Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

দৈ ৰে কৰক সৌন্দৰ্য্য চর্চা

publisher by publisher
June 23, 2020
in Lifestyle
Reading Time: 1 min read
0
দৈ ৰে কৰক সৌন্দৰ্য্য চর্চা
10
SHARES
100
VIEWS
ShareShareShareShare

RelatedPosts

এই নিয়মবোৰ মানি চলিলে শীতত আপোনাৰ ছালে জিলিকনি নেহেৰুৱাব

সন্ধিয়াৰ পাছত ফল খাব পাৰি নে?

বৃক্ক সুস্থ কৰি ৰাখিবলৈ কিমান পানী খোৱাটো গুৰুত্বপূৰ্ণ?

দৈ খোৱাতো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ।দৈয়ে ব্লাড প্ৰেছাৰৰ সমস্যা দূৰ কৰাৰ লগতে কলেষ্টৰেলৰ মাত্ৰা ও কম কৰে ।দৈ সেৱনে হাড় মজবুত কৰাৰ লগতে দাঁতো শক্তিশালী কৰি তোলে ।কিন্ত সৌন্দৰ্য্য চৰ্চাৰ ক্ষেত্ৰতো দৈয়ে  যাদুকৰী শক্তি ৰূপে কাম কৰে। ঘৰতে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ ফেচপেক ,হেয়াৰ মাস্কত  দৈ ব্যৱহাৰ কৰি আমি ছাল আৰু চুলিৰ বহুত সমস্যাৰ পৰা মুক্তি পাব পাৰো । দৈয়ে ছাল আৰু চুলিৰ উজ্জ্বলতা বঢ়ায়।
তলত দৈৰে তৈয়াৰ কৰিব পৰা  কেইটামান ফেচপেক আৰু হেয়াৰ মাস্ক উল্লেখ কৰা হ’ল :

♦তিয়ঁহ আৰু দৈৰ ফেচপেক

এক চামুচ তিয়ঁহৰ ৰসৰ লগত দুই চামুচ দৈ ভালদৰে মিহলাই ল’ব লাগে ।মুখখন ভালদৰে ধুই সেই মিশ্ৰণতো ১৫মিনিটৰ বাবে মুখত লগাই থ’ব।পাছত মুখখন কুহুমীয়া গৰম পানীৰে ধুই পেলাব।এই ফেচপেকটোৱে পিগমেণ্টেচন, ছানবাৰ্ণ আঁতৰ কৰাত সহায় কৰে আৰু ছালৰ মৃত কোষ আঁতৰাই ছালখনৰ উজ্জ্বলতা বঢ়ায়।

ADVERTISEMENT

♦বডী মাছাজ হিচাপে দৈ

একাপ ব্ৰাউন ছুগাৰ ,একাপ অলিভ অইল ,আধা কাপ দৈৰ লগত ডাঙৰ চামুচেৰে দুই চামুচ মৌ এটা পাত্ৰত ভালকৈ মিহলাই ল’ব । গা-ধোৱাৰ আগত এই মিশ্ৰণটো ভালদৰে গোটেই শৰীৰত লগাই  আঙুলিৰে বৃত্তাকাৰ ভাৱে মালিচ  কৰিব ।পাছত কুহুমীয়া পানীৰে গা ধুই পেলাব ।এই মিশ্ৰণ টোৱে ছালৰ ৰন্ধ্ৰ সমূহত সুমাই থকা অপৰিষ্কাৰ পদাৰ্থ সমূহ আঁতৰ কৰাৰ লগতে মৃত কোষ সমূহ  আঁতৰ  কৰি ছাললৈ উজ্জ্বলতা আনে।লগতে এন্টি এজিঙৰ সমস্যাও দূৰ কৰে এই পেক টোৱে ।

♦.হেয়াৰ পেক হিচাপে দৈ

ডাঙৰ চামুচেৰে দুই চামুচ দৈ ,ডেৰ চামুচ মৌ আৰু আধা চামুচ অলিভ অইল এটা পাত্ৰত ভালদৰে মিহলাই ল’ব ।এই মিশ্ৰণটো চুলিৰ গুৰিত ভালদৰে লগাই এটা স্বাৱাৰ কেপৰ সহায়ত চুলিখিনি কভাৰ কৰিব । ৩০মিনিটৰ পাছত চুলিখিনি ধুই পেলাব ।হেয়াৰপেক সদায় পৰিষ্কাৰ চুলিতহে লগাব ।
এই পেকটোৱে চুলি খিনি কোমল আৰু মিহি কৰি চুলিকোছাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে ।
এইদৰে প্ৰাকৃতিকভাৱে তৈয়াৰী এই উপাদান সমুহ ব্যৱহাৰ কৰি সদায় ধুনীয়া হৈ থাকক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beauty regimeface maskLifestylewomanhoodyoghurt beauty
publisher

publisher

Related Posts

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d