Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেজপুৰত কংগ্ৰেছৰ দুখনকৈ যোগদান সভা

publisher by publisher
September 7, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
তেজপুৰত কংগ্ৰেছৰ দুখনকৈ যোগদান সভা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

‘জুবিনদা বিহীন বহাগ বিহু আত্মাবিহীন শৰীৰৰ দৰে’তেজপুৰত সংবাদমেলত ক’লে পৱন খেৰাই

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

Pratik Bordoloi:পিতৃৰ পদাংক অনুকৰণ নকৰি কংগ্ৰেছতে থকাৰ সিদ্ধান্ত প্ৰদ্যুৎ তনয় প্ৰতীক বৰদলৈৰ

“ৰাজ্যত বিজেপি এতিয়া মাজ সাগৰত এখন ডুবন্ত নাও৷ সাগৰৰ মাজত সেই নাওৰ তলিফুটি এতিয়া টুলুং ভুটুং কৰি আছে, কোন সময়ত ডুবে তাৰ কোনো ঠিক নাই৷” আজি তেজপুৰত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷উল্লেখযোগ্য যে,তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি দিনৰ ১১-৩০বজাৰ পৰা গাভৰু আৰু তেজপুৰ পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এখন কৰ’না সজাগতা আৰু যোগদান সভা আয়োজন কৰা হৈছিল৷

ADVERTISEMENT

নামত কৰ’না সজাগতা সভা বুলি উল্লেখ কৰিলেও এই ৰাজনৈতিক সভাখনত অগপ,এ আই ইউ ডি এফ আৰু বিজেপিকে ধৰি বিভিন্ন দল সংগঠনৰ পাঁচশতাধিক লোকে কংগ্ৰেছত যোগদান কৰে। সভাখনত অংশলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শেহতীয়াকৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দলক সাগৰৰ গভীৰ ঢৌ আৰু ৰিপুন বৰাই আগন্তুক নিৰ্বাচনত পৰাজয় বৰণ কৰিলে কি কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয় যে কংগ্ৰেছ দল পৰাজিত হ’লেও ৰঞ্জিত দাসৰ দৰে পলৰীয়া নহয়৷বৰাই লগতে কয় “এতিয়া বিজেপিৰ হাতত মোদীৰ যাদু নাই আৰু সেইবাবেই কংগ্ৰেছৰ মহাজোঁট বন্ধনক লৈ বিজেপি শংকিত হৈছে আৰু সেইবাবেই বিজেপিৰ ৰাজ্যিক সভপতিজনে এনেবোৰ কথা কৈছে৷”

বৰাই ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটে ৮০ খন আসন পাব বুলি দাবী কৰাৰ লগতে হিমন্ত বিশ্বশৰ্মাৰ দৰে ই ভি এম টেম্পাৰিঙৰ শক্তি নাই বাবে এশ খন আসন পাব বুলি দাবী নকৰে বুলিও কয়৷ ইফালে বিটিছিৰ নিৰ্বাচনত কংগ্ৰেছ কিংমেকাৰ হ’ব বুলি মন্তব্য কৰি বৰাই লগতে কয় যে নিৰ্বাচনৰ পিছত বিপিএফ বা ইউ পি পি এলৰ যিকোনো এটা দলৰ লগত মিত্ৰতা হ’ব৷অৱশ্যে বৰ্তমান দুইটা দলৰে বিজেপিৰ স’তে মিত্ৰতা থকা বুলি উল্লেখ কৰি বৰাই কয় যে কংগ্ৰেছে বাওঁপন্থী দলসমূহকে ধৰি বিজেপি বিৰোধী সকলো দলৰ বাবেই মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছে৷বৰাই লগতে কংগ্ৰছে চৰকাৰ গঠন কৰিলে মহিলা সকলে লোৱা মাইক্ৰ ফাইনেঞ্চৰ লোন মাফ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

