তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰু এগৰাকী লেবৰেটৰী টেকনিচিয়ানৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছে৷অমৃত শৰ্মা নামৰ টেকনিচিয়ান গৰাকী তেজপুৰৰ মাজগাঁও খৰা আটিত ভাৰাঘৰত থাকে৷ইতিমধ্যে তেজপুৰ চিকিৎসামহাবিদ্যালয় হাস্পতালৰ লেবৰটৰিৰ তিনিজন কৰ্মচাৰী ইতিমধ্যেই কৰ’নাত আক্ৰান্ত হৈছিল৷
ADVERTISEMENT




































