Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমন্বয়হীনতাত দিছপুৰ

publisher by publisher
July 6, 2020
in Assam, City, COVID-19, News
Reading Time: 1 min read
0
Updates From Northeast States
1
SHARES
8
VIEWS
ShareShareShareShare

অসম চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত চূড়ান্ত অভাৱ ঘটিছে৷ শেহতীয়া কেতবোৰ ঘটনাই এই কথা লজ্জাজনক ভাৱে উদঙাই দিছে । তদুপৰি সাধাৰণ ৰাইজৰ অৱস্থাৰ ভূ নোপোৱা তথা তৃণমূলৰ স’তে সম্পৰ্ক নথকা একাংশ আমোলা বিষয়াই যে ৰাজ্য পৰিচালনাৰ দায়িত্ব লাভ কৰিছে সেয়াও বাৰম্বাৰ স্পষ্ট হৈছে চৰকাৰৰ বিভিন্ন কৰ্মকাণ্ডত ৷শীৰ্ষ আমোলাই জাৰি কৰা এটাৰ পাছত আন এটা নিৰ্দেশনা মাত্ৰ কেইঘন্টামানৰ ভিতৰতে বাতিল কৰা অথবা ব্যাপক সংশোধন ঘটোৱাৰ ঘটনাই ৰাইজক চৰম বিভ্ৰান্তিৰ মুখলৈ ঠেলি দিছে ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধিকাংশ শেহতীয়া নিৰ্দেশনাক লৈয়ে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পূৰ্বৰ অন্যান্য নিৰ্দেশনাতো বাদেই অসমত কাৰ্যকৰী হোৱাকৈ ব্যৱসায়িক ক্ষেত্ৰত কে’বাটাও শিথিলতা প্ৰদান কৰা হৈছে ৷ সেইবোৰ সন্নিবিষ্ট কৰি শনিবাৰে দুপৰীয়া এক নিৰ্দেশনা জাৰি কৰিছিল মুখ্য সচিবে ৷

ADVERTISEMENT

ইয়াৰ পিছত পুনৰ টুইটাৰ যোগে মুখ্য সচিব কৃষ্ণাই সেয়া নিৰ্দেশনা পুনৰ সংশোধন কৰাৰ কথা কয় । এই ক্ষেত্ৰত কিছু সালসলনি কৰা হৈছে কিছু নীতি নিয়ম ৷ সেই অনুসৰি ৬ জুলাইৰ পৰা ১০ জুলাইলৈ পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব দোকান। দোকানৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাৰ উপৰিও হেণ্ডগ্ল’ভচ, গ্ৰাহকলৈ চেনিটাইজাৰ,আৰু গ্ৰাহকে সামাজিক দূৰত্ব মানিব লাগিব ৷ পাইকাৰী দোকানসমূহ খুলিব পাৰিব ৫ আৰু ৭ জুলাইত বিয়লি ১২ বজাৰ পৰা ৬ বজালৈকে খুলিব পাৰিব। এফচিআই কাম কাজ কাইলৈৰ পৰা আৰম্ভ কৰিব ৷ ৬ আৰু ৮ জুলাইত পুৱা ৮ বজাৰ পৰা ১০ বজালৈ শাক পাছলি বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে । আনহাতে পশু চিকিৎসা কেন্দ্ৰ,ঔষধৰ বিপনী ৬ আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।এনে নিৰ্দেশনাক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

নতুন নিৰ্দেশনাক লৈ কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে গেলামালৰ দোকান কেৱল দুদিনৰ বাবে খোলাৰ অনুমতি দিয়া হৈছে । সেয়ে সময়সীমা সলনি কৰা হৈছে ইপিনে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গ্ৰাহকে যাতে ভিৰ নকৰাকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ কাৰণে গেলামালৰ খুচুৰা দোকান পাঁচদিন খোলা থাকিব । উল্লেখযোগ্য যে এইদৰে ইখনৰ পিছত সিখন নিৰ্দেশনা সালসলনি কৰাৰ বিষয়টোৱে চৰকাৰত সমন্বয়হীনতা আৰু একাংশ আমোলা বিষয়াৰ ৰাইজৰ লগত সম্পৰ্কহীনতাকেই স্পষ্ট কৰি দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCORONAVIRUSCovid-19GuwahatiLockdown
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d