তদুপৰি, কৃষকৰ কৃষি ঋণ মাফ আৰু কা বিৰোধী আন্দোলনত যি সকল লোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পৰাও মুক্ত কৰিব বুলি তেওঁ কয়৷ আগন্তুক নিৰ্বাচনৰ বাবে আকাশমাৰ্গেৰে নহয়, পেডেল মাৰি মাৰি কংগ্ৰেছে এইবাৰ ৰাইজৰ কাষ চাপিব বুলিও ৰাজ্যিক কংগ্ৰেছৰ সভাপতিজনে কয়৷প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অভিজিত হাজৰিকা, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়িকা মনিকা বৰা আদিকে ধৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু সংখ্যক নেতা নেতৃয়ে অংশ লোৱা সভাখনত শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা গায়ক বাবুৱে “পেডেল মাৰি মাৰি কংগ্ৰেছলৈ যাম”বুলি গীত গোৱাৰ লগে লগে একাংশ কংগ্ৰেছ কৰ্মীয়ে মঞ্চত নাছিবলৈ আৰম্ভ কৰে৷

ইপিনে এই কাৰ্যসুচীত অংশ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছ দলে কাৰ সৈতে মিত্ৰতা কৰে তাক লৈ বিজেপিৰ কিয় ইমান মুৰৰ কামোৰণি হোৱাৰ কাৰণ হৈছে বিজেপিৰ পৰাজয়ৰ শংকা৷তেওঁলোক শংকিত হোৱাৰ কাৰণ কি বুলিও প্ৰশ্ন কৰি হুছেইনে কয় যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰি নিৰ্বাচনৰ পূৰ্বে তিনি খনকৈ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰি জনগোষ্ঠীসমুহক ভাগ ভাগ কৰাৰ ৰাজনীতি বিজেপিয়ে কৰিছে৷

আগন্তুক নিৰ্বাচনত কেৱল এ আই ইউ ডি এফ বা বাওপন্থী দলেই নহয় সকলো জনগোষ্ঠীয় দলৰ সৈতেই কংগ্ৰেছ দলৰ মিত্ৰতা হ’ব বুলিও ৰকিবুল হুছেইনে উল্লেখ কৰে৷ তেওঁ আনকি বাবুৰ জনপ্ৰিয় গীত পেডেল মাৰি মাৰিৰ সুৰত কয় “বন্ধুৰ বুকু ঢিপিচ ঢিপিচ কৰিছে কিয়৷বন্ধু পলাইছা কিয়!”হুছেইনে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ বিজেপি দলক চিৰদিনৰ বাবেই ৰাইজে কোৱাৰেন্টাইন কৰিব ৷ তেওঁ লগতে মন্ত্ৰী হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰীৰ যোগ্যতা সম্পৰ্কত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়, জ্যেষ্ঠজনক সন্মান কৰিব নজনা, শিক্ষক সমাজক অপমান কৰা এজন ব্যক্তিক ৰাইজে মুখ্যমন্ত্ৰী পাতিব নে নাই,সেয়া ৰাইজে সিদ্ধান্ত ল’ব৷

তৰুণ গগৈৰ আঙুলিত ধৰি ৰাজনীতি কৰা এইজন মন্ত্ৰীৰ আচাৰ ব্যৱহাৰ ৰাইজে বুজিছে বুলিও তেওঁ কয়৷ইপিনে তেজপুৰৰ প্ৰাক্তন বিজেপি সাংসদ আৰু বৰ্তমানৰ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই বিজেপি দলৰ প্ৰভাৰী ৰাম মাধৱ অসমলৈ ষ্টাৰ হোটেলত থাকি বিলাসিতা কৰিবৰ বাবেহে আহে বুলি মন্তব্য কৰে৷শৰ্মাই লগতে ৰাজ্যত বৰ্তমান ১৪বিধ সামগ্ৰীৰ চিণ্ডিকেট চলি থকাৰ উপৰি ইয়াৰ ধনৰ অংশ দিল্লী পৰ্যন্ত যায় বুলিও কয়৷তদুপৰি,আগন্তুক নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস পৰাজিত হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ইপিনে বিয়লি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি প্ৰমুখ্যে আনসকল নেতাৰ উপস্থিতিত নপামতো গাভৰু মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয়খন সভাত আন কে’বা শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam BJPAssam CongressRipun BoraU P P L
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d