Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

বলিউডৰ অভিনেত্ৰী ছাৰা আলি খানৰ সৈতে থাইলেণ্ড ভ্ৰমণ কৰিছিল সুশান্ত সিং ৰাজপুতে

publisher by publisher
September 1, 2020
in Crime, News
Reading Time: 1 min read
0
বলিউডৰ অভিনেত্ৰী ছাৰা আলি খানৰ সৈতে থাইলেণ্ড ভ্ৰমণ কৰিছিল সুশান্ত সিং ৰাজপুতে
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চিবিআইৰ তদন্ত চলি থকাৰ সময়তে ৰিয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হোৱা দেখা গৈছে । আনকি ৰিয়াই সুশান্তৰ একাউন্টৰ পৰাও যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল । কিছুদিনৰ আগতে ৰিয়া চক্ৰৱৰ্তীয়ে এক সাক্ষাৎকাৰত কৈছিল যে সুশান্ত সিং ৰাজপুতে ২০১৮ৰ ডিচেম্বৰত তেওঁৰ বন্ধুসকলৰ সৈতে এটা ট্ৰিপত থাইলেণ্ড গৈছিল ।

ADVERTISEMENT

ৰিয়াই দাবী কৰা অনুসৰি সুশান্তই কেৱল তেওঁৰ বন্ধুসকলৰ সতে থাইলেণ্ডৰ যাত্ৰা কৰা নাছিল । বলিউডৰ অভিনেত্ৰী ছাৰা আলি খান আৰু অন্য কেইজনমান বন্ধুৰ স’তে গৈছিল থাইলেণ্ড । তাৰ ভিতৰত আছিল সিদ্ধাৰ্থ গুপ্তা, কুশল জনক জৱেৰী, আব্বাছ, মোছতাক আহমেদ শেখ মোবাৰক, আব্বাছ আৰু চাবিৰ আহমেদ ।

উল্লেখ্য যে, কিছুদিনৰ আগত ৰিয়া চক্ৰৱৰ্তীয়ে এটা চেনেলৰ সাক্ষাৎকাৰত কৈছিল যে, সুশান্তই নিজ ইচ্ছামতে ৰাজকীয় জীৱন যাপন কৰিছিল । আৰু থাইলেণ্ডৰ যাত্ৰাত ব্যয় কৰিছিল প্ৰায় ৭০ লাখ টকা । থাইলেণ্ডৰ এই যাত্ৰাত সুশান্ত সিং ৰাজপুতে লগত যোৱা বন্ধুসকলৰ বাবে প্ৰাইভেট জেট ভাড়া কৰিছিল । সুশান্তৰ টকাৰে ৰিয়া আৰু ভায়েক ইউৰোপ যাত্ৰাত যোৱাৰ অভিযোগ নস্যাৎ কৰি এই কথা প্ৰকাশ কৰে ৰিয়াই ।

আনহাতে, এই মাহৰ আৰম্ভণিতে সুশান্তৰ বন্ধু চেমুৱেল হ’কিপে ইনষ্টাগ্ৰামত  ছাৰা আলি খান আৰু সুশান্তৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে এটা প’ষ্ট শ্বেয়াৰ কৰিছিল । প’ষ্টটোত লিখিছিল যে, ২০১৮ত কেডাৰনাথ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত ছাৰা আলি খান আৰু সুশান্ত দুয়োজন প্ৰেমত পৰিছিল। ইজনে সিজনক বহুত সন্মান কৰিছিল আৰু গভীৰ ভাৱে ভাল পাইছিল। যিটো আজিকালিৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব কমেই দেখা পোৱা যায় ।

লগতে হ’কিপে লিখিছিল, ছাৰাই সুশান্তৰ লগতে সুশান্তৰ পৰিয়াল, বন্ধু-বৰ্গ , কৰ্মচাৰী সকলোকে সমানেই সন্মান কৰিছিল । দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গভীৰ আছিল । মোৰ আচৰিত লাগে সুশান্তৰ ‘sunsiriya’ ছবিখনৰ মুক্তিৰ পাছত ছাৰা আলী খানে প্ৰেমৰ সম্পৰ্ক ছেদ কৰে সুশান্তৰ স’তে । এইয়া কোনো বলিউড মাফিয়াই বাধ্য কৰাইছিল নেকি ?’

উল্লেখ্য যে সুশান্তৰ আত্মহত্যাৰ সম্পৰ্কে ছাৰা আলী খানে মুকলিকৈ একো মন্তব্য দিয়া নাই । ছাৰা আৰু সুশান্তক একেলগে ‘কেডাৰনাথ’ চিনেমা খনত দেখা গৈছিল । আনহাতে, চেমুৱেল হ’কিপ সুশান্তৰ এজন অন্তৰংগ বন্ধু আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODRhea ChakrabortySara Ali KhanSushant Singh Rajput
publisher

publisher

Related Posts

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d