Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাঘজানৰ অভিশপ্ত তৈল খাদৰ পৰা অইলৰ খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাম আৰম্ভ

publisher by publisher
September 7, 2020
in Assam, News
Reading Time: 1 min read
0
বাঘজানৰ অভিশপ্ত তৈল খাদৰ পৰা অইলৰ খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাম আৰম্ভ
3
SHARES
33
VIEWS
ShareShareShareShare

অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ ভুলৰ বাবে যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ডই অগ্নিকুণ্ডলৈ পৰ্যবেসিত কৰি তোলা তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱস্থিত অইলৰ বি জি আৰ-৫ নং তৈল খাদৰ বিধ্বংসী জুইকুৰা নিৰ্বাপিত কৰাৰ নামত অইল কৰ্তৃপক্ষৰ চূড়ান্ত মিথ্যাচাৰ পোহৰলৈ আহিছে ৷

ADVERTISEMENT

অভিশপ্ত তৈল খাদটোৰ ৱেল হে’ডত যোৱা ১৭ আগষ্টত ব্ল-আউট প্ৰিভেন্টাৰ (বিঅ’পি) স্থাপন কৰিবলৈ সক্ষম হোৱা ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ৰ নাজিৰা আৰু বড়োদা ডিভিজনৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে ১৮ আগষ্টত খাদটো ’কিলিং’ অপাৰেচনত ব্যৰ্থ হোৱাৰ পিছত বিশেষজ্ঞ দলটোৱে আজি পুৱা ৯.২৫ বজাত তৈল খাদটোত বাইপাছ পদ্ধতিৰে দাওদাওকৈ জ্বলি থকা জুইকুৰা বিঅ’পিটোৰ পৰা ১০০ মিটাৰ দূৰলৈ আতৰাই নিবলৈ সক্ষম হয় ৷

RelatedPosts

বাঘজানত আৰক্ষীৰ ৰবৰ বুলেটত আঘাতপ্ৰাপ্ত ছয়গৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান

অসমৰ সম্পদৰ লাভাংশৰ সঠিক তথ্যৰ দাবী সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ

মধ্যবিত্তৰ মূৰত মাধ মাৰ‌, এলপিজিৰ মূল্য বৃদ্ধি

উল্লেখযোগ্য যে তৈল খাদটোৰ পূৱ, পশ্চিম আৰু দক্ষিণ দিশত তিনিটা বাইপাছৰ দ্বাৰা বিধ্বংসী জুইকুৰা আতৰাই নি চতুৰ্থটো বাইপাছৰ দ্বাৰা খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাৰিকৰী পদ্ধতি সফল কৰি তুলিবলৈ সক্ষম হয় ৷ মনকৰিব লগীয়া যে বিশেষজ্ঞ দলটোৱে আজি চতুৰ্থটো বাইপাছ পদ্ধতিৰে উক্ত তৈল খাদটোত যোৱা ৯ জুনৰ পৰা অহৰহে নিৰ্গত হৈ থকা খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ সংৰক্ষণৰ কাৰিকৰী ব্যৱস্থা সম্পন্ন কৰি তোলে ৷

বিশেষজ্ঞ দলটোৱে আজি পুৱা ১০ বজাত উক্ত তৈল খাদটোৰ পৰা চাৰি কিলোমিটাৰ নিলগত অৱস্থিত অইলৰ বাঘজান গাঁওস্থিত খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ সংৰক্ষণৰ ভাণ্ডাৰ ইপিএছটোলৈ ৪.৫ ইঞ্চি পাইপেৰে খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ বাইপাছ কৰি উৎপাদন ক্ষমতা আৰম্ভ কৰিলে ৷ উল্লেখ যে দাওদাওকৈ জ্বলি থকা জুইকুৰা বাইপাছ কৰিবলৈ সক্ষম হোৱা অইল কৰ্তৃপক্ষই নিজৰ মুনাফা দিশটো আগত ৰাখি আজি বি জি আৰ-৫ নং তৈল খাদৰ পৰা বাঘজান গাঁৱৰ মাজেৰে ইপিএছটোলৈ পাইপেৰে খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদন কাম আৰম্ভ কৰা ঘটনাই বাঘজানবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷

