই নিয়াৰ সম্পৰ্কতে দুয়োপক্ষৰ মাজত আলোচনা চলিছে বুলি প্ৰকাশ । বিগত ৪৫ বছৰীয়া ইতিহাসত প্ৰাণহানিৰ নৃশংস দৃষ্টান্ত গঢ়ি তুলিলে গালৱানে। ২০ জন ভাৰতীয় জোৱানৰ নৃশংস হত্যাৰ পাছত দুয়ো দেশৰ মাজত চলি থকা ধাৰাবাহিক বৈঠকৰ কোনো ফল ধৰা নাই ৷ এতিয়াও গালৱানত বাহৰ পাতি আছে ৰঙা চীন ৷ চীনা সেনাবাহিনীৰ আঁকোৰগোজ মনোভাৱৰ কাৰণে আলোচনা অৰ্থহীন হৈ পৰিছে ৷ বিশেষজ্ঞসকলৰ মতে”এই মুহুৰ্তত গালৱান উপত্যকাত দুই দেশৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতাৱস্থা সলনি কৰিব বিচৰা নাই চীনে ৷ চীনে অলপ অলপকৈ ভূমি হস্তগত কৰাৰহে কৌশল ব্যৱহাৰ কৰিছে।

সেনাক স্বাধীনতাঃ বিশেষ বৰ্ম
অৱশ্যে উত্তেজনা প্ৰশমিত কৰাৰ বাবে দ্বিপাক্ষিক আলোচনাৰ মাজতো প্ৰকৃত নিয়ন্ত্ৰণৰেখাত দুইপক্ষৰ সামৰিক প্ৰস্তুতি তুংগত আছে। সূত্ৰত প্ৰকাশ যে নতুন দিল্লীৰ পৰা সেনাক প্ৰয়োজন অনুসাৰে ৰছদ পাতি ক্ৰয়ৰ অনুমোদন দিয়া হৈছে । তদুপৰি নিয়ন্ত্ৰণৰেখাত কৰ্তব্যৰত সেনাৰ বাবে “বডি আৰম”বা বিশেষ ধৰণৰ বৰ্ষৰ দৰে পোচাক প্ৰেৰণ কৰা হৈছে । আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষীয়ে পৰিধান কৰা বিশেষ বৰ্ষসদৃশ এই পোচাকে অৱশ্যে চোকা অস্ত্ৰৰ আঘাত ৰুধিব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAINAindiaWar
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d