তৈল খাদটোৰ জুইকুৰা নিৰ্বাপনৰ নামত অইল কৰ্তৃপক্ষই মিথ্যাচাৰ সহায় লৈ জুই জ্বলি থকা তৈল খাদটোত খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদন কৰি মুনাফা লুটাৰ গোপন অভিসন্ধিত লিপ্ত হৈছে বুলি বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজে ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷ মনকৰিব লগীয়া বি জি আৰ-৫ নং তৈল খাদৰ ডেমেজ অইল পাইপডালৰ ৱেল হে’ডটোৰ তলত অএনজিচি’ৰ বিশেষজ্ঞ দলটোৱে অলপতে চিমেন্টটিং কৰি সংস্থাপিত ব্ল-আউট প্ৰিভেন্টাৰটোৰ ওপৰত টিংপাতেৰে এটা ছাতি সাজি লৈছিল ৷

একেসময়তে তৈল খাদটোৰ পৰা ইপিএছটোলৈ বাইপাছ পাইপ লাইনটো সংযোজন কৰি দুদিন পূৰ্বে ইপিএছলৈ কেমিকেল বাইপাছ পৰীক্ষণ সম্পন্ন কৰিছিল ৷ অইল কৰ্তৃপক্ষই আজি জুইকুৰা বাইপাছ কৰি তৈল খাদটোত খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাম আৰম্ভ কৰা সমান্তৰালভাৱে অইল কৰ্তৃপক্ষই বাঘজানত আজি তৈল খাদটো ’কিলিং’ অপাৰেচনৰ বাবে ভূমি (মাটি) বিছাৰি আশ্ৰয় শিবিৰত কৃষক ৰাইজক সাক্ষাৎ কৰে ৷

অইল কৰ্তৃপক্ষই বিস্ফোৰিত তৈল খাদটোৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদন আৰম্ভ কৰা সময়তে উক্ত তৈল খাদটো ’কিলিং’ কৰিবলৈ চাইড ডিলিংৰ বাবে মাটি বিছৰা ঘটনাটোৱে খাদটোৰ জুইকুৰা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে জ্বলি থাকিব তাকে প্ৰমাণিত কৰি দিছে ৷অৰ্থাৎ অইল কৰ্তৃপক্ষই বাঘজানত কৃষক ৰাইজৰ বৃহৎ ভূমি অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে তাকে প্ৰমাণ কৰি দিলে ৷

অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱেই যোৱা ৯ জুনত তৈল খাদটোত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত অইলৰ দুজনকৈ কৰ্মচাৰী মৃত্যুৰ মুখত পৰাৰ লগতে বাঘজান গাঁৱৰ ১২ টা পৰিয়ালৰ বাসগৃহ ভস্মীভূত কৰি তুলিলে বুলি ক্ষতিগ্ৰস্ত ৰাইজে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুন্ন হৈ থকা সময়তে অইল কৰ্তৃপক্ষই তৈল খাদটোত উৎপাদন আৰম্ভ কৰি কৃষকৰ মাটি ক্ৰয় কৰিবলৈ আগবঢ়া ঘটনাই ক্ষতিগ্ৰস্ত ৰাইজক অধিক ক্ষুন্ন কৰি তুলিছে ৷

অইল কৰ্তৃপক্ষৰ ভুলৰ বাবেই তৈল খাদটোৰ জুইয়ে বাঘজান গাঁৱত কৃষকৰ ঘৰবাৰী, জলাশয় আৰু পখী উদ্যান মাগুৰি-মটাপুং বিলত অগ্নিসংযোগ ঘটিবলৈ পালে বুলি অভিযোগ উস্থাপিত হোৱাৰ সময়তে অইল কৰ্তৃপক্ষই বি জি আৰ-৫ নং তৈল খাদৰ জুইকুৰা নিৰ্বাপনৰ নামত বাঘজানত ভূমি অধিগ্ৰহণ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বাঘজানবাসীয়ে ৷ ক্ষতিগ্ৰস্ত ৰাইজে অভিযোগ কৰা মতে অভিশপ্ত তৈল খাদটো ’কিলিং’ অপাৰেচনৰ অচিলা লৈ অইলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাঘজান আৰু বাৰেকুৰি অঞ্চল আৰু ইয়াৰ আশেপাশে ২৬০ টা তৈল খাদ স্থাপনৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BaghjanOil India Limited
